• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

টি-২০ত প্ৰথমবাৰৰ বাবে ঘটিল অনাকাংক্ষিত ঘটনা; এইখন দেশৰ নামত সংযোজন হ’ল লজ্জাজনক অভিলেখ

Nation NE by Nation NE
March 15, 2025
in Top News, ক্ৰীড়া
0 0
টি-২০ত প্ৰথমবাৰৰ বাবে ঘটিল অনাকাংক্ষিত ঘটনা; এইখন দেশৰ নামত সংযোজন হ’ল লজ্জাজনক অভিলেখ
Share on FacebookShare on TwitterWhatsApp

অনিশ্চয়তাৰ খেল ক্ৰিকেট। পুনৰ প্ৰমাণ হ’ল সেই কথা। ১৬ বছৰীয়া টি-২০ ক্ৰিকেটৰ ছুপাৰ অভাৰ ইতিহাসত নোহোৱা নোপোজা ঘটনা সংঘটিত হ’ল এখন আন্তঃৰাষ্ট্ৰীয় মেচত। মেচৰ ফলাফল নিৰ্ণয়ৰ বাবে হোৱা ছুপাৰ অভাৰত এটা দলে এক ৰানো সংগ্ৰহ কৰিব নোৱাৰা ঘটনাই ক্ৰিকেট বিশ্বক হতচকিত কৰি তুলিছে।

বাহৰেইন আৰু হংকঙৰ মাজত অনুষ্ঠিত হোৱা আই চি চি চিডব্লিউচি চেলেঞ্জ লীগ বিৰ মেচখনত এই অনাকাংক্ষিত অভিলেখ সৃষ্টি হয়। বাহৰেইনৰ নামত সংযোজন হয় এই লজ্জাজনক অভিলেখ।

উল্লেখ্য যে, শুকুৰবাৰে কুৱালালামপুৰত হংকং আৰু বাহৰেইনৰ মাজত অনুষ্ঠিত হৈছিল মেচখন। এই ৰোমাঞ্চকৰ মেচখন টাই হোৱাৰ পিছতে ১৬ বছৰীয়া ছুপাৰ অভাৰ ইতিহাসত কোনো দিনে নোহোৱা ঘটনা সংঘটিত হয়।

মালয়েছিয়া ত্ৰিদেশীয় শৃংখলাত হংকঙে প্ৰথমে টছত জয়ী হৈ বেটিং কৰি নিৰ্ধাৰিত অভাৰত ৭ উইকেটত ১২৯ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত বাহৰেইনৰ অপেনাৰ যুটী ফিয়াজ আহমেদ আৰু প্ৰশান্ত কুৰুপে ৩০ ৰান কৰি দলক সুন্দৰ আৰম্ভণি দিয়ে। কিন্তু ইয়াৰ পিছৰে পৰা নিৰন্তৰভাৱে এটাৰ পিছত এটা উইকেট হেৰুৱাই শলঠেকত পৰে বাহৰেইন। ৬৭ ৰানতে দলটোৱে হেৰুৱাই পাঁচটাকৈ গুৰুত্বপূৰ্ণ উইকেট।

মেচখনত জয়ী হ’বলৈ বাহৰেইনক অন্তিম অভাৰত প্ৰয়োজন হয় ১৩ ৰানৰ। অভাৰটোৰ পঞ্চমটো বলত ছয় কোবোৱাৰ লগে লগে স্ক’ৰ টাই হয়। কিন্তু অভাৰৰ অন্তিমটো বলত নচৰুল্লা আউট হোৱাৰ লগে লগে খেলখন টাইৰূপে সমাপ্ত হয়।

ইয়াৰ পিছত খেলখনৰ ফলাফল নিৰ্ণয়ৰ বাবে হয় ছুপাৰ অভাৰ। নিয়ম অনুসৰি দ্বিতীয় ইনিংছত বেট ধৰিবলৈ অহা বাহৰেইনে ছুপাৰ অভাৰত প্ৰথমে বেট ধৰিবলৈ আহে। কিন্তু হংকঙৰ জ্যেষ্ঠ স্পিনাৰ এহছাছ খানে সুন্দৰ বলিং কৰি ক্ৰমাগতভাৱে দুজনকৈ বেটছমেনক পেভেলিয়নলৈ ওভতাই পঠিয়াই। আই চি চিৰ নিয়ম অনুসৰি, ছুপাৰ অভাৰত দুটা উইকেট যোৱাৰ লগে লগে সেই দলটোৰ ইনিংছ সিমানতেই অন্ত পৰে।

ইয়াৰ পিছত ১ ৰানৰ লক্ষ্য লৈ বেটিং কৰিবলৈ অহা হংকঙে অভাৰৰ তৃতীয়টো বলত ৰান সংগ্ৰহ কৰি মেচখন জয়ী হয়। টি-২০ ক্ৰিকেট ইতিহাসত ছুপাৰ অভাৰৰ জৰিয়তে মেচৰ ফলাফল নিৰ্ণয় হোৱা এইখন ৩৩ সংখ্যক মেচ।

Tags: BahrainHong KongICCT-20

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025