• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দুৰ্দান্ত প্ৰদৰ্শনেৰে জিলিকিল অভিষেক; গঢ়িলে কেইবাটাও অভিলেখ

Nation NE by Nation NE
April 13, 2025
in Top News, ক্ৰীড়া
0 0
দুৰ্দান্ত প্ৰদৰ্শনেৰে জিলিকিল অভিষেক; গঢ়িলে কেইবাটাও অভিলেখ
Share on FacebookShare on TwitterWhatsApp

চলিত আই পি এল ছিজনৰ ২৭ সংখ্যক মেচখন শনিবাৰে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু পঞ্জাব কিংছৰ মাজত অনুষ্ঠিত হয়। অতি ৰোমাঞ্চকৰ এই মেচখনত ছানৰাইজাৰ্ছৰ অপেনিং বেটাৰ অভিষেক শৰ্মাৰ বিস্ফোৰক বেটিঙে মন্ত্ৰমুগ্ধ কৰে বিশ্বৰ ক্ৰিকেট অনুৰাগীক।

মেচখনত তেওঁ ৫৫টা বলত ২৫৬.৩৬ ষ্ট্ৰাইক ৰেটৰ সহায়ত ১৪১ ৰানৰ দৰ্শনীয় ইনিংছ খেলে। তেওঁৰ এই ইনিংছত আছিল ১৪টা চাৰি আৰু ১০টা ছয়। এই ইনিংছৰ জৰিয়তে অভিষেকে এক ডাঙৰ কৃতিত্ব অৰ্জন কৰে।

আই পি এলৰ ইতিহাসত সৰ্ববৃহৎ ব্যক্তিগত ইনিংছ খেলা বিশ্বৰ তৃতীয়জন খেলুৱৈ হিচাপে পৰিগণিত হৈছে অভিষেক। দক্ষিণ আফ্ৰিকাৰ কুইণ্টন ডি কক আৰু এ বি ডি ভিলিয়াৰ্ছক অতিক্ৰম কৰি এই কৃতিত্ব গঢ়ে বাওঁহতীয়া যুৱ বেটাৰগৰাকীয়ে।

২০২২ চনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হৈ খেলি ডি ককে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ১৪০ ৰানৰ ইনিংছ খেলিছিল। আনহাতে ২০১৫ চনত আৰ চি বিৰ হৈ খেলা ভিলিয়াৰ্ছে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিছিল ১৩৩ ৰানৰ অপৰাজিত ইনিংছ।

আই পি এল ইতিহাসত সৰ্ববৃহৎ ইনিংছ খেলাৰ অভিলেখ আছে ৱেষ্ট ইণ্ডিজৰ ক্ৰিছ গেইলৰ নামত। গেইলে ২০১৩ চনত পুনে ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে ১৭৫ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল। আনহাতে দ্বিতীয় স্থানত আছে নিউজিলেণ্ডৰ ব্ৰেণ্ডন মেককুলাম। আই পি এলৰ প্ৰথম সংস্কৰণ অৰ্থাত ২০০৮ চনত মেককুলামে কে কে আৰৰ হৈ খেলি আৰ চি বিৰ বিৰুদ্ধে ১৫৮ ৰানৰ ইনিংছ খেলিছিল।

আই পি এলত সৰ্বোচ্চ ব্যক্তিগত ইনিংছ

১৭৫ নট আউট – ক্ৰিছ গেইল (আৰ চি বি) – পুনে ৱাৰিয়ৰ্ছ ইণ্ডিয়া – ২০১৩

১৫৮ নট আউট – ব্ৰেণ্ডন মেককুলাম (কে কে আৰ) – ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু – ২০০৮

১৪১ ৰান – অভিষেক শৰ্মা (এছ আৰ এইচ) – পঞ্জাব কিংছ – ২০২৫

১৪০ নট আউট – কুইণ্টন ডি কক (এল এছ জি) – বনাম কলকাতা নাইট ৰাইডাৰ্ছ – ২০২২

১৩৩ নট আউট – এ বি ডি ভিলিয়াৰ্ছ (আৰ চি বি) – বনাম মুম্বাই ইণ্ডিয়ানছ – ২০১৫

কেৱল এয়াই নহয় আই পি এলত ভাৰতৰ যিকোনো বেটছমেনে কৰা এয়া তৃতীয় সৰ্বাধিক দ্ৰুত শতক। আনহাতে অভিষেকৰ ১৪১ ৰানৰ ইনিংছ টি-২০ ক্ৰিকেটত ভাৰতীয় বেটছমেনে খেলা সৰ্বোচ্চ ইনিংছ।

ইয়াৰ উপৰি অভিষেক শৰ্মাৰ নামত সংযোজন হৈছে ৪০টা বা তাতকৈ কম বলত তিনিটা টি-২০ শতক অৰ্জন কৰাৰ অভিলেখ। এই কৃতিত্ব গঢ়া অভিষেক টি-২০ ক্ৰিকেটৰ একমাত্ৰ বেটছমেন।

আনহাতে অভিষেকে ২৫ বছৰ বয়সৰ পূৰ্বে টি-২০ত সৰ্বাধিক শতক অৰ্জন কৰাৰ ক্ষেত্ৰত শুভমন গিলক অতিক্ৰম কৰিছে। এইটো টি-২০ত অভিষেকৰ সপ্তমটো শতক। গিলৰ নামত আছে ৬টা শতক।

Tags: Abhishek SharmaIPLT-20World Record

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025