• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, March 23, 2026
22 °c
Guwahati
22 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

Nation NE by Nation NE
March 23, 2026
in Top News, অসম
0 0
ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন
Share on FacebookShare on TwitterWhatsApp

আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ।  কামৰূপ মেট্ৰ’ৰ ৪ সমষ্টিৰ বিজেপি প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ।

দিছপুৰ সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিব প্ৰদ্যুৎ বৰদলৈয়ে। মধ্য গুৱাহাটীৰ বাবে বিজয় গুপ্তা, নিউ গুৱাহাটীৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই দাখিল কৰিব মনোনয়ন পত্ৰ। ডিমৰীয়া সমষ্টিৰ বাবে এনডিএ সমৰ্থিত প্ৰাৰ্থী তপন কুমাৰ দাসে দিব মনোনয়ন পত্ৰ।

শাসকীয় দলৰ লগতে বিৰোধী দলৰ প্ৰাৰ্থীসকলেও আজি দাখিল কৰিব মনোনয়ন পত্ৰ। দিছপুৰ সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিব মীৰা বৰঠাকুৰে। মধ্য গুৱাহাটীৰ বাবে বিৰোধী প্ৰাৰ্থী কুংকি চৌধুৰীৰ আজি মনোনয়ন দাখিল কৰিব।

আকৌ বিন্নাকান্দি সমষ্টিৰ বাবে আজি মনোনয়ন দাখিল কৰিব বদৰুদ্দিন আজমলে। এই সমষ্টিৰ বাবে বিৰোধীৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৌধুৰীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ। নলবাৰীত আজি দুই মন্ত্ৰীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ। চন্দ্ৰমোহন পাটোৱাৰী আৰু জয়ন্ত মল্ল বৰুৱাই দাখিল কৰিব মনোনয়ন পত্ৰ।

বৰক্ষেত্ৰী সমষ্টিৰ বাবে বিজেপি প্ৰাৰ্থী নাৰায়ণ ডেকাই দাখিল কৰিব মনোনয়ন পত্ৰ। বৰক্ষেত্ৰী সমষ্টিৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী দিগন্ত বৰ্মনে দাখিল কৰিব মনোনয়ন পত্ৰ। নলবাৰী সমষ্টিৰ পৰা প্ৰাক্তন বিধায়ক অশোক শৰ্মাই আজি মনোনয়ন দাখিল কৰিব। ডিগবৈ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সুৰেণ ফুকন, আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী দুলাল মৰাণে আজি তিনিচুকীয়াত দাখিল কৰিব মনোনয়ন পত্ৰ।

নগাঁৱত কলিয়াবৰৰ অগপ প্ৰাৰ্থী তথা মন্ত্ৰী কেশৱ মহন্তই মনোনয়ণ দাখিল কৰিব, তেওঁক সংগ দিব মূখ্যমন্ত্ৰীয়ে। বঢ়মপুৰৰ অজাপৰ প্ৰাৰ্থী ৰাজেন গোঁহাই,ৰহাৰ কংগ্ৰেছ প্ৰাৰ্থী উৎপল বনিয়া,চামগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইন, বিজেপি প্ৰাৰ্থী অনিল শইকীয়া, ধিঙৰ বিজেপি প্ৰাৰ্থী মুকুত কুমাৰ দেবনাথকে প্ৰমূখ্য কৰি বহুকেইজনে মনোনয়ণ পত্ৰ দাখিল কৰিব।

Tags: #AssamElectionNominationVote

Related Posts

ট্ৰাকৰ সৈতে বিমানৰ সংঘৰ্ষৰ ফলত বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনা, আহত কেইবাজনো লোক
Top News

ট্ৰাকৰ সৈতে বিমানৰ সংঘৰ্ষৰ ফলত বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনা, আহত কেইবাজনো লোক

March 23, 2026
ইজৰাইল-আমেৰিকা-ইৰাণ যুদ্ধ কিমান দিনলৈ চলিব?  তীব্ৰভাৱে বৃদ্ধি তেলৰ মূল্য
Top News

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ! হৰমুজ জলদ্বীপত প্ৰায় ২০ লাখ ডলাৰৰ টোল আৰোপ ইৰাণৰ

March 23, 2026
এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি
Top News

এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

March 23, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 23, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 23, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 23, 2026

শীৰ্ষ সংবাদ

ট্ৰাকৰ সৈতে বিমানৰ সংঘৰ্ষৰ ফলত বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনা, আহত কেইবাজনো লোক

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ! হৰমুজ জলদ্বীপত প্ৰায় ২০ লাখ ডলাৰৰ টোল আৰোপ ইৰাণৰ

এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025