• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাগেশ্বৰ ধামলৈ যোৱা ভক্তৰ অটোৰ সৈতে ট্ৰাকৰ সংঘৰ্ষ, ৭ জনৰ প্ৰাণহানি

Nation NE by Nation NE
August 21, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
বাগেশ্বৰ ধামলৈ যোৱা ভক্তৰ অটোৰ সৈতে ট্ৰাকৰ সংঘৰ্ষ, ৭ জনৰ প্ৰাণহানি

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বাগেশ্বৰ ধামলৈ যোৱা ভক্তৰ সৈতে ঘটিল অঘটন। ভক্তক লৈ এখন অটোই খুন্দা মাৰে ৰৈ থকা ট্ৰাক এখনত।

এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় মধ্য প্ৰদেশৰ ছটাৰপুৰত। য’ত ভক্তৰে ভৰা এখন অট’ই প্ৰচণ্ড জোৰে খুন্দা মাৰে এখন ৰৈ থকা ট্ৰাক এখনত। এই দুৰ্ঘটনাটোত ৭ জন লোকৰ মৃত্যু হয়। মৃতসকলৰ ভিতৰত বৃদ্ধ, মহিলা আৰু এটি শিশুও উপস্থিত থাকে। আনহাতে এই দূৰ্ঘটনাটোত ছয়জন লোক আহত হোৱাৰ খবৰও পোৱা গৈছে।

দুৰ্ঘটনাটো ইমানেই ভয়াৱহ হৈ পৰিছিল যে, অটোখনৰ সন্মুখভাগ ভাঙি টুকুৰা-টুকুৰ হৈ পৰিছিল। লগে লগে আৰক্ষী আহি উপস্থিত হয় উক্ত ঘটনাস্থলীত। খবৰ অনুসৰি, পুৱাৰভাগত অটো চালকজনে টোপনি যোৱাৰ সন্দেহ কৰে আৰক্ষীয়ে। যাৰ বাবে তেওঁ ৰাস্তাত থিয় হৈ থকা ট্ৰাকখন দেখা নাপালে আৰু নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড যোৰে ট্ৰাকখনত খুন্দা মাৰে।

ইণ্ডিয়া টুডেৰ প্ৰতিবেদন অনুসৰি, ২০ আগষ্টত সংঘটিত হয় এই দুৰ্ঘটনাটো। ছটাৰপুৰ চিভিল লাইন আৰক্ষী থানা এলেকাৰ কদাৰী গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। আহত আটাইকেইজনক চিকিৎসাৰ বাবে লগে লগে জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Tags: Madhya PradeshMP PoliceRoad Accident

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025