• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পূৰ্বে আঘাত! কোন তাৰকাই খেলিব নোৱাৰে ভাৰত-অষ্ট্ৰেলিয়া টেষ্ট শৃংখলাত?

Nation NE by Nation NE
September 28, 2024
in Top News, ক্ৰীড়া
0 0
ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পূৰ্বে আঘাত! কোন তাৰকাই খেলিব নোৱাৰে ভাৰত-অষ্ট্ৰেলিয়া টেষ্ট শৃংখলাত?
Share on FacebookShare on TwitterWhatsApp

ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত ৫খন টেষ্টৰ শৃংখলা ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু ২০২৫ চনৰ জানুৱাৰীৰ প্ৰথম সপ্তাহত চিডনী টেষ্টৰ সৈতে সমাপ্ত হ’ব।

এই শৃংখলাৰ প্ৰায় ২ মাহ পূৰ্বে, অষ্ট্ৰেলিয়াৰ দলটোৰ ওপৰত এক নতুন দুৰ্যোগ ভাঙি পৰিছে, কিয়নো দলটোৰ এজন অলৰাউণ্ডাৰ তাৰকা আঘাতপ্ৰাপ্ত হৈছে।

এফালে, ভাৰত আৰু বাংলাদেশৰ মাজত টেষ্ট শৃংখলা হৈ আছে, আনফালে আকৌ ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া বৰ্তমান এদিনীয়া শৃংখলাত ব্যস্ত হৈ আছে। এই দুই শৃংখলাৰ বাবে, সকলোৱে নৱেম্বৰৰ বাবে অপেক্ষাৰত।

টীম ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত ৫ খন টেষ্টৰ মেচৰ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী খেলা হ’ব। ভাৰতৰ বিৰুদ্ধে নিজ গৃহতে শৃংখলাত পৰাজিত হোৱাৰ পিছত, অষ্ট্ৰেলিয়াৰ দলটো পুনৰ নিজ ফৰ্মত ঘূৰি আহিবলৈ ব্যাকুল হৈ পৰিছে, কিন্তু দলটোৰ এই আকাংক্ষাত সংকটৰ ডাৱৰে আৱৰি ৰাখিছে।

ইয়াৰ কাৰণ হৈছে দলটোৰ তাৰকা অলৰাউণ্ডাৰ কেমেৰুন গ্ৰীণ আঘাতপ্ৰাপ্ত। যাৰ বাবে টেষ্ট শৃংখলাৰ বাবে খেলুৱৈগৰাকী উপযুক্ততাৰ বিষয়ে খুব আত্মবিশ্বাসী নহয়। ইংলেণ্ড ভ্ৰমণত এদিনীয়া শৃংখলাৰ সময়ত গ্ৰীণ এই আঘাতৰ সন্মুখীন হৈছিল, যাৰ পৰা তেওঁ খেলৰ পৰা বাহিৰ হৈছিল।

২৫ বছৰীয়া সোঁহাতৰ বেটছমেন তথা দ্ৰুত বলাৰ কেমেৰুন গ্ৰীনে স্কটলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণত টি-২০ আৰু এদিনীয়া শৃংখলাত ভাল প্ৰদৰ্শন আগবঢ়াইছে। অৱশ্যে, তৃতীয় এদিনীয়াৰ পিছত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল। ডাৰহামত খেলা এই খেলখনত গ্ৰীনে ৪২ ৰাণ সংগ্ৰহ কৰে আৰু লগতে ২ টা উইকেট দখল কৰে।

সেই খেলখনত অষ্ট্ৰেলিয়াই পৰাজয়ৰ সন্মুখীন হ’ব লগা হৈছিল। এই খেলখনৰ সময়ত, গ্ৰীণে পিঠিত আঘাত পাইছিল, যাৰ বাবে তেওঁ চতুৰ্থ এদিনীয়াত খেলিব নোৱাৰে আৰু শৃংখলাৰ পৰা বাহিৰ হয়।

cricket.com.auৰ এক প্ৰতিবেদন অনুসৰি, অষ্ট্ৰেলিয়ান দলৰ এজন মুখপাত্ৰই স্পষ্ট কৰি দিছে যে, গ্ৰীণৰ আঘাতৰ তীব্ৰতা তেওঁ দেশলৈ উভতাৰ পিছতহে জানিব পাৰিব।

Tags: #cricketSportsTeam India

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025