• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
22 °c
Guwahati
23 ° Thu
25 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে এইগৰাকী ষ্টাৰ ইণ্ডিয়ান বেটছমেনে…

Nation NE by Nation NE
August 24, 2025
in Top News, ক্ৰীড়া
0 0
ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে এইগৰাকী ষ্টাৰ ইণ্ডিয়ান বেটছমেনে…
Share on FacebookShare on TwitterWhatsApp

ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ষ্টাৰ ইণ্ডিয়ান বেটছমেন চেতেশ্বৰ পূজাৰাই। চেতেশ্বৰ পূজাৰাই ২৪ আগষ্টত ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে এই বিষয়ে অৱগত কৰে। ৩৭ বছৰীয়া পূজাৰাই এক্সত এটা দীঘলীয়া পোষ্ট দি ক্ৰিকেট কেৰিয়াৰৰ অন্ত পেলাইছে।

চেতেশ্বৰ পূজাৰাৰ টেষ্ট কেৰিয়াত ১০৩খন টেষ্ট মেচত ৪৩.৬০ গড়ে ৭১৯৫ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত তেওঁ ১৯টা শতক আৰু ৩৫টা অৰ্ধশতক অৰ্জন কৰে। ২০২৩ চনত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতৰ হৈ অন্তিমখন খেল খেলিছিল পূজাৰাই। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সেই খেলখনত পূজাৰাই ৪১ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ পিছত পূজাৰাক দলৰ পৰা বাদ দিয়া হয়।

পূজাৰাই শ্বেয়াৰ কৰা অৱসৰ নোটত লিখা আছে যে, যেতিয়া তেওঁ ক্ৰিকেট যাত্ৰা আৰম্ভ কৰিছিল, তেতিয়া তেওঁ ভবা নাছিল যে ক্ৰিকেট ইমানখিনি দিব। ভাৰতীয় জাৰ্চি পিন্ধি, জাতীয় সংগীত গাই আৰু প্ৰতিবাৰ খেলপথাৰত সমস্ত শক্তি প্ৰয়োগ কৰি শব্দৰে প্ৰকাশ কৰাটো অসম্ভৱ। কিন্তু কোৱাৰ দৰে প্ৰতিটো ভাল কামৰ এটা অন্ত থাকে। সম্পূৰ্ণ কৃতজ্ঞতাৰে ভাৰতীয় ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লোৱা বুলি জানিবলৈ দিয়ে।

Tags: #cricketSportsTest Match

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025