• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, September 7, 2025
30 °c
Guwahati
30 ° Mon
29 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    অতুল বৰাক দোষাৰোপ কৰি দল ত্যাগ প্ৰাক্তন অগপ বিধায়ক সত্যব্ৰত কলিতাৰ

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      দুৰ্দান্ত প্ৰদৰ্শনেৰে জিলিকিল অভিষেক; গঢ়িলে কেইবাটাও অভিলেখ

      Nation NE by Nation NE
      April 13, 2025
      in Top News, ক্ৰীড়া
      0 0
      দুৰ্দান্ত প্ৰদৰ্শনেৰে জিলিকিল অভিষেক; গঢ়িলে কেইবাটাও অভিলেখ
      Share on FacebookShare on TwitterWhatsApp

      চলিত আই পি এল ছিজনৰ ২৭ সংখ্যক মেচখন শনিবাৰে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু পঞ্জাব কিংছৰ মাজত অনুষ্ঠিত হয়। অতি ৰোমাঞ্চকৰ এই মেচখনত ছানৰাইজাৰ্ছৰ অপেনিং বেটাৰ অভিষেক শৰ্মাৰ বিস্ফোৰক বেটিঙে মন্ত্ৰমুগ্ধ কৰে বিশ্বৰ ক্ৰিকেট অনুৰাগীক।

      মেচখনত তেওঁ ৫৫টা বলত ২৫৬.৩৬ ষ্ট্ৰাইক ৰেটৰ সহায়ত ১৪১ ৰানৰ দৰ্শনীয় ইনিংছ খেলে। তেওঁৰ এই ইনিংছত আছিল ১৪টা চাৰি আৰু ১০টা ছয়। এই ইনিংছৰ জৰিয়তে অভিষেকে এক ডাঙৰ কৃতিত্ব অৰ্জন কৰে।

      আই পি এলৰ ইতিহাসত সৰ্ববৃহৎ ব্যক্তিগত ইনিংছ খেলা বিশ্বৰ তৃতীয়জন খেলুৱৈ হিচাপে পৰিগণিত হৈছে অভিষেক। দক্ষিণ আফ্ৰিকাৰ কুইণ্টন ডি কক আৰু এ বি ডি ভিলিয়াৰ্ছক অতিক্ৰম কৰি এই কৃতিত্ব গঢ়ে বাওঁহতীয়া যুৱ বেটাৰগৰাকীয়ে।

      ২০২২ চনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হৈ খেলি ডি ককে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ১৪০ ৰানৰ ইনিংছ খেলিছিল। আনহাতে ২০১৫ চনত আৰ চি বিৰ হৈ খেলা ভিলিয়াৰ্ছে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিছিল ১৩৩ ৰানৰ অপৰাজিত ইনিংছ।

      আই পি এল ইতিহাসত সৰ্ববৃহৎ ইনিংছ খেলাৰ অভিলেখ আছে ৱেষ্ট ইণ্ডিজৰ ক্ৰিছ গেইলৰ নামত। গেইলে ২০১৩ চনত পুনে ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে ১৭৫ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল। আনহাতে দ্বিতীয় স্থানত আছে নিউজিলেণ্ডৰ ব্ৰেণ্ডন মেককুলাম। আই পি এলৰ প্ৰথম সংস্কৰণ অৰ্থাত ২০০৮ চনত মেককুলামে কে কে আৰৰ হৈ খেলি আৰ চি বিৰ বিৰুদ্ধে ১৫৮ ৰানৰ ইনিংছ খেলিছিল।

      আই পি এলত সৰ্বোচ্চ ব্যক্তিগত ইনিংছ

      ১৭৫ নট আউট – ক্ৰিছ গেইল (আৰ চি বি) – পুনে ৱাৰিয়ৰ্ছ ইণ্ডিয়া – ২০১৩

      ১৫৮ নট আউট – ব্ৰেণ্ডন মেককুলাম (কে কে আৰ) – ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু – ২০০৮

      ১৪১ ৰান – অভিষেক শৰ্মা (এছ আৰ এইচ) – পঞ্জাব কিংছ – ২০২৫

      ১৪০ নট আউট – কুইণ্টন ডি কক (এল এছ জি) – বনাম কলকাতা নাইট ৰাইডাৰ্ছ – ২০২২

      ১৩৩ নট আউট – এ বি ডি ভিলিয়াৰ্ছ (আৰ চি বি) – বনাম মুম্বাই ইণ্ডিয়ানছ – ২০১৫

      কেৱল এয়াই নহয় আই পি এলত ভাৰতৰ যিকোনো বেটছমেনে কৰা এয়া তৃতীয় সৰ্বাধিক দ্ৰুত শতক। আনহাতে অভিষেকৰ ১৪১ ৰানৰ ইনিংছ টি-২০ ক্ৰিকেটত ভাৰতীয় বেটছমেনে খেলা সৰ্বোচ্চ ইনিংছ।

      ইয়াৰ উপৰি অভিষেক শৰ্মাৰ নামত সংযোজন হৈছে ৪০টা বা তাতকৈ কম বলত তিনিটা টি-২০ শতক অৰ্জন কৰাৰ অভিলেখ। এই কৃতিত্ব গঢ়া অভিষেক টি-২০ ক্ৰিকেটৰ একমাত্ৰ বেটছমেন।

      আনহাতে অভিষেকে ২৫ বছৰ বয়সৰ পূৰ্বে টি-২০ত সৰ্বাধিক শতক অৰ্জন কৰাৰ ক্ষেত্ৰত শুভমন গিলক অতিক্ৰম কৰিছে। এইটো টি-২০ত অভিষেকৰ সপ্তমটো শতক। গিলৰ নামত আছে ৬টা শতক।

      Tags: Abhishek SharmaIPLT-20World Record

      Related Posts

      মুম্বাইৰ এখন হাস্পতাল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি
      Top News

      September 7, 2025
      দলৰ ভিতৰচ’ৰাত ক্ষোভ-অসন্তুষ্টি; শীঘ্ৰেই পদত্যাগ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই
      BIG BREAKING

      দলৰ ভিতৰচ’ৰাত ক্ষোভ-অসন্তুষ্টি; শীঘ্ৰেই পদত্যাগ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই

      September 7, 2025
      গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প

      ক্ৰিকেট মেচ চলি থকাৰ সময়তে ভয়ংকৰ বিস্ফোৰণ; এজনৰ মৃত্যু, কেইবাজনো আহত

      চীনক ৭-০ গ’লত পৰাস্ত কৰি হকী এছিয়া কাপৰ ফাইনেলত ভাৰত

      September 6, 2025
      ক’ত আৰু কেতিয়া হ’ব BCCI নিৰ্বাচন? প্ৰকাশ পালে তাৰিখ…

      শীৰ্ষ সংবাদ

      মুম্বাইৰ এখন হাস্পতাল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

      দলৰ ভিতৰচ’ৰাত ক্ষোভ-অসন্তুষ্টি; শীঘ্ৰেই পদত্যাগ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই

      গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প

      ক্ৰিকেট মেচ চলি থকাৰ সময়তে ভয়ংকৰ বিস্ফোৰণ; এজনৰ মৃত্যু, কেইবাজনো আহত

      আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

      চীনক ৭-০ গ’লত পৰাস্ত কৰি হকী এছিয়া কাপৰ ফাইনেলত ভাৰত

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist