• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
18 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাংলাদেশত গঠন হ’ব নতুন ৰাজনৈতিক দল, শ্বেখ হাছিনাৰ বিৰুদ্ধে প্ৰদৰ্শন কৰা ছাত্ৰই ল’লে ডাঙৰ সিদ্ধান্ত

Nation NE by Nation NE
February 28, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বাংলাদেশত গঠন হ’ব নতুন ৰাজনৈতিক দল, শ্বেখ হাছিনাৰ বিৰুদ্ধে প্ৰদৰ্শন কৰা ছাত্ৰই ল’লে ডাঙৰ সিদ্ধান্ত
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশৰ বাবে আজিৰ দিনটো হ’ব এক ঐতিহাসিক দিন। বিগত বৰ্ষত আগষ্ট মাহত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ক্ষমতা উৎখাত কৰাৰ পিছতেই বিদ্ৰোহৰ নেতৃত্ব দিয়া গোটটোৰ অন্যতম বিশিষ্ট ছাত্ৰ নেতা নাহিদ ইছলামে মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰৰ পৰা পদত্যাগ কৰিছে।প্ৰতিবাদৰ অন্তত বাংলাদেশৰ ছাত্ৰসমাজ নামি পৰিছে সক্ৰিয় ৰাজনীতিত।

এতিয়া তেওঁলোকে আজি ​​অৰ্থাৎ ২৮ ফেব্ৰুৱাৰীত নতুন ৰাজনৈতিক দল এটা আৰম্ভ কৰিবলৈ আগবাঢ়িছে। এই নতুন দলটোৰ নাম হ’ব জাতীয় নাগৰিক পাৰ্টী। এই দলটোৰ আহ্বায়ক হ’ব নাহিদ ইছলাম। নাহিদ ইছলাম আছিল বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰাক্তণ উপদেষ্টা

ছাত্ৰ গোটৰ মঞ্চ জাতীয় নাগৰিক সমিতিৰ মুখপাত্ৰ সমন্ত শ্বাৰমিনে কয় যে, ২০২৪ চনৰ জুলাইৰ বিদ্ৰোহৰ পিছত বাংলাদেশত নতুন আশা আৰু আকাংক্ষাৰ সৃষ্টি হৈছে। সেই আশা আৰু আকাংক্ষাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰসমাজে নতুন ৰাজনৈতিক দল গঠনৰ বাবে লক্ষ্য কৰিছে।

বিদ্ৰোহৰ সময়ত তেওঁলোকে উপলব্ধি কৰিছিল যে, বাংলাদেশৰ ৰাজনৈতিক দলসমূহৰ মতাদৰ্শই দেশৰ সকলো জনসাধাৰণক প্ৰতিনিধিত্ব নকৰে। বৰ্তমানৰ ৰাষ্ট্ৰৰ গাঁথনিটোৱে বাংলাদেশক এখন নতুন আধুনিক ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ একেবাৰেই সক্ষম নহয় বুলিও সমন্ত শ্বাৰমিনে কয়।

আৱামী লীগ আৰু বিএনপি বাংলাদেশৰ প্ৰধান ৰাজনৈতিক দল হিচাপে পৰিগণিত হৈছে। এনে পৰিস্থিতিত শ্বেখ হাছিনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীসকলে নতুন ৰাজনৈতিক দল গঠনৰ সিদ্ধান্ত লৈছে। এই দলৰ উদ্দেশ্য আৰু এজেণ্ডা কি হ’ব সেয়া বৰ্তমানেও স্পষ্ট হোৱা নাই যদিও বাংলাদেশৰ ৰাজনীতিত আৰু বহু টুইষ্ট এণ্ড টাৰ্ণ যে দেখা যাব সেয়া নিশ্চিত।

Tags: BangladeshMuhammad YunusSheikh Hasina

Related Posts

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025

শীৰ্ষ সংবাদ

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025