• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কেন্দ্ৰীয় চৰকাৰৰ সমহাৰত বৃদ্ধি ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচ

Nation NE by Nation NE
October 27, 2024
in Top News, অসম
0 0
বাইক চালকৰ বাবে ডাঙৰ ঘোষণা; নথি-পত্ৰ নাথাকিলে দিব নালাগে জৰিমনা

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো

Share on FacebookShare on TwitterWhatsApp

কেন্দ্ৰীয় চৰকাৰৰ দৰে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰো মৰগীয়া বানচ বৃদ্ধি পালে। এই কথা সদৰী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। বিগত সপ্তাহত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ বাবে মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধি কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবেও মৰগীয়া বানচ বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰিছিল।

সেই ঘোষণা অনুসৰি আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত চূড়ান্ত কৰে।

কেবিনেট বৈঠকৰ অন্তত সম্বোধন কৰা সংবাদমেলত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে চৰকাৰী কৰ্মচাৰীসকলে এই বৰ্ধিত ৩ শতাংশ মৰগীয়া বানচ ১ ডিচেম্বৰৰ দৰমহাত লাভ কৰিব। এই বৰ্ধিত বানচ জুলাই মাহৰ কৰা কাৰ্যকৰী কৰা হ’ব।

চাৰিমাহৰ বকেয়া চাৰিটা কিস্তিত প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰি শৰ্মাই কয় যে ডিচেম্বৰ মাহত ২৫ শতাংশ, জানুৱাৰী মাহত ২৫ শতাংশ, ফেব্ৰুৱাৰি মাহত ২৫ শতাংশ আৰু মাৰ্চ মাহত বাকী থকা ২৫ শতাংশ লাভ কৰিব।

দীপাৱলীৰ পূৰ্বে ৰাজ্যিক কৰ্মচাৰীৰ বাবে এয়া সুখৰ সংবাদ বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

Tags: #AssamAssam GovtDAHimanta Biswa Sarma

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025