• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আৰক্ষীক দেখি কম্পিত মিঞা! ট্ৰেক্টৰ-ট্ৰাকত ঘৰৰ সামগ্ৰী লৈ পলাইছে অসংখ্য মিঞাই

Nation NE by Nation NE
November 8, 2025
in Top News, অসম
0 0
আৰক্ষীক দেখি কম্পিত মিঞা! ট্ৰেক্টৰ-ট্ৰাকত ঘৰৰ সামগ্ৰী লৈ পলাইছে অসংখ্য মিঞাই
Share on FacebookShare on TwitterWhatsApp

অবৈধভাৱে দখল কৰা ভূমি মুক্ত কৰিবলৈ চৰকাৰ তথা প্ৰশাসনৰ বুলড’জাৰ এক্সন। ৯-১০ নৱেম্বৰত পুনৰ চলিব প্ৰশাসনৰ বুলড’জাৰ। গোৱালপাৰাৰ দহিকাটাত আৰম্ভ চৰকাৰৰ উচ্ছেদ ২.০।

আজি নিশাৰ ভিতৰতে বেদখলকাৰীয়ে এৰিব লাগিব দখলীকৃত ভূমি। প্ৰায় এমাহ পূৰ্বেই দহিকাটা সংৰক্ষিত বনাঞ্চল অবৈধভাৱে দখল কৰা ২৫০টা পৰিয়াললৈ ভূমি খালী কৰাৰ বাবে জাননী জাৰি কৰিছিল প্ৰশাসনে।

জাননী লাভ কৰাৰ পিছতে বহু বেদখলকাৰীয়ে নিশা শ-শ ঘৰ এৰি পলায়ন কৰিছে যদিও বৰ্তমানেও দখলীকৃত ভূমি ত্যাগ কৰা নাই একাংশ বেদখলকাৰীয়ে। ইতিমধেই শেষ হৈছে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া সময়সীমা।

উচ্ছেদ চলিব লগা অঞ্চলত নিয়োগ কৰা  আৰক্ষী, ব্লেক কামাণ্ডো দেখি বুকু কঁপিছে বহু বেদখলকাৰীৰ। ১১৪৩ বিঘা ভূমিত উচ্ছেদৰ বাবে সাজু কৰা হৈছে শ-শ বুলড’জাৰ।

উল্লেখ্য যে, গোৱালপাৰা বন সংমণ্ডলৰ অন্তৰ্গত নিৰ্ধাৰিত সীমাৰ ভিতৰৰ দহিকাটা সংৰক্ষিত বনাঞ্চলৰ ভূমি অবৈধভাৱে বেদখল কৰি গছ-গছনি কাটি ঘৰ নিৰ্মাণকে ধৰি দখলীকৃত ভূমিত পুখুৰী খন্দা, তামোলৰ বাৰী আদি গঢ়ি তুলিছিল বেখলকাৰীয়ে। বনাঞ্চল ধ্বংস কৰি জনাঞ্চল গঢ় দিয়া এইসকল বেদলকাৰীয়ে পুনৰ সংস্থাপন বিচাৰি চৰকাৰক জনাইছে আহ্বান।

Tags: evictionGoalpara

Related Posts

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!
Top News

April 27, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026

শীৰ্ষ সংবাদ

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025