• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১৪৭ বছৰীয়া ক্ৰিকেট ইতিহাসত নোহোৱা-নোপোজা ঘটনা! সদায় মনত ৰাখিব এই মেচখন

Nation NE by Nation NE
October 12, 2024
in Top News, ক্ৰীড়া
0 0
১৪৭ বছৰীয়া ক্ৰিকেট ইতিহাসত নোহোৱা-নোপোজা ঘটনা! সদায় মনত ৰাখিব এই মেচখন
Share on FacebookShare on TwitterWhatsApp

ক্ৰিকেট যে অনিশ্চয়তাৰ খেল সেয়া পুনৰ এবাৰ প্ৰমাণিত হ’ল। ক্ৰিকেট খেলৰ স্ৰষ্টা ইংলেণ্ডে প্ৰায় অসম্ভৱক সম্ভৱ কৰি তুলিলে। মুলতান টেষ্টত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই ইংলেণ্ড দলে পাকিস্তানৰ বিৰুদ্ধে এক ইনিংছ আৰু ৪৭ ৰানৰ এক ঐতিহাসিক বিজয় সাব্যস্ত কৰে।

মেচখনৰ নায়ক আছিল যুৱ মিডল অৰ্ডাৰ তাৰকা হেৰী ব্ৰুক। যিয়ে পঞ্চম স্থানত বেটিং কৰিবলৈ আহি ৩২২ বলত ৩১৭ ৰানৰ এক চমৎকাৰী ত্ৰিশতকীয় ইনিংছ খেলে। কেৱল এয়াই নহয়, তেওঁ ৰুটৰ সৈতেও এক গুৰুত্বপূৰ্ণ পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছিল। যাৰ বাবে দলটোৱে প্ৰথম ইনিংছত ৮০০ ৰানৰ বিশাল স্ক’ৰ অতিক্ৰম কৰিবলৈ সক্ষম হয়।

মেচখনত আগবঢ়োৱা গুৰুত্বপূৰ্ণ প্ৰদৰ্শনৰ বাবে তেওঁক ‘প্লেয়াৰ অৱ দ্য মেচ’ বঁটাৰে সন্মানিত কৰা হয়।

এই মেচখনত কেইবাটাও বৃহৎ অভিলেখ গঢ় লৈ উঠিছিল। যাৰ বাবে এই টেষ্ট মেচখন বিশ্বৰ ক্ৰিকেট অনুৰাগীয়ে সদায় মনত ৰাখিব। সেই অভিলেখসমূহ তলত দিয়া ধৰণৰ–

ইংলেণ্ডৰ হৈ টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৰাুন সংগ্ৰহকাৰী হিচাপে পৰিগণিত জ’ ৰুট

মুলতানত চমকপ্ৰদ বেটিং কৰি জ’ ৰুটে ২৬২ ৰানৰ দ্বিশতকীয় ইনিংছ খেলিছিল। এই সময়ছোৱাত তেওঁ কিছুমান বিশেষ সাফল্যও লাভ কৰিছিল। এই কৃতিত্বসমূহৰ ভিতৰত এটা বিশেষ কৃতিত্ব হ’ল তেওঁ ইংলেণ্ডৰ হৈ টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয়। এই ক্ষেত্ৰত তেওঁ নিজৰ প্ৰাক্তন সতীৰ্থ ক্ৰিকেটাৰ এলেষ্টাৰ কুক (১২৪৭২)ক অতিক্ৰম কৰিছে। টেষ্ট ক্ৰিকেটত এতিয়া ৰুটৰ নামত আছে ১২৬৬৪ ৰান।

ইংলেণ্ডৰ বাবে ৰুট আৰু ব্ৰুক হৈ পৰিল সৰ্বাধিক পাৰ্টনাৰশ্বিপৰ যুটি

মুলতান টেষ্টৰ পূৰ্বে ইংলেণ্ডৰ হৈ টেষ্ট ক্ৰিকেট মেচত সৰ্বাধিক ৰানৰ পাৰ্টানাৰশ্বিপৰ অভিলেখ আছিল পিটাৰ মে আৰু কলিন কাউড্ৰিৰ নামত। এই দুজন বেটছমেনে ১৯৫৭ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৪১১ ৰানৰ পাৰ্টনাৰশ্বিপ কৰিছিল। কিন্তু এই বিশেষ অভিলেখ এতিয়া ৰুট আৰু ব্ৰুকৰ নামত পঞ্জীয়ন হৈছে। এই দুয়োগৰাকী বেটছমেনে পাকিস্তানৰ বিৰুদ্ধে আজি অন্ত পৰা মেচখনত ৪৫৪ ৰানৰ পাৰ্টনাৰশ্বিপ হৈছিল।

৫০০ ৰান সংগ্ৰহ কৰিও পৰাস্ত হয় পাকিস্তান

মুলতান টেষ্টত টছত জয়লাভ কৰাৰ পিছত প্ৰথমে বেটিং কৰি পাকিস্তান দলটোৱে ৫৫৬ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। কিন্তু ইমান বিশাল স্ক’ৰ কৰাৰ পিছতো দলটো পৰাস্ত হয়। টেষ্ট ক্ৰিকেটৰ ১৪৭ বছৰীয়া ইতিহাসত দ্বিতীয়বাৰৰ বাবে কোনো দলে ৫০০ ৰান সংগ্ৰহ কৰিও খেলখনত পৰাস্ত হৈছে। ইয়াৰ পূৰ্বে ২০০৩ চনত অষ্ট্ৰেলিয়া দলে ভাৰতৰ বিৰুদ্ধে প্ৰথম ইনিংছত ৫০০ ৰান সংগ্ৰহ কৰাৰ পিছতো পৰাস্ত হৈছিল।

টেষ্ট ক্ৰিকেটত দ্বিতীয় সৰ্বাধিক দ্ৰুততম ত্ৰিশতক অৰ্জন ব্ৰুকৰ

মেচখনৰ সময়ত হেৰী ব্ৰুকেও ব্যক্তিগতভাৱে এক ডাঙৰ কৃতিত্ব অৰ্জন কৰিছিল। খেলখনৰ সময়ত তেওঁ ৩১০টা বলত ত্ৰিশতক অৰ্জন কৰে, যিটো টেষ্ট ক্ৰিকেটৰ দ্বিতীয় সৰ্বাধিক দ্ৰুততম ত্ৰিশতক। এই ক্ষেত্ৰত প্ৰথম স্থানত আছে ভাৰতৰ বীৰেন্দ্ৰ ছেহৱাগৰ নাম। যিয়ে ২০০৮ চনত মাত্ৰ ২৭৮টা বলত ত্ৰিশতক সম্পূৰ্ণ কৰিছিল।

পাকিস্তানৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটত ৮০০ ৰান সংগ্ৰহ কৰা প্ৰথমটো দল ইংলেণ্ড

ইংলেণ্ডে মুলতানত বিস্ফোৰক বেটিং কৰি প্ৰথম ইনিংছত ৭ উইকেটৰ বিনিময়ত ৮২৩ ৰান সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে। ইয়াৰ লগে লগে টেষ্ট ক্ৰিকেটত পাকিস্তানৰ বিৰুদ্ধে এটা ইনিংছত ৮০০ ৰান সংগ্ৰহ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হয় ইংলেণ্ড। ইয়াৰ পূৰ্বে ১৯৫৮ চনত ৱেষ্ট ইণ্ডিজে তিনিটা উইকেটত ৭৯০ ৰান সংগ্ৰহ কৰিছিল।

Tags: Harry BrookJoe RootPakistan vs EnglandTest CricketWorld Record

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025