• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

Nation NE by Nation NE
July 19, 2025
in Top News, অসম, ৰাষ্ট্ৰীয়
0 0
বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
Share on FacebookShare on TwitterWhatsApp

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে। মমতা বেনাৰ্জীয়ে শাসনত অধিষ্ঠিত হৈ থাকিবলৈ এটা ‘বিশেষ সম্প্ৰদায়’ৰ বেদখলক উৎসাহিত আৰু তুষ্টিকৰণ কৰি নিজৰ ৰাজ্যৰ ভৱিষ্যতৰ সৈতে আপোচ কৰা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত ভাষিক বিভাজন নাই আৰু তেওঁৰ চৰকাৰে ৰাজ্য আৰু জনসাধাৰণৰ ঐতিহ্য সংৰক্ষণৰ বাবে সংগ্ৰাম কৰি যাব। অসমৰ চৰকাৰে বাংলা ভাষী লোকক ‘ভয়-ভাবুকি’ প্ৰদান কৰা আৰু বিজেপিক ‘বিভাজনকাৰী এজেণ্ডা’ত কাম কৰা বুলি মমতা বেনাৰ্জীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই এইদৰে উভতি ধৰে।

মমতা বেনাৰ্জীৰ এই পোষ্টৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাই লিখিছে, ‘দিদী, মই আপোনাক সোঁৱৰাই দিওঁ – অসমত আমি নিজৰ মানুহৰ লগত যুঁজ দিয়া নাই। আমি নিৰ্ভয়ে সীমান্তৰ সিপাৰৰ পৰা অনিয়ন্ত্ৰিত মুছলমান অনুপ্ৰৱেশক প্ৰতিহত কৰি আছো, যিয়ে ইতিমধ্যে বিপজ্জনক জনগাঁথনিৰ পৰিৱৰ্তন আনিছে।’

তেওঁ লগতে কয় যে বহু জিলাত হিন্দুসকল এতিয়া নিজৰ মাটিতেই সংখ্যালঘু হোৱাৰ উপক্ৰম হৈছে। শৰ্মাই দাবী কৰে যে এইটো কোনো ৰাজনৈতিক মন্তব্য নহয় বৰঞ্চ বাস্তৱ, কিয়নো উচ্চতম ন্যায়ালয়ে এনে অনুপ্ৰৱেশক বাহ্যিক আগ্ৰাসন বুলি অভিহিত কৰিছে।

তেওঁ অভিযোগ কৰি কয়, ‘আৰু তাৰ পিছত যেতিয়া আমি আমাৰ মাটি, সংস্কৃতি আৰু পৰিচয় ৰক্ষা কৰিবলৈ উঠি-পৰি লাগো, তেতিয়া আপুনি ইয়াক ৰাজনীতিকৰণ কৰিবলৈ বাছি লয়।’

ভাষা বা ধৰ্মৰ আধাৰত আমি আমাৰ লোকসকলক বিভাজন নকৰো বুলিও উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘অসমীয়া, বাংলা, বড়ো, হিন্দী – ইয়াত সকলো ভাষা আৰু সম্প্ৰদায়ৰ সহ-অস্তিত্ব আছে। কিন্তু কোনো সভ্যতাই জীয়াই থাকিব নোৱাৰে, যদিহে নিজৰ সীমা আৰু সাংস্কৃতিক ভেটি ৰক্ষা কৰিবলৈ অস্বীকাৰ কৰে।’

ইয়াৰ উপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মমতা বেনাৰ্জীক তীব্ৰ সমালোচনা কৰি কয় যে আপুনি কেৱল ভোট বেংকৰ স্বাৰ্থত এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ বেদখলক সমৰ্থন কৰি আছে আৰু ৰাষ্ট্ৰীয় অখণ্ডতাৰ ক্ষতি কৰি আছে।

Tags: #AssamHimanta Biswa SarmaMamata BanerjeeSocial MediaWest Bengal

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025