• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, May 5, 2026
26 °c
Guwahati
26 ° Thu
27 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাংলাদেশৰ পৰা পাকিস্তানলৈ পোনপটীয়া বিমান, ইউনুছ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

Nation NE by Nation NE
January 27, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বাংলাদেশৰ পৰা পাকিস্তানলৈ পোনপটীয়া বিমান, ইউনুছ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদৰ পৰা শ্বেখ হাছিনাক উচ্ছেদ কৰাৰ পিছত দুয়োখন দেশৰ সম্পৰ্কৰ বহু উন্নতি হৈছে। শেহতীয়াকৈ বাংলাদেশৰ এজন জ্যেষ্ঠ সামৰিক বিষয়াই পাকিস্তান ভ্ৰমণ কৰিছিল।

পাকিস্তানত থকা বাংলাদেশৰ দূতাবাসে দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ বাবে দুয়োখন দেশৰ মাজত প্ৰত্যক্ষ বিমান সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এক প্ৰতিবেদন অনুসৰি, বিগত ২৫ জানুৱাৰীত পেছাৱৰৰ এখন সংবাদমেলত মহম্মদ ইকবাল হুছেইনে এই কথা উল্লেখ কৰে।

হুছেইনে দুয়োখন দেশৰ মাজত গভীৰ আৰু ঐতিহাসিক সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভ্ৰমণ আৰু সংযোগৰ সুবিধাৰ বাবে প্ৰত্যক্ষ বিমান সেৱা স্থাপনৰ ইচ্ছা প্ৰকাশ কৰে। তেওঁ কয় যে, এনে পদক্ষেপে পৰ্যটন, শিক্ষা, বাণিজ্যকে ধৰি বিভিন্ন খণ্ডত সহযোগিতা বৃদ্ধি কৰিব। অৱশ্যে পোনপটীয়া বিমান সেৱাৰ কোনো টাইমলাইন ঘোষণা কৰা হোৱা নাছিল।

উল্লেখযোগ্য যে, বাংলাদেশত শ্বেখ হাছিনাক প্ৰধানমন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰাৰ পিছৰে পৰা দুয়োখন দেশৰ সম্পৰ্কৰ বহু উন্নতি হৈছে। শেহতীয়াকৈ বাংলাদেশৰ এজন জ্যেষ্ঠ সামৰিক বিষয়াই পাকিস্তান ভ্ৰমণ কৰি শীৰ্ষ সামৰিক বিষয়াসকলৰ সৈতে পৃথক পৃথক বৈঠকত মিলিত হৈ প্ৰতিৰক্ষা খণ্ডত সহযোগিতাৰ সম্ভাৱনাৰ সন্ধান কৰে।

শেহতীয়াকৈ পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল আছিফ মালিকে ২২ জানুৱাৰীত ঢাকাত উপস্থিত হয়। ডুবাইৰ পৰা ঢাকাত উপস্থিত হোৱা আই এছ আইৰ মুৰব্বীগৰাকীক আদৰণি জনায় বাংলাদেশৰ সেনাৰ কোৱাৰ্টাৰ মাষ্টাৰ জেনেৰেল লেফটেনেণ্ট জেনেৰেল মহম্মদ ফৈজুৰ ৰহমানে। দশক পিছত পাকিস্তানী চোৰাংচোৱা সংস্থাৰ কোনো শীৰ্ষ বিষয়াৰ এইটোৱেই আছিল প্ৰথম ঢাকা ভ্ৰমণ। আই এছ আইৰ মুৰব্বীগৰাকীৰ এই ভ্ৰমণৰ পৰা বহু অৰ্থ উলিওৱা হৈছে।

ইয়াৰ পূৰ্বে বাংলাদেশৰ উচ্চ পদস্থ সামৰিক বিষয়া জেনেৰেল এছ এম কামৰুল হাছানে ১৪ জানুৱাৰীত পাকিস্তান ভ্ৰমণ কৰিছিল। কমৰুলে পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল অসীম মুনিৰক সাক্ষাৎ কৰিছিল। জল্পনা-কল্পনা কৰা হৈছে যে দুয়োখন দেশৰ মাজত কিছু প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰিত হ’ব পাৰে।

বাংলাদেশ আৰু পাকিস্তানৰ মাজত ক্ৰমবৰ্ধমান ঘনিষ্ঠতাই ভূ-ৰাজনীতিৰ পৰিৱৰ্তনৰ ইংগিত দিছে। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ ধাৰা স্পষ্টকৈ দেখা গৈছে, যিটো ভাৰতৰ বাবেও চিন্তাৰ কাৰণ।

Tags: BangladeshFlightPakistan

Related Posts

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 5, 2026

শীৰ্ষ সংবাদ

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025