• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাগেশ্বৰ ধামলৈ যোৱা ভক্তৰ অটোৰ সৈতে ট্ৰাকৰ সংঘৰ্ষ, ৭ জনৰ প্ৰাণহানি

Nation NE by Nation NE
August 21, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
বাগেশ্বৰ ধামলৈ যোৱা ভক্তৰ অটোৰ সৈতে ট্ৰাকৰ সংঘৰ্ষ, ৭ জনৰ প্ৰাণহানি

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বাগেশ্বৰ ধামলৈ যোৱা ভক্তৰ সৈতে ঘটিল অঘটন। ভক্তক লৈ এখন অটোই খুন্দা মাৰে ৰৈ থকা ট্ৰাক এখনত।

এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় মধ্য প্ৰদেশৰ ছটাৰপুৰত। য’ত ভক্তৰে ভৰা এখন অট’ই প্ৰচণ্ড জোৰে খুন্দা মাৰে এখন ৰৈ থকা ট্ৰাক এখনত। এই দুৰ্ঘটনাটোত ৭ জন লোকৰ মৃত্যু হয়। মৃতসকলৰ ভিতৰত বৃদ্ধ, মহিলা আৰু এটি শিশুও উপস্থিত থাকে। আনহাতে এই দূৰ্ঘটনাটোত ছয়জন লোক আহত হোৱাৰ খবৰও পোৱা গৈছে।

দুৰ্ঘটনাটো ইমানেই ভয়াৱহ হৈ পৰিছিল যে, অটোখনৰ সন্মুখভাগ ভাঙি টুকুৰা-টুকুৰ হৈ পৰিছিল। লগে লগে আৰক্ষী আহি উপস্থিত হয় উক্ত ঘটনাস্থলীত। খবৰ অনুসৰি, পুৱাৰভাগত অটো চালকজনে টোপনি যোৱাৰ সন্দেহ কৰে আৰক্ষীয়ে। যাৰ বাবে তেওঁ ৰাস্তাত থিয় হৈ থকা ট্ৰাকখন দেখা নাপালে আৰু নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড যোৰে ট্ৰাকখনত খুন্দা মাৰে।

ইণ্ডিয়া টুডেৰ প্ৰতিবেদন অনুসৰি, ২০ আগষ্টত সংঘটিত হয় এই দুৰ্ঘটনাটো। ছটাৰপুৰ চিভিল লাইন আৰক্ষী থানা এলেকাৰ কদাৰী গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। আহত আটাইকেইজনক চিকিৎসাৰ বাবে লগে লগে জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Tags: Madhya PradeshMP PoliceRoad Accident

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025