• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আফগানিস্তানক গাজালৈ ৰূপান্তৰিত কৰাৰ চেষ্টা পাকিস্তানৰ; আৱাসিক এলেকাত আক্ৰমণ

Nation NE by Nation NE
October 16, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
আফগানিস্তানক গাজালৈ ৰূপান্তৰিত কৰাৰ চেষ্টা পাকিস্তানৰ; আৱাসিক এলেকাত আক্ৰমণ
Share on FacebookShare on TwitterWhatsApp

পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ সীমাত মাজত হোৱা সংঘৰ্ষ এতিয়া দেশখনৰ ভিতৰুৱা অঞ্চললৈ বিয়পি গৈছে। ১৪ অক্টোবৰত নিশাৰ পৰাই পাকিস্তানী সেনাই আফগান সামৰিক স্থানসমূহক লক্ষ্য কৰি লৈছে।

কিন্তু ১৫ অক্টোবৰত পাকিস্তানী সেনাই আফগান সামৰিক স্থানৰ বাহিৰলৈ গৈ আফগান চহৰৰ খোষ্ট আৰু কাণ্ডাহাৰৰ সীমান্তৰ কাষৰীয়া আৱাসিক অঞ্চলত আক্ৰমণ চলায়। খবৰ অনুসৰি, পাকিস্তানৰ সামৰিক আক্ৰমণত ১২ জনতকৈ অধিক আফগান সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে ১০০ৰো অধিক লোক আহত হৈছে।

নিহতসকলৰ ভিতৰত আছে পাকিস্তানৰ পৰা আক্ৰমণৰ বাতৰি দিবলৈ যোৱা আফগান সাংবাদিক আব্দুল গাফুৰ আবিদ। পাকিস্তানৰ আক্ৰমণত আন এজন স্থানীয় আফগান সাংবাদিক টাৱাব আৰ্মানো আহত হয়।

বিগত এসপ্তাহ ধৰি পাকিস্তানে আফগানিস্তানৰ আৱাসিক অঞ্চলক লক্ষ্য কৰি লোৱাই নহয়, আফগানিস্তানক গাজালৈ ৰূপান্তৰিত কৰাৰ চেষ্টাত অসামৰিক লোকৰ ঘৰকো আক্ৰমণ কৰি ধ্বংস কৰি আহিছে। ইয়াৰ উপৰিও আফগান নাগৰিক আৰু সাংবাদিকৰ প্ৰাণ কাঢ়ি লৈছে।

১৫ অক্টোবৰত আফগানিস্তানৰ খোষ্টৰ জাজী ময়দান অঞ্চলত পাকিস্তানী সেনাই ড্ৰ’ন আক্ৰমণ চলায়। ড্ৰোন আক্ৰমণৰ ফলত প্ৰায় ২০টা ঘৰ ধ্বংসাৱশেষলৈ পৰিণত হয়।

Tags: AFGANISTANGAZAPakistan

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025