• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পত্নীয়ে কণীৰ আঞ্জা নবনোৱাৰ বাবে স্বামীয়ে নিজৰ সৈতে কৰিলে ভয়ংকৰ ঘটনা

Nation NE by Nation NE
August 27, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
পত্নীয়ে কণীৰ আঞ্জা নবনোৱাৰ বাবে স্বামীয়ে নিজৰ সৈতে কৰিলে ভয়ংকৰ ঘটনা

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

আৰ্থিক সংকট, প্ৰেমজনিত কাৰণ অথবা অন্য কিবা কাৰণত বিতুষ্ট হৈ কোনো ব্যক্তিয়ে আত্মহত্যা কৰাৰ খবৰ আপুনি বহুবাৰ লাভ কৰিছে। কিন্তু পত্নীয়ে সুস্বাদু ব্যঞ্জন নবনোৱাৰ বাবে স্বামীয়ে আত্মহত্যা কৰাৰ খবৰ আপুনি শুনিছেনে? আচহুৱা যেন লাগিলেও এয়া সত্য আৰু এই ঘটনা সংঘটিত হৈছে ছত্তীশড়ৰ ধামতৰী জিলাত।

স্থানীয় আৰক্ষীয়ে এই তথ্য প্ৰদান কৰি কয় যে সোমবাৰে নিশা ছিহাবা থানাৰ অন্তৰ্গত শংকৰ গাঁৱত এই ঘটনাটো সংঘটিত হৈছে।

প্ৰাথমিক তথ্য অনুসৰি সোমবাৰে সন্ধিয়া মৃত টিকুৰাম সেনে ঘৰলৈ কণী আনি পত্নীক ইয়াৰ আঞ্জা বনাবলৈ কয়। পত্নীয়ে উৎসৱৰ আগদিনা ‘কৰু ভাত’ (এবিধ বিশেষ ধৰণৰ খাদ্য) খাব লাগিব বুলি অৱগত কৰে। কিয়নো পিছদিনা পানীবিহীন ব্ৰত ৰাখিব বুলি উল্লেখ কৰি কণীৰ আঞ্জা বনাবলৈ অস্বীকাৰ কৰে।

পত্নীৰ এই কথাত অসন্তুষ্ট হৈ স্বামী টিকুৰামে ঘৰৰ পৰা ওলাই গৈ ঘৰৰ সমীপৰে এডাল গছত চীপ লৈ আত্মহত্যা কৰে। পিছত ঘটনাস্থলত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানীয় চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, ছত্তীশগড়ৰ বিবাহিতা মহিলাসকলে পৰম্পৰাগতভাৱে তীজ উৎসৱৰ প্ৰাকক্ষণত ‘কৰু ভাত’ খায়। স্বামীৰ দীৰ্ঘায়ু আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰিবলৈ পানীবিহীন ব্ৰত পালন কৰাৰ পূৰ্বে এই খাদ্য খোৱাৰ প্ৰথা।

Tags: ChhattisgarhEgg Curry

Related Posts

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট
Top News

April 27, 2026
পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026

শীৰ্ষ সংবাদ

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025