• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
26 °c
Guwahati
26 ° Thu
27 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দিল্লীৰ নতুন মুখ্যমন্ত্ৰী আতিশী; বৈঠকৰ ৩০ মিনিটৰ ভিতৰতেই নাম ঠিৰাং

Nation NE by Nation NE
September 17, 2024
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
দিল্লীৰ নতুন মুখ্যমন্ত্ৰী আতিশী; বৈঠকৰ ৩০ মিনিটৰ ভিতৰতেই নাম ঠিৰাং
Share on FacebookShare on TwitterWhatsApp

আজি বিয়লি উপ-ৰাজ্যপাল ভি কে ছাক্সেনাৰ সৈতে হ’বলগীয়া বৈঠকৰ পিছতে অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব। কেজৰিৱালৰ পদত্যাগৰ পিছতে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিব দিল্লীৰ মন্ত্ৰী আতিশী মাৰ্লেনাই। আজি আম আদমী পাৰ্টিৰ বিধায়িনী দলৰ বৈঠকত সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আজি আপৰ বিধায়কসকলৰ বৈঠকত দলৰ নেতা দিলীপ পাণ্ডেয়ে মুখ্যমন্ত্ৰীৰ পদৰ নাম ঠিৰাং কৰিবলৈ কেজৰিৱালক সিদ্ধান্ত ল’বলৈ প্ৰস্তাৱ আগবঢ়ায়। ইয়াৰ পিছতে আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক কেজৰিৱালে আতিশীৰ নাম প্ৰস্তাৱ কৰে আৰু আপৰ সকলো বিধায়কে এই প্ৰস্তাৱ মানি লয় আৰু আতিশীক বিধায়িনী দলৰ নেত্ৰী নিৰ্বাচিত কৰা হয়।

উল্লেখ্য যে, দিল্লী চৰকাৰৰ শিক্ষাৰ লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত আছিল আতিশী।

দিল্লীৰ সুৰা নীতিৰ সৈতে জড়িত দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৪৩ বছৰীয়া কলকাজীৰ বিধায়ক আতিশী মন্ত্ৰী হৈছিল। যি সময়ত কেজৰিৱাল আৰু চিছ’দিয়া কাৰাগাৰত বন্দী হৈ আছিল তেতিয়া আতিশীয়ে দলীয় অনুষ্ঠান আৰু সংবাদ মাধ্যমৰ বিনিময়ত দলৰ স্থিতি স্পষ্ট কৰি দিছিল।

উল্লেখ্য যে, সুৰা কেলেংকাৰী গোচৰত জামিন লাভ কৰাৰ পিছতেই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বুলি ঘোষণা কৰিছিল। সেই ঘোষণা অনুসৰি অৰবিন্দ কেজৰিৱালে আজি বিয়লি উপ-ৰাজ্যপালক সাক্ষাত কৰি পদত্যাগ পত্ৰ দাখিল কৰিব।

Tags: #AAP#Arvind Kejriwal#DelhiAtishi

Related Posts

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 5, 2026

শীৰ্ষ সংবাদ

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025