• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
25 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী

Nation NE by Nation NE
July 11, 2025
in Top News, BIG BREAKING, অসম
0 0
গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ এহাজাৰ ভূমি খালী কৰাৰ উদ্দেশ্যে শনিবাৰে প্ৰশাসনে চলাবলগীয়া উচ্ছেদ অভিযানৰ পূৰ্বেই সেই স্থানৰ পৰা প্ৰায় ৯৫ শতাংশ লোকে ঘৰ-বাৰী এৰি যোৱা বুলি জানিব পৰা গৈছে। শুকুৰবাৰে এই তথ্য প্ৰদান কৰে জিলা প্ৰশাসনে।

গোৱালপাৰাৰ উপায়ুক্ত খনিন্দ্ৰ চৌধুৰীয়ে কয় যে দখল বিৰোধী অভিযান সুচাৰুৰূপে চলাৰ বাবে বন বিভাগক সহায় কৰিবলৈ জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু।

তেওঁ লগতে কয়, ‘প্ৰায় ৯০–৯৫ শতাংশ লোক ইতিমধ্যে ঘৰ খালী কৰি গুচি গৈছে, তেওঁলোকৰ অস্থায়ী ঘৰ-বাৰী ভাঙি সামগ্ৰীসমূহ লৈ গৈছে। কেৱল স্থায়ী বা ইটাৰে নিৰ্মিত ঘৰ বা সম্পত্তিহে আছে সেই স্থানত।’

ধুবুৰীৰ চাপৰত চলোৱা উচ্ছেদ অভিযানৰ পিছত ১১ জুলাই অৰ্থাত শুকুৰবাৰে গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ দখলীকৃত ১০০০ বিঘা ভূমি দখলমুক্ত কৰিবলৈ উচ্ছেদ অভিযান চলোৱাৰ কথা আছিল। শুকুৰবাৰৰ দিনটো ইছলাম ধৰ্মাৱলম্বী লোকৰ জুম্মা নামাজ হোৱা বাবে চৰকাৰে এই উচ্ছেদ অভিযানৰ সময়সীমা এদিন পিছুৱাই ১২ জুলাইৰ দিনটো নিৰ্ধৰাণ কৰিছে।

উল্লেখ্য যে, গোৱালপাৰাৰ সংমণ্ডল বন বিষয়া (ডি এফ অ’) তেজস মাৰিস্বামীয়ে উল্লেখ কৰে যে এই অভিযানে কৃষ্ণাই বনাঞ্চলৰ অন্তৰ্গত পাইকান সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ১,০৪০ বিঘা মাটিত উচ্ছেদ চলোৱা হ’ব।

Tags: Eviction DriveGoalparaPaikan Reserve Forest

Related Posts

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

October 24, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিত ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি
Top News

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

October 24, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025
ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

শীৰ্ষ সংবাদ

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

ট্ৰাম্পৰ শান্তি চুক্তিত ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025