• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে এইগৰাকী ষ্টাৰ ইণ্ডিয়ান বেটছমেনে…

Nation NE by Nation NE
August 24, 2025
in Top News, ক্ৰীড়া
0 0
ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে এইগৰাকী ষ্টাৰ ইণ্ডিয়ান বেটছমেনে…
Share on FacebookShare on TwitterWhatsApp

ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ষ্টাৰ ইণ্ডিয়ান বেটছমেন চেতেশ্বৰ পূজাৰাই। চেতেশ্বৰ পূজাৰাই ২৪ আগষ্টত ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে এই বিষয়ে অৱগত কৰে। ৩৭ বছৰীয়া পূজাৰাই এক্সত এটা দীঘলীয়া পোষ্ট দি ক্ৰিকেট কেৰিয়াৰৰ অন্ত পেলাইছে।

চেতেশ্বৰ পূজাৰাৰ টেষ্ট কেৰিয়াত ১০৩খন টেষ্ট মেচত ৪৩.৬০ গড়ে ৭১৯৫ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত তেওঁ ১৯টা শতক আৰু ৩৫টা অৰ্ধশতক অৰ্জন কৰে। ২০২৩ চনত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতৰ হৈ অন্তিমখন খেল খেলিছিল পূজাৰাই। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সেই খেলখনত পূজাৰাই ৪১ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ পিছত পূজাৰাক দলৰ পৰা বাদ দিয়া হয়।

পূজাৰাই শ্বেয়াৰ কৰা অৱসৰ নোটত লিখা আছে যে, যেতিয়া তেওঁ ক্ৰিকেট যাত্ৰা আৰম্ভ কৰিছিল, তেতিয়া তেওঁ ভবা নাছিল যে ক্ৰিকেট ইমানখিনি দিব। ভাৰতীয় জাৰ্চি পিন্ধি, জাতীয় সংগীত গাই আৰু প্ৰতিবাৰ খেলপথাৰত সমস্ত শক্তি প্ৰয়োগ কৰি শব্দৰে প্ৰকাশ কৰাটো অসম্ভৱ। কিন্তু কোৱাৰ দৰে প্ৰতিটো ভাল কামৰ এটা অন্ত থাকে। সম্পূৰ্ণ কৃতজ্ঞতাৰে ভাৰতীয় ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লোৱা বুলি জানিবলৈ দিয়ে।

Tags: #cricketSportsTest Match

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025