• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, June 6, 2025
29 °c
Guwahati
30 ° Sun
30 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

    কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      টি-২০ত প্ৰথমবাৰৰ বাবে ঘটিল অনাকাংক্ষিত ঘটনা; এইখন দেশৰ নামত সংযোজন হ’ল লজ্জাজনক অভিলেখ

      Nation NE by Nation NE
      March 15, 2025
      in Top News, ক্ৰীড়া
      0 0
      টি-২০ত প্ৰথমবাৰৰ বাবে ঘটিল অনাকাংক্ষিত ঘটনা; এইখন দেশৰ নামত সংযোজন হ’ল লজ্জাজনক অভিলেখ
      Share on FacebookShare on TwitterWhatsApp

      অনিশ্চয়তাৰ খেল ক্ৰিকেট। পুনৰ প্ৰমাণ হ’ল সেই কথা। ১৬ বছৰীয়া টি-২০ ক্ৰিকেটৰ ছুপাৰ অভাৰ ইতিহাসত নোহোৱা নোপোজা ঘটনা সংঘটিত হ’ল এখন আন্তঃৰাষ্ট্ৰীয় মেচত। মেচৰ ফলাফল নিৰ্ণয়ৰ বাবে হোৱা ছুপাৰ অভাৰত এটা দলে এক ৰানো সংগ্ৰহ কৰিব নোৱাৰা ঘটনাই ক্ৰিকেট বিশ্বক হতচকিত কৰি তুলিছে।

      বাহৰেইন আৰু হংকঙৰ মাজত অনুষ্ঠিত হোৱা আই চি চি চিডব্লিউচি চেলেঞ্জ লীগ বিৰ মেচখনত এই অনাকাংক্ষিত অভিলেখ সৃষ্টি হয়। বাহৰেইনৰ নামত সংযোজন হয় এই লজ্জাজনক অভিলেখ।

      উল্লেখ্য যে, শুকুৰবাৰে কুৱালালামপুৰত হংকং আৰু বাহৰেইনৰ মাজত অনুষ্ঠিত হৈছিল মেচখন। এই ৰোমাঞ্চকৰ মেচখন টাই হোৱাৰ পিছতে ১৬ বছৰীয়া ছুপাৰ অভাৰ ইতিহাসত কোনো দিনে নোহোৱা ঘটনা সংঘটিত হয়।

      মালয়েছিয়া ত্ৰিদেশীয় শৃংখলাত হংকঙে প্ৰথমে টছত জয়ী হৈ বেটিং কৰি নিৰ্ধাৰিত অভাৰত ৭ উইকেটত ১২৯ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত বাহৰেইনৰ অপেনাৰ যুটী ফিয়াজ আহমেদ আৰু প্ৰশান্ত কুৰুপে ৩০ ৰান কৰি দলক সুন্দৰ আৰম্ভণি দিয়ে। কিন্তু ইয়াৰ পিছৰে পৰা নিৰন্তৰভাৱে এটাৰ পিছত এটা উইকেট হেৰুৱাই শলঠেকত পৰে বাহৰেইন। ৬৭ ৰানতে দলটোৱে হেৰুৱাই পাঁচটাকৈ গুৰুত্বপূৰ্ণ উইকেট।

      মেচখনত জয়ী হ’বলৈ বাহৰেইনক অন্তিম অভাৰত প্ৰয়োজন হয় ১৩ ৰানৰ। অভাৰটোৰ পঞ্চমটো বলত ছয় কোবোৱাৰ লগে লগে স্ক’ৰ টাই হয়। কিন্তু অভাৰৰ অন্তিমটো বলত নচৰুল্লা আউট হোৱাৰ লগে লগে খেলখন টাইৰূপে সমাপ্ত হয়।

      ইয়াৰ পিছত খেলখনৰ ফলাফল নিৰ্ণয়ৰ বাবে হয় ছুপাৰ অভাৰ। নিয়ম অনুসৰি দ্বিতীয় ইনিংছত বেট ধৰিবলৈ অহা বাহৰেইনে ছুপাৰ অভাৰত প্ৰথমে বেট ধৰিবলৈ আহে। কিন্তু হংকঙৰ জ্যেষ্ঠ স্পিনাৰ এহছাছ খানে সুন্দৰ বলিং কৰি ক্ৰমাগতভাৱে দুজনকৈ বেটছমেনক পেভেলিয়নলৈ ওভতাই পঠিয়াই। আই চি চিৰ নিয়ম অনুসৰি, ছুপাৰ অভাৰত দুটা উইকেট যোৱাৰ লগে লগে সেই দলটোৰ ইনিংছ সিমানতেই অন্ত পৰে।

      ইয়াৰ পিছত ১ ৰানৰ লক্ষ্য লৈ বেটিং কৰিবলৈ অহা হংকঙে অভাৰৰ তৃতীয়টো বলত ৰান সংগ্ৰহ কৰি মেচখন জয়ী হয়। টি-২০ ক্ৰিকেট ইতিহাসত ছুপাৰ অভাৰৰ জৰিয়তে মেচৰ ফলাফল নিৰ্ণয় হোৱা এইখন ৩৩ সংখ্যক মেচ।

      Tags: BahrainHong KongICCT-20

      Related Posts

      আজি ভাৰতীয়ৰ বাবে মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল চেনাব দলং
      Top News

      June 6, 2025
      RBIৰ ডাঙৰ উপহাৰ; এতিয়াৰে পৰা হ্ৰাস পাব গৃহ-যান-বাহনৰ EMI

      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু
      Top News

      বাংগালুৰুৰ পদপিষ্ট ঘটনাক লৈ RCBৰ শীৰ্ষ বিষয়াসহ চাৰিজনক গ্ৰেপ্তাৰ

      June 6, 2025
      ‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক
      Top News

      ‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক

      June 6, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      June 6, 2025
      ভাৰতত পুনৰ কোভিড; হাই এলাৰ্ট জাৰি কেন্দ্ৰীয় চৰকাৰৰ
      Top News

      দেশৰ কেইবাখনো ৰাজ্যত কৰ’ণাই লৈছে ভয়ংকৰ ৰূপ, ৪০০০ৰো অধিক সক্ৰিয় ৰোগীৰ সংখ্যা

      June 5, 2025

      শীৰ্ষ সংবাদ

      আজি ভাৰতীয়ৰ বাবে মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল চেনাব দলং

      RBIৰ ডাঙৰ উপহাৰ; এতিয়াৰে পৰা হ্ৰাস পাব গৃহ-যান-বাহনৰ EMI

      বাংগালুৰুৰ পদপিষ্ট ঘটনাক লৈ RCBৰ শীৰ্ষ বিষয়াসহ চাৰিজনক গ্ৰেপ্তাৰ

      ‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      দেশৰ কেইবাখনো ৰাজ্যত কৰ’ণাই লৈছে ভয়ংকৰ ৰূপ, ৪০০০ৰো অধিক সক্ৰিয় ৰোগীৰ সংখ্যা

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist