• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, January 28, 2026
20 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শ্বেখ হাছিনা চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰা ছাত্ৰ নেতাৰ অন্তৱৰ্তীকালীন চৰকাৰৰ পৰা পদত্যাগ

Nation NE by Nation NE
February 25, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
শ্বেখ হাছিনা চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰা ছাত্ৰ নেতাৰ অন্তৱৰ্তীকালীন চৰকাৰৰ পৰা পদত্যাগ
Share on FacebookShare on TwitterWhatsApp

শ্বেখ হাছিনা চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ছাত্ৰ নেতা মহম্মদ নাহিদ ইছলামে মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰৰ পৰা পদত্যাগ কৰে। দূৰসংযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ উপদেষ্টাৰ দায়িত্বত থকা নাহিদে মঙলবাৰে মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰে।

চৰকাৰত থকাৰ পৰিৱৰ্তে সক্ৰিয়ভাৱে ৰাজপথলৈ ওলাই আহি কাম কৰাৰ উদ্দেশ্যে পদত্যাগ কৰা বুলি উল্লেখ কৰিছে নাহিদ ইছলামে।

ঢাকা ট্ৰিবিউনৰ প্ৰতিবেদন অনুসৰি পদত্যাগ কৰাৰ কেইঘণ্টামান পিছতে ৰাজ্যিক অতিথিশালাত সংবাদমেল সম্বোধন কৰি মহম্মদ নাহিদ ইছলামে জনসাধাৰণৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে যোৱা ছমাহত তেওঁ তথ্য আৰু সম্প্ৰচাৰ উপদেষ্টা পদত অধিষ্ঠিত হৈ অৰিহণা যোগাবলৈ চেষ্টা কৰিছিল।

মন্ত্ৰীসভাৰ পৰা পদত্যাগ সন্দৰ্ভত নাহিদ ইছলামে কয়, ‘মই চৰকাৰৰ বাহিৰত থকাটো প্ৰয়োজনীয় বুলি অনুভৱ কৰিছো। গণবিদ্ৰোহৰ আকাংক্ষা এতিয়াও পূৰণ হোৱা নাই। ন্যায় আৰু সংস্কাৰৰ প্ৰতিশ্ৰুতিৰে চৰকাৰ গঠন কৰা হৈছিল। এতিয়াও আন দুজন ছাত্ৰই পৰামৰ্শদাতা পদত অধিষ্ঠিত, চৰকাৰৰ ভিতৰত তেওঁলোকৰ আৰু অধিক দায়িত্ব আছে। দুয়োজনে চৰকাৰত থাকি ৰাইজৰ সেৱা কৰিব আৰু যেতিয়া তেওঁলোকে অনুভৱ কৰিব যে সকলো ঠিকেই আছে তেতিয়া তেওঁলোকে পদ এৰিব।’

ইফালে ৰাজনৈতিক ভৱিষ্যত সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত নাহিদে কয় যে তেওঁ নতুন ৰাজনৈতিক শক্তি আৰু দলত যোগদান কৰিব বিচাৰে। নিজৰ লক্ষ্যৰ বিষয়ে ব্যাখ্যা কৰি তেওঁ কয় যে তেওঁ মানুহৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিব বিচাৰে। আকৌ এবাৰ তেওঁলোকক একত্ৰিত কৰিব বিচাৰে। সেইবাবেই তেওঁ পদত্যাগ কৰিছে।

Tags: BangladeshMuhammad YunusNahid IslamStudent Leader

Related Posts

সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…
Top News

January 28, 2026
মহাৰাষ্ট্ৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ

সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

January 28, 2026

শীৰ্ষ সংবাদ

সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…

মহাৰাষ্ট্ৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ

সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025