• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিৰাট কোহলী আৰু তেওঁৰ ৩৬ বছৰীয়া কৰ্মৰাজি

Nation NE by Nation NE
November 5, 2024
in Top News, ক্ৰীড়া
0 0
বিৰাট কোহলীক লৈ ক্ষোভিত অনুৰাগী, ১৫ মাহত নাই কোনো শতক
Share on FacebookShare on TwitterWhatsApp

কোনেনো জানিছিল যে, পশ্চিম দিল্লীৰ এজন ল’ৰাই এদিন বিশ্ব ক্ৰিকেটত শাসন কৰিব। বিশ্ব ক্ৰিকেটৰ কিং বুলি জনাজাত হ’ব? বিশ্ব ক্ৰিকেটৰ বুকুত নিজৰ সামৰ্থ্যৰ এনে আভাস এৰি যাব যে তেওঁৰ নাম সকলোৰে মুখে মুখে ৰৈ যাব।এসময়ত তেওঁ ইমান ডাঙৰ খেলুৱৈ হৈ পৰিব যে, টীম ইণ্ডিয়াৰ বিৰুদ্ধে বিপক্ষ দলৰ বাবে সন্ত্ৰাসৰ সৃষ্টি কৰিব।

আজি এই খেলুৱৈগৰাকীয়ে সম্পূৰ্ণ ৩৬ টা বছৰ অতিক্ৰম কৰিছে। নাম বিৰাট কোহলী। আজি বিৰাট ভাৰতীয় ক্ৰিকেটৰ শক্তিয়েই নহয়, প্ৰতিদ্বন্দ্বী দলৰ বাবেও আটাইতকৈ এক ডাঙৰ সমস্যা। বিৰাট কোহলীয়ে যি কৰিছে, সেয়া হৈছে তেওঁৰ ৩৬টা বছৰৰ কৃতিত্ব, য’ত তেওঁ ক্ৰিকেটৰ জগতত ১ নম্বৰ স্থানত আছে।

এদিনীয়াত ৮০০০, ৯০০০, ১০০০, ১১০০০, ১২০০০ আৰু ১৩০০০ ৰান সংগ্ৰহ কৰা সৰ্বাধিক বেটছমেন বিৰাট কোহলী।

জাঁনো আহক বিৰাট কোহলীৰ কৰ্মজীৱনৰ কিছু তথ্য-

  • আইচিচিৰ ইভেণ্টত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ বিৰাট কোহলিৰ হাতত।
  • আইচিচিৰ ইভেণ্টত অধিকাংশ অৰ্ধশতক অৰ্জন কৰাৰ ক্ষেত্ৰতো বিৰাট কোহলী আছে ১ নম্বৰ স্থানত।
  • আইচিচিৰ ইভেণ্টত সৰ্বাধিক মেন অৱ দ্য মেচৰ বঁটা লাভ কৰাৰ অভিলেখ কৰিছে কোহলীৰ।
  • বিশ্বৰ সক্ৰিয় ক্ৰিকেটাৰসকলৰ ভিতৰত বিৰাট কোহলী হৈছে এদিনীয়া খেলত সৰ্বাধিক শতক অৰ্জন কৰা বেটছমেন।
  • বছৰত দুবাৰকৈ ১১-১১ শতক অৰ্জন কৰা একমাত্ৰ ক্ৰিকেটাৰ বিৰাট কোহলী।
  • এদিনীয়া খেলত একেৰাহে ৩টা শতক অৰ্জন কৰা একমাত্ৰ অধিনায়ক বিৰাট।
  • আইচিচিৰ নক আউটত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ আছে বিৰাটৰ।
  • আই চি চি নক এটত সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰাৰ অভিলেখ কোহলীৰ হাতত আছে।
  • আইচিচিৰ তিনিওটা ইভেণ্টতে গড়ে ৫০টাতকৈ অধিক ৰান সংগ্ৰহ কৰা একমাত্ৰ খেলুৱৈ বিৰাট।
  • এক দশকৰ ভিতৰত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ কৰিছে বিৰাট কোহলি।
  • একদশকত সৰ্বাধিক শতক অৰ্জন কৰা বেটছমেন কোহলী।
  • এক দশকৰ ভিতৰত সৰ্বাধিক প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰাৰ অভিলেখ বিৰাটে অৰ্জন কৰে।
  • টেষ্টত বিৰাট কোহলিয়ে বছৰত দুবাৰকৈ ৩টা ডাবল চেঞ্চুৰী কৰাৰ অভিলেখ আছে।
  • দ্বিপাক্ষিক এদিনীয়া শৃংখলাত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ বিৰাট কোহলিৰ হাতত।
  • টি-২০ বিশ্বকাপৰ এই সংস্কৰণত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন বিৰাট।
  • টি-২০ বিশ্বকাপৰ এই সংস্কৰণত সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰা বেটছমেন বিৰাট।
  • চেম্পিয়নছ ট্ৰফীৰ এই সংস্কৰণত সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰা বেটছমেন বিৰাট কোহলী।
  • বিৰাট কোহলী হৈছে এটা দশকৰ ভিতৰত ২০০০০ আন্তঃৰাষ্ট্ৰীয় ৰান সংগ্ৰহ কৰা প্ৰথমজন বেটছমেন।
  • বছৰত ১০০০ এদিনীয়া ৰান সংগ্ৰহ কৰা সৰ্বাধিক দ্ৰুত বেটছমেন বিৰাট। ২০১১ চনত এই কাম কৰি তেওঁ হাছিম আমলাৰ ১৫ ইনিংছৰ অভিলেখ ভংগ কৰে।
  • দুটা দলৰ বিৰুদ্ধে এদিনীয়া খেলত একেৰাহে ৩টা শতক অৰ্জন কৰা প্ৰথমজন বেটছমেন হৈছে বিৰাট।
  • একে বছৰতে আইচিচিৰ তিনিটা ডাঙৰ বঁটা – ছাৰ গাৰ্ফিল্ড ছ’বাৰ্ছ ট্ৰফী, বছৰৰ শ্ৰেষ্ঠ টেষ্ট খেলুৱৈ আৰু বছৰৰ শ্ৰেষ্ঠ এদিনীয়া খেলুৱৈ – লাভ কৰা প্ৰথমজন খেলুৱৈ।
  • ২০১৯ চনৰ বিশ্বকাপত তেওঁ একেৰাহে ৫টা অৰ্ধশতক অৰ্জন কৰা প্ৰথমজন অধিনায়ক হিচাপে পৰিগণিত হয়।
  • টেষ্টৰ অধিনায়ক হিচাপে বিৰাট কোহলীয়ে সৰ্বাধিক ৭টা দ্বৈত শতক অৰ্জন কৰিছে।
  • আই পি এলৰ এটা ছিজনত সৰ্বাধিক ৯৭৩ ৰান সংগ্ৰহ কৰাৰ অভিলেখো অৰ্জন কৰিছে বিৰাটে।
  • অধিনায়ক হিচাপে বিৰাট কোহলীয়ে এদিনীয়াত সৰ্বাধিক দ্ৰুততম ৩০০০ ৰান সংগ্ৰহ কৰিছে।
  • ৱেষ্ট ইণ্ডিজৰ মাটিত ভাৰতীয় অধিনায়ক হিচাপে সৰ্বাধিক এদিনীয়া স্ক’ৰ কৰাৰ অভিলেখ বিৰাট কোহলীৰ হাতত আছে।
  • অধিনায়ক হিচাপে তেওঁ টেষ্টত সৰ্বাধিক দ্ৰুতগতিত ৪০০০ ৰান সংগ্ৰহ কৰিছে।
  • ভাৰতীয় ভূমিত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সৰ্বাধিক এদিনীয়া শতক অৰ্জন কৰা বেটছমেন বিৰাট।
  • ক্ৰিকেট কেৰিয়াৰত ৩০, ৩৫ আৰু ৪০টা এদিনীয়া শতক অৰ্জন কৰা সৰ্বাধিক বেটছমেন বিৰাট।
  • বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে শতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় বিৰাট।
  • আই পি এল (২০১৬)ৰ এটা ছিজনত সৰ্বাধিক ৪ শতক অৰ্জন কৰা প্ৰথমজন বেটছমেন।
  • অধিনায়ক হিচাপে বিৰাটে টেষ্টত সৰ্বাধিক ১৫০ ৰো অধিক ৰান সংগ্ৰহ কৰিছে।
Tags: #cricketSportsVirat Kohli

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025