• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
22 °c
Guwahati
24 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পূৰ্বে আঘাত! কোন তাৰকাই খেলিব নোৱাৰে ভাৰত-অষ্ট্ৰেলিয়া টেষ্ট শৃংখলাত?

Nation NE by Nation NE
September 28, 2024
in Top News, ক্ৰীড়া
0 0
ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পূৰ্বে আঘাত! কোন তাৰকাই খেলিব নোৱাৰে ভাৰত-অষ্ট্ৰেলিয়া টেষ্ট শৃংখলাত?
Share on FacebookShare on TwitterWhatsApp

ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত ৫খন টেষ্টৰ শৃংখলা ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু ২০২৫ চনৰ জানুৱাৰীৰ প্ৰথম সপ্তাহত চিডনী টেষ্টৰ সৈতে সমাপ্ত হ’ব।

এই শৃংখলাৰ প্ৰায় ২ মাহ পূৰ্বে, অষ্ট্ৰেলিয়াৰ দলটোৰ ওপৰত এক নতুন দুৰ্যোগ ভাঙি পৰিছে, কিয়নো দলটোৰ এজন অলৰাউণ্ডাৰ তাৰকা আঘাতপ্ৰাপ্ত হৈছে।

এফালে, ভাৰত আৰু বাংলাদেশৰ মাজত টেষ্ট শৃংখলা হৈ আছে, আনফালে আকৌ ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া বৰ্তমান এদিনীয়া শৃংখলাত ব্যস্ত হৈ আছে। এই দুই শৃংখলাৰ বাবে, সকলোৱে নৱেম্বৰৰ বাবে অপেক্ষাৰত।

টীম ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত ৫ খন টেষ্টৰ মেচৰ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী খেলা হ’ব। ভাৰতৰ বিৰুদ্ধে নিজ গৃহতে শৃংখলাত পৰাজিত হোৱাৰ পিছত, অষ্ট্ৰেলিয়াৰ দলটো পুনৰ নিজ ফৰ্মত ঘূৰি আহিবলৈ ব্যাকুল হৈ পৰিছে, কিন্তু দলটোৰ এই আকাংক্ষাত সংকটৰ ডাৱৰে আৱৰি ৰাখিছে।

ইয়াৰ কাৰণ হৈছে দলটোৰ তাৰকা অলৰাউণ্ডাৰ কেমেৰুন গ্ৰীণ আঘাতপ্ৰাপ্ত। যাৰ বাবে টেষ্ট শৃংখলাৰ বাবে খেলুৱৈগৰাকী উপযুক্ততাৰ বিষয়ে খুব আত্মবিশ্বাসী নহয়। ইংলেণ্ড ভ্ৰমণত এদিনীয়া শৃংখলাৰ সময়ত গ্ৰীণ এই আঘাতৰ সন্মুখীন হৈছিল, যাৰ পৰা তেওঁ খেলৰ পৰা বাহিৰ হৈছিল।

২৫ বছৰীয়া সোঁহাতৰ বেটছমেন তথা দ্ৰুত বলাৰ কেমেৰুন গ্ৰীনে স্কটলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণত টি-২০ আৰু এদিনীয়া শৃংখলাত ভাল প্ৰদৰ্শন আগবঢ়াইছে। অৱশ্যে, তৃতীয় এদিনীয়াৰ পিছত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল। ডাৰহামত খেলা এই খেলখনত গ্ৰীনে ৪২ ৰাণ সংগ্ৰহ কৰে আৰু লগতে ২ টা উইকেট দখল কৰে।

সেই খেলখনত অষ্ট্ৰেলিয়াই পৰাজয়ৰ সন্মুখীন হ’ব লগা হৈছিল। এই খেলখনৰ সময়ত, গ্ৰীণে পিঠিত আঘাত পাইছিল, যাৰ বাবে তেওঁ চতুৰ্থ এদিনীয়াত খেলিব নোৱাৰে আৰু শৃংখলাৰ পৰা বাহিৰ হয়।

cricket.com.auৰ এক প্ৰতিবেদন অনুসৰি, অষ্ট্ৰেলিয়ান দলৰ এজন মুখপাত্ৰই স্পষ্ট কৰি দিছে যে, গ্ৰীণৰ আঘাতৰ তীব্ৰতা তেওঁ দেশলৈ উভতাৰ পিছতহে জানিব পাৰিব।

Tags: #cricketSportsTeam India

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026
পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ
Top News

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

May 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 2, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025