• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, September 8, 2025
29 °c
Guwahati
29 ° Wed
28 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      বিৰাট কোহলী আৰু তেওঁৰ ৩৬ বছৰীয়া কৰ্মৰাজি

      Nation NE by Nation NE
      November 5, 2024
      in Top News, ক্ৰীড়া
      0 0
      বিৰাট কোহলীক লৈ ক্ষোভিত অনুৰাগী, ১৫ মাহত নাই কোনো শতক
      Share on FacebookShare on TwitterWhatsApp

      কোনেনো জানিছিল যে, পশ্চিম দিল্লীৰ এজন ল’ৰাই এদিন বিশ্ব ক্ৰিকেটত শাসন কৰিব। বিশ্ব ক্ৰিকেটৰ কিং বুলি জনাজাত হ’ব? বিশ্ব ক্ৰিকেটৰ বুকুত নিজৰ সামৰ্থ্যৰ এনে আভাস এৰি যাব যে তেওঁৰ নাম সকলোৰে মুখে মুখে ৰৈ যাব।এসময়ত তেওঁ ইমান ডাঙৰ খেলুৱৈ হৈ পৰিব যে, টীম ইণ্ডিয়াৰ বিৰুদ্ধে বিপক্ষ দলৰ বাবে সন্ত্ৰাসৰ সৃষ্টি কৰিব।

      আজি এই খেলুৱৈগৰাকীয়ে সম্পূৰ্ণ ৩৬ টা বছৰ অতিক্ৰম কৰিছে। নাম বিৰাট কোহলী। আজি বিৰাট ভাৰতীয় ক্ৰিকেটৰ শক্তিয়েই নহয়, প্ৰতিদ্বন্দ্বী দলৰ বাবেও আটাইতকৈ এক ডাঙৰ সমস্যা। বিৰাট কোহলীয়ে যি কৰিছে, সেয়া হৈছে তেওঁৰ ৩৬টা বছৰৰ কৃতিত্ব, য’ত তেওঁ ক্ৰিকেটৰ জগতত ১ নম্বৰ স্থানত আছে।

      এদিনীয়াত ৮০০০, ৯০০০, ১০০০, ১১০০০, ১২০০০ আৰু ১৩০০০ ৰান সংগ্ৰহ কৰা সৰ্বাধিক বেটছমেন বিৰাট কোহলী।

      জাঁনো আহক বিৰাট কোহলীৰ কৰ্মজীৱনৰ কিছু তথ্য-

      • আইচিচিৰ ইভেণ্টত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ বিৰাট কোহলিৰ হাতত।
      • আইচিচিৰ ইভেণ্টত অধিকাংশ অৰ্ধশতক অৰ্জন কৰাৰ ক্ষেত্ৰতো বিৰাট কোহলী আছে ১ নম্বৰ স্থানত।
      • আইচিচিৰ ইভেণ্টত সৰ্বাধিক মেন অৱ দ্য মেচৰ বঁটা লাভ কৰাৰ অভিলেখ কৰিছে কোহলীৰ।
      • বিশ্বৰ সক্ৰিয় ক্ৰিকেটাৰসকলৰ ভিতৰত বিৰাট কোহলী হৈছে এদিনীয়া খেলত সৰ্বাধিক শতক অৰ্জন কৰা বেটছমেন।
      • বছৰত দুবাৰকৈ ১১-১১ শতক অৰ্জন কৰা একমাত্ৰ ক্ৰিকেটাৰ বিৰাট কোহলী।
      • এদিনীয়া খেলত একেৰাহে ৩টা শতক অৰ্জন কৰা একমাত্ৰ অধিনায়ক বিৰাট।
      • আইচিচিৰ নক আউটত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ আছে বিৰাটৰ।
      • আই চি চি নক এটত সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰাৰ অভিলেখ কোহলীৰ হাতত আছে।
      • আইচিচিৰ তিনিওটা ইভেণ্টতে গড়ে ৫০টাতকৈ অধিক ৰান সংগ্ৰহ কৰা একমাত্ৰ খেলুৱৈ বিৰাট।
      • এক দশকৰ ভিতৰত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ কৰিছে বিৰাট কোহলি।
      • একদশকত সৰ্বাধিক শতক অৰ্জন কৰা বেটছমেন কোহলী।
      • এক দশকৰ ভিতৰত সৰ্বাধিক প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰাৰ অভিলেখ বিৰাটে অৰ্জন কৰে।
      • টেষ্টত বিৰাট কোহলিয়ে বছৰত দুবাৰকৈ ৩টা ডাবল চেঞ্চুৰী কৰাৰ অভিলেখ আছে।
      • দ্বিপাক্ষিক এদিনীয়া শৃংখলাত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ বিৰাট কোহলিৰ হাতত।
      • টি-২০ বিশ্বকাপৰ এই সংস্কৰণত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন বিৰাট।
      • টি-২০ বিশ্বকাপৰ এই সংস্কৰণত সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰা বেটছমেন বিৰাট।
      • চেম্পিয়নছ ট্ৰফীৰ এই সংস্কৰণত সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰা বেটছমেন বিৰাট কোহলী।
      • বিৰাট কোহলী হৈছে এটা দশকৰ ভিতৰত ২০০০০ আন্তঃৰাষ্ট্ৰীয় ৰান সংগ্ৰহ কৰা প্ৰথমজন বেটছমেন।
      • বছৰত ১০০০ এদিনীয়া ৰান সংগ্ৰহ কৰা সৰ্বাধিক দ্ৰুত বেটছমেন বিৰাট। ২০১১ চনত এই কাম কৰি তেওঁ হাছিম আমলাৰ ১৫ ইনিংছৰ অভিলেখ ভংগ কৰে।
      • দুটা দলৰ বিৰুদ্ধে এদিনীয়া খেলত একেৰাহে ৩টা শতক অৰ্জন কৰা প্ৰথমজন বেটছমেন হৈছে বিৰাট।
      • একে বছৰতে আইচিচিৰ তিনিটা ডাঙৰ বঁটা – ছাৰ গাৰ্ফিল্ড ছ’বাৰ্ছ ট্ৰফী, বছৰৰ শ্ৰেষ্ঠ টেষ্ট খেলুৱৈ আৰু বছৰৰ শ্ৰেষ্ঠ এদিনীয়া খেলুৱৈ – লাভ কৰা প্ৰথমজন খেলুৱৈ।
      • ২০১৯ চনৰ বিশ্বকাপত তেওঁ একেৰাহে ৫টা অৰ্ধশতক অৰ্জন কৰা প্ৰথমজন অধিনায়ক হিচাপে পৰিগণিত হয়।
      • টেষ্টৰ অধিনায়ক হিচাপে বিৰাট কোহলীয়ে সৰ্বাধিক ৭টা দ্বৈত শতক অৰ্জন কৰিছে।
      • আই পি এলৰ এটা ছিজনত সৰ্বাধিক ৯৭৩ ৰান সংগ্ৰহ কৰাৰ অভিলেখো অৰ্জন কৰিছে বিৰাটে।
      • অধিনায়ক হিচাপে বিৰাট কোহলীয়ে এদিনীয়াত সৰ্বাধিক দ্ৰুততম ৩০০০ ৰান সংগ্ৰহ কৰিছে।
      • ৱেষ্ট ইণ্ডিজৰ মাটিত ভাৰতীয় অধিনায়ক হিচাপে সৰ্বাধিক এদিনীয়া স্ক’ৰ কৰাৰ অভিলেখ বিৰাট কোহলীৰ হাতত আছে।
      • অধিনায়ক হিচাপে তেওঁ টেষ্টত সৰ্বাধিক দ্ৰুতগতিত ৪০০০ ৰান সংগ্ৰহ কৰিছে।
      • ভাৰতীয় ভূমিত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সৰ্বাধিক এদিনীয়া শতক অৰ্জন কৰা বেটছমেন বিৰাট।
      • ক্ৰিকেট কেৰিয়াৰত ৩০, ৩৫ আৰু ৪০টা এদিনীয়া শতক অৰ্জন কৰা সৰ্বাধিক বেটছমেন বিৰাট।
      • বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে শতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় বিৰাট।
      • আই পি এল (২০১৬)ৰ এটা ছিজনত সৰ্বাধিক ৪ শতক অৰ্জন কৰা প্ৰথমজন বেটছমেন।
      • অধিনায়ক হিচাপে বিৰাটে টেষ্টত সৰ্বাধিক ১৫০ ৰো অধিক ৰান সংগ্ৰহ কৰিছে।
      Tags: #cricketSportsVirat Kohli

      Related Posts

      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য
      Top News

      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য

      September 8, 2025
      কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…
      Top News

      কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…

      September 8, 2025
      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ
      Top News

      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ

      September 8, 2025
      অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ
      Top News

      অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ

      September 8, 2025
      ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
      Top News

      শুল্ক আৰোপৰ পিছতেই ভাৰতলৈ আন এক ডাঙৰ আঘাত! ভিছাৰ সাক্ষাৎকাৰৰ নিয়মত এই ডাঙৰ পৰিৱৰ্তন আমেৰিকাৰ…

      September 8, 2025
      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী
      Top News

      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

      September 8, 2025

      শীৰ্ষ সংবাদ

      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য

      কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…

      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ

      অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ

      শুল্ক আৰোপৰ পিছতেই ভাৰতলৈ আন এক ডাঙৰ আঘাত! ভিছাৰ সাক্ষাৎকাৰৰ নিয়মত এই ডাঙৰ পৰিৱৰ্তন আমেৰিকাৰ…

      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      No Result
      View All Result
      • অসম
      • উত্তৰ পূৱ
      • ৰাষ্ট্ৰীয়
      • আন্তঃ ৰাষ্ট্ৰীয়
      • বিনোদন
      • ক্ৰীড়া
      • ভিডিও

      © 2024 | Created and maintained by - Provibe Media LLP