• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দিল্লীৰ নতুন মুখ্যমন্ত্ৰী আতিশী; বৈঠকৰ ৩০ মিনিটৰ ভিতৰতেই নাম ঠিৰাং

Nation NE by Nation NE
September 17, 2024
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
দিল্লীৰ নতুন মুখ্যমন্ত্ৰী আতিশী; বৈঠকৰ ৩০ মিনিটৰ ভিতৰতেই নাম ঠিৰাং
Share on FacebookShare on TwitterWhatsApp

আজি বিয়লি উপ-ৰাজ্যপাল ভি কে ছাক্সেনাৰ সৈতে হ’বলগীয়া বৈঠকৰ পিছতে অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব। কেজৰিৱালৰ পদত্যাগৰ পিছতে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিব দিল্লীৰ মন্ত্ৰী আতিশী মাৰ্লেনাই। আজি আম আদমী পাৰ্টিৰ বিধায়িনী দলৰ বৈঠকত সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আজি আপৰ বিধায়কসকলৰ বৈঠকত দলৰ নেতা দিলীপ পাণ্ডেয়ে মুখ্যমন্ত্ৰীৰ পদৰ নাম ঠিৰাং কৰিবলৈ কেজৰিৱালক সিদ্ধান্ত ল’বলৈ প্ৰস্তাৱ আগবঢ়ায়। ইয়াৰ পিছতে আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক কেজৰিৱালে আতিশীৰ নাম প্ৰস্তাৱ কৰে আৰু আপৰ সকলো বিধায়কে এই প্ৰস্তাৱ মানি লয় আৰু আতিশীক বিধায়িনী দলৰ নেত্ৰী নিৰ্বাচিত কৰা হয়।

উল্লেখ্য যে, দিল্লী চৰকাৰৰ শিক্ষাৰ লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত আছিল আতিশী।

দিল্লীৰ সুৰা নীতিৰ সৈতে জড়িত দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৪৩ বছৰীয়া কলকাজীৰ বিধায়ক আতিশী মন্ত্ৰী হৈছিল। যি সময়ত কেজৰিৱাল আৰু চিছ’দিয়া কাৰাগাৰত বন্দী হৈ আছিল তেতিয়া আতিশীয়ে দলীয় অনুষ্ঠান আৰু সংবাদ মাধ্যমৰ বিনিময়ত দলৰ স্থিতি স্পষ্ট কৰি দিছিল।

উল্লেখ্য যে, সুৰা কেলেংকাৰী গোচৰত জামিন লাভ কৰাৰ পিছতেই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বুলি ঘোষণা কৰিছিল। সেই ঘোষণা অনুসৰি অৰবিন্দ কেজৰিৱালে আজি বিয়লি উপ-ৰাজ্যপালক সাক্ষাত কৰি পদত্যাগ পত্ৰ দাখিল কৰিব।

Tags: #AAP#Arvind Kejriwal#DelhiAtishi

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025