• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, July 7, 2025
28 °c
Guwahati
28 ° Tue
28 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

    ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

    ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…

    ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    আজি শনিবাৰ, জানো আহক কি কি কৰিলে শনিৰ দশাৰ মুক্ত হ’ব পাৰি?

    আজি শনিবাৰ, জানো আহক কি কি কৰিলে শনিৰ দশাৰ মুক্ত হ’ব পাৰি?

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    নলবাৰীৰ ঘগ্ৰাপাৰৰ এটা পুখুৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ

    নলবাৰীৰ ঘগ্ৰাপাৰৰ এটা পুখুৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ

    বায়’পছিৰ নামত চিকিৎসকে আঁতৰালে ৰোগীৰ গুপ্তাংগ; অসমত চাঞ্চল্যকৰ ঘটনা

    বায়’পছিৰ নামত চিকিৎসকে আঁতৰালে ৰোগীৰ গুপ্তাংগ; অসমত চাঞ্চল্যকৰ ঘটনা

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    এটা মাত্ৰ কাম কৰিলে আপুনিও ৰক্ষা পৰিব গেষ্ট্ৰিকৰ সমস্যাৰ পৰা…

    হাঁহৰ পোৱালীক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিটৰ ঘটনা, আৰু তাৰপিছত…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      কেৱল দিল্লীতেই নহয়, আন ৬ খন ৰাজ্যতো ফটকা নিষিদ্ধ

      Nation NE by Nation NE
      October 30, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      কেৱল দিল্লীতেই নহয়, আন ৬ খন ৰাজ্যতো ফটকা নিষিদ্ধ

      প্ৰতিনিধিত্বমূলক চিত্ৰ

      Share on FacebookShare on TwitterWhatsApp

      বৰ্ধিত প্ৰদূষণৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতৰ বহু ৰাজ্যই গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ। পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি পোহৰৰ উৎসৱ দীপাৱলীৰ বাবে দিল্লী, পঞ্জাব, তামিলনাডুৰ দৰে ৰাজ্যই ফটকা ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ নিয়ম আৰোপ কৰিছে।

      এই মহোৎসৱৰ সময়ত বায়ুৰ গুণাগুণৰ অৱনতি ৰোধৰ লক্ষ্যৰে কেইবাখনো ৰাজ্যই কঠোৰ নিয়ম প্ৰস্তুত কৰিছে। পৰিৱেশ আৰু স্বাস্থ্যৰ কথা মনত ৰাখি ফটকা নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা সেই ৭খন ৰাজ্যৰ বিষয়ে জানো আহক।

      প্ৰতি শীতকালতে দিল্লীত বায়ুৰ গুণাগুণৰ গুৰুতৰ সমস্যাই দেখা দিয়ে। এই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ “দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ সমিতি” (ডিপিচিচি)-এ ২০২৫ চনৰ ১ জানুৱাৰীলৈকে সকলো ধৰণৰ ফটকা প্ৰস্তুত, সংৰক্ষণ, বিক্ৰী আৰু ব্যৱহাৰৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ ভিতৰত অনলাইন বিক্ৰীও অন্তৰ্ভুক্ত। দীপাৱলী, বৰদিন আৰু নৱবৰ্ষৰ দিনটোত মাত্ৰ কেইঘণ্টামানৰ বাবেহে কেৱল ‘সেউজীয়া ফটকা’হে জ্বলাবলৈ দিয়া হয়।

      প্ৰদূষণৰ হাৰ হ্ৰাস কৰিবলৈ বিহাৰতো ফটকা ফুটুওৱাত নিষেধাজ্ঞা আৰোপ কৰিছে। ৰাজ্যখনৰ প্ৰধান চহৰ পাটনা, গয়া, মুজফ্ফৰপুৰ আৰু হাজীপুৰত সকলো ধৰণৰ ফটকা সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে।

      ইফালে মহাৰাষ্ট্ৰত কেৱল সেউজীয়া ফটকাৰহে অনুমতি দিয়া হৈছে। এই ফটকা সাধাৰণ ফটকাৰ তুলনাত প্ৰায় ৩০% কম প্ৰদূষণ হয়। ইয়াৰ উপৰি মুম্বাই আৰক্ষীয়ে ২৩ অক্টোবৰৰ পৰা ২৪ নৱেম্বৰলৈ আকাশ বন্তি বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে।

      ইফালে কৰ্ণাটকৰ ৰাজ্য চৰকাৰে ৰাইজক কেৱল সেউজীয়া ফটকা ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। ৰাজ্যখনৰ পৰিৱেশ মন্ত্ৰীয়ে দীপাৱলীত ফটকা ফুটুওৱাৰ সময় নিশা ৮ৰ পৰা ১০ বজালৈ সীমিত কৰাৰ পৰামৰ্শ প্ৰদান কৰিছে যদিও চৰকাৰীভাৱে কোনো নিষেধাজ্ঞা দিয়া হোৱা নাই।

      উচ্চতম ন্যায়ালয় আৰু এন জি টিৰ নিৰ্দেশ অনুসৰি পঞ্জাৱত ফটকা ব্যৱহাৰ দীপাৱলী, গুৰুপুৰ্ব, বৰদিন আৰু নৱবৰ্ষৰ পূৰ্বে নিশা ৮ৰ পৰা ১০ বজালৈ সীমাবদ্ধ কৰি ৰখা হৈছে। ইয়াত কেৱল সেউজীয়া ফটকাহে জ্বলাবলৈ দিয়া হৈছে।

      কেৰালাত দীপাৱলীত ফটকা জ্বলোৱাৰ সময় নিশা ৮ বজাৰ পৰা ১০ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ উপৰি বৰদিন আৰু নৱবৰ্ষৰ দিনা ফটকা জ্বলোৱাৰ সময় নিশা ১১:৫৫ বজাৰ পৰা নিশা ১২:৩০ বজালৈ নিৰ্ধাৰণ কৰিছে। ইয়াত কেৱল সেউজীয়া ফটকা বিক্ৰীৰহে অনুমতি প্ৰদান কৰা হৈছে।

      তামিলনাডু চৰকাৰে দীপাৱলীত ফটকা ফুটোৱাৰ সময় পুৱা ৬ৰ পৰা ৭ বজালৈ আৰু সন্ধিয়া ৭ৰ পৰা ৮ বজালৈ সীমাবদ্ধ কৰি ৰাখিছে।

      আনহাতে পশ্চিমবংগতো ফটকা জ্বলোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে এন জি টিৰ নীতি-নিৰ্দেশনা মানি দেৱালীত কেৱল প্ৰমাণিত সেউজীয়া ফটকাহে জ্বলোৱাৰ অনুমতি প্ৰদান কৰিছে। কলকাতাত দেৱালীৰ দিনা নিশা ৮ৰ পৰা ১০ বজালৈহে ফটকা জ্বলাব পাৰে।

      উল্লেখ্য যে, বায়ুৰ গুণাগুণৰ অধিক অৱনতি ৰোধৰ প্ৰচেষ্টা তথা প্ৰদূষণ ৰোধ কৰাৰ বাবে এইধৰণৰ কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে।

      Tags: #DelhiDiwaliFirecrackersKarnatakaTamilnaduWest Bengal

      Related Posts

      বাহ্যিক সাৱধানতাৰ উপৰি নিজকে সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰখাৰ ৫ টা সহজ আৰু প্ৰাকৃতিক উপায়
      Top News

      নিপা ভাইৰাছৰ অবিৰত সংক্ৰমণ, জানক ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায়…

      July 7, 2025
      ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…
      Top News

      ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

      July 7, 2025
      অহৰহ ভাগৰ আৰু খিংখিঙীয়া অৱস্থা হতাশাৰ লক্ষণ হ’ব পাৰে নেকি? জানক বিশেষজ্ঞৰ পৰা…
      Top News

      অহৰহ ভাগৰ আৰু খিংখিঙীয়া অৱস্থা হতাশাৰ লক্ষণ হ’ব পাৰে নেকি? জানক বিশেষজ্ঞৰ পৰা…

      July 7, 2025
      কাশী বিশ্বনাথ মন্দিৰত এতিয়াৰে পৰা নিষিদ্ধ এই সামগ্ৰীৰ ব্যৱহাৰ…
      Top News

      কাশী বিশ্বনাথ মন্দিৰত এতিয়াৰে পৰা নিষিদ্ধ এই সামগ্ৰীৰ ব্যৱহাৰ…

      July 7, 2025
      ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…
      Top News

      ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…

      July 7, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

      July 7, 2025

      শীৰ্ষ সংবাদ

      নিপা ভাইৰাছৰ অবিৰত সংক্ৰমণ, জানক ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায়…

      ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

      অহৰহ ভাগৰ আৰু খিংখিঙীয়া অৱস্থা হতাশাৰ লক্ষণ হ’ব পাৰে নেকি? জানক বিশেষজ্ঞৰ পৰা…

      কাশী বিশ্বনাথ মন্দিৰত এতিয়াৰে পৰা নিষিদ্ধ এই সামগ্ৰীৰ ব্যৱহাৰ…

      ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…

      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      - Select Visibility -

        No Result
        View All Result
        • অসম
        • উত্তৰ পূৱ
        • ৰাষ্ট্ৰীয়
        • আন্তঃ ৰাষ্ট্ৰীয়
        • বিনোদন
        • ক্ৰীড়া
        • ভিডিও

        © 2024 | Created and maintained by - Provibe Media LLP