• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কাইলৈৰ পৰা বক্সিং ডে’ টেষ্ট; জানো আহক দুয়োটা দলৰ মূল একাদশ

Nation NE by Nation NE
December 25, 2024
in Top News, ক্ৰীড়া
0 0
কাইলৈৰ পৰা বক্সিং ডে’ টেষ্ট; জানো আহক দুয়োটা দলৰ মূল একাদশ
Share on FacebookShare on TwitterWhatsApp

২৬ ডিচেম্বৰ অৰ্থাত বৃহস্পতিবাৰৰ পৰা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আৰম্ভ হ’ব বক্সিং ডে’ টেষ্ট। পাঁচখন টেষ্ট শৃংখলাৰ এইখন চতুৰ্থখন মেচ। এতিয়ালৈকে পাঁচখন মেচৰ এই টেষ্ট শৃংখলাটোত দুয়োটা দলে ১-১ত সমতা স্থাপন কৰি আছে।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দৃষ্টিকোণৰ পৰা বাকী দুখন মেচত দুয়োটা দলে জয়ী হোৱাটো অতি গুৰুত্বপূৰ্ণ।

মেলবৰ্ণত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু অষ্ট্ৰেলিয়াৰ চতুৰ্থখন টেষ্ট মেচ ভাৰতীয় সময় অনুসৰি পুৱা ৫ বজাৰ পৰা আৰম্ভ হ’ব।

বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি, চতুৰ্থখন টেষ্টত ভাৰতীয় দলটোৱে কিছু সালসলনি কৰিব পাৰে। খবৰ অনুসৰি অধিনায়ক ৰোহিত শৰ্মাই পুনৰ অপেনাৰৰ ৰূপত উভতিব পাৰে। শৃংখলাটোত এতিয়ালৈকে ৰোহিতে দ্বিতীয় আৰু তৃতীয় টেষ্টত মিডল অৰ্ডাৰত খেলিছিল।

শুভমন গিল মূল একাদশৰ পৰা হয়তো বাহিৰ হ’ব পাৰে। গিলৰ ঠাইত কে এল ৰাহুলে তিনি নম্বৰ স্থানত খেলাৰ সম্ভাৱনা আছে।

ইয়াৰ পাছত বিৰাট কোহলীয়ে চাৰি নম্বৰত খেলাটো নিশ্চিত। পাঁচ নম্বৰ স্থানত খেলা দেখা যাব ঋষভ পন্তক। অৱশ্যে শৃংখলাটোত এতিয়ালৈকে আশাব্যঞ্জক প্ৰদৰ্শন কৰাত ব্যৰ্থ হৈছে পন্তে। ইয়াৰ পাছত ৰবীন্দ্ৰ জাদেজাই ছয় নম্বৰত, নীতিশ কুমাৰ ৰেড্ডীক সাত নম্বৰত আৰু ৱাশ্বিংটন সুন্দৰে অষ্টম নম্বৰত খেলাৰ সম্ভাৱনা আছে।

বেগী বলাৰ হিচাপে দলত থাকিব মহম্মদ চিৰাজ, জছপ্ৰিত বুমৰাহ আৰু আকাশদীপ।

ইফালে এই মেচখনৰ বাবে ইতিমধ্যেই মূল একাদশ ঘোষণা কৰিছে ঘৰুৱা দল অষ্ট্ৰেলিয়াই। কেংগাৰুৱে ১৯ বছৰীয়া ছেম কনষ্টাছক মূল এঘাৰত স্থান দিছে। নাথান মেকছুইনীৰ ঠাইত তেওঁ সুযোগ প্ৰদান কৰা হৈছে। ইয়াৰ উপৰি আঘাতপ্ৰাপ্ত জোছ হেজলউডৰ ঠাইত দলত আছে স্কট ব’লেণ্ড।

চতুৰ্থ টেষ্টৰ বাবে অষ্ট্ৰেলিয়াৰ মূল একাদশ – উছমান খোৱাজা, ছেম কনষ্টাছ, মাৰ্নাছ লাবুশ্বেন, ষ্টিভ স্মিথ, ট্ৰেভিছ হেড, মিচেল মাৰ্ছ, এলেক্স কেৰী (উইকেটকীপাৰ), পেট কামিন্স, নাথান লায়ন, মিচেল ষ্টাৰ্ক আৰু স্কট ব’লেণ্ড।

চতুৰ্থ টেষ্টৰ বাবে ভাৰতৰ সম্ভাৱ্য মূল একাদশ – যশস্বী জয়ছৱাল, ৰোহিত শৰ্মা (অধিনায়ক), কে এল ৰাহুল, বিৰাট কোহলী, ঋষভ পন্ত (উইকেটকীপাৰ), ৰবীন্দ্ৰ জাদেজা, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, আকাশদ্বীপ, যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজ।

Tags: Border-Gavaskar TrophyBoxing DayIndia vs Australia

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025