• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আফগানিস্তানক গাজালৈ ৰূপান্তৰিত কৰাৰ চেষ্টা পাকিস্তানৰ; আৱাসিক এলেকাত আক্ৰমণ

Nation NE by Nation NE
October 16, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
আফগানিস্তানক গাজালৈ ৰূপান্তৰিত কৰাৰ চেষ্টা পাকিস্তানৰ; আৱাসিক এলেকাত আক্ৰমণ
Share on FacebookShare on TwitterWhatsApp

পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ সীমাত মাজত হোৱা সংঘৰ্ষ এতিয়া দেশখনৰ ভিতৰুৱা অঞ্চললৈ বিয়পি গৈছে। ১৪ অক্টোবৰত নিশাৰ পৰাই পাকিস্তানী সেনাই আফগান সামৰিক স্থানসমূহক লক্ষ্য কৰি লৈছে।

কিন্তু ১৫ অক্টোবৰত পাকিস্তানী সেনাই আফগান সামৰিক স্থানৰ বাহিৰলৈ গৈ আফগান চহৰৰ খোষ্ট আৰু কাণ্ডাহাৰৰ সীমান্তৰ কাষৰীয়া আৱাসিক অঞ্চলত আক্ৰমণ চলায়। খবৰ অনুসৰি, পাকিস্তানৰ সামৰিক আক্ৰমণত ১২ জনতকৈ অধিক আফগান সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে ১০০ৰো অধিক লোক আহত হৈছে।

নিহতসকলৰ ভিতৰত আছে পাকিস্তানৰ পৰা আক্ৰমণৰ বাতৰি দিবলৈ যোৱা আফগান সাংবাদিক আব্দুল গাফুৰ আবিদ। পাকিস্তানৰ আক্ৰমণত আন এজন স্থানীয় আফগান সাংবাদিক টাৱাব আৰ্মানো আহত হয়।

বিগত এসপ্তাহ ধৰি পাকিস্তানে আফগানিস্তানৰ আৱাসিক অঞ্চলক লক্ষ্য কৰি লোৱাই নহয়, আফগানিস্তানক গাজালৈ ৰূপান্তৰিত কৰাৰ চেষ্টাত অসামৰিক লোকৰ ঘৰকো আক্ৰমণ কৰি ধ্বংস কৰি আহিছে। ইয়াৰ উপৰিও আফগান নাগৰিক আৰু সাংবাদিকৰ প্ৰাণ কাঢ়ি লৈছে।

১৫ অক্টোবৰত আফগানিস্তানৰ খোষ্টৰ জাজী ময়দান অঞ্চলত পাকিস্তানী সেনাই ড্ৰ’ন আক্ৰমণ চলায়। ড্ৰোন আক্ৰমণৰ ফলত প্ৰায় ২০টা ঘৰ ধ্বংসাৱশেষলৈ পৰিণত হয়।

Tags: AFGANISTANGAZAPakistan

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025