• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কেৱল দিল্লীতেই নহয়, আন ৬ খন ৰাজ্যতো ফটকা নিষিদ্ধ

Nation NE by Nation NE
October 30, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
কেৱল দিল্লীতেই নহয়, আন ৬ খন ৰাজ্যতো ফটকা নিষিদ্ধ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বৰ্ধিত প্ৰদূষণৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতৰ বহু ৰাজ্যই গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ। পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি পোহৰৰ উৎসৱ দীপাৱলীৰ বাবে দিল্লী, পঞ্জাব, তামিলনাডুৰ দৰে ৰাজ্যই ফটকা ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ নিয়ম আৰোপ কৰিছে।

এই মহোৎসৱৰ সময়ত বায়ুৰ গুণাগুণৰ অৱনতি ৰোধৰ লক্ষ্যৰে কেইবাখনো ৰাজ্যই কঠোৰ নিয়ম প্ৰস্তুত কৰিছে। পৰিৱেশ আৰু স্বাস্থ্যৰ কথা মনত ৰাখি ফটকা নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা সেই ৭খন ৰাজ্যৰ বিষয়ে জানো আহক।

প্ৰতি শীতকালতে দিল্লীত বায়ুৰ গুণাগুণৰ গুৰুতৰ সমস্যাই দেখা দিয়ে। এই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ “দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ সমিতি” (ডিপিচিচি)-এ ২০২৫ চনৰ ১ জানুৱাৰীলৈকে সকলো ধৰণৰ ফটকা প্ৰস্তুত, সংৰক্ষণ, বিক্ৰী আৰু ব্যৱহাৰৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ ভিতৰত অনলাইন বিক্ৰীও অন্তৰ্ভুক্ত। দীপাৱলী, বৰদিন আৰু নৱবৰ্ষৰ দিনটোত মাত্ৰ কেইঘণ্টামানৰ বাবেহে কেৱল ‘সেউজীয়া ফটকা’হে জ্বলাবলৈ দিয়া হয়।

প্ৰদূষণৰ হাৰ হ্ৰাস কৰিবলৈ বিহাৰতো ফটকা ফুটুওৱাত নিষেধাজ্ঞা আৰোপ কৰিছে। ৰাজ্যখনৰ প্ৰধান চহৰ পাটনা, গয়া, মুজফ্ফৰপুৰ আৰু হাজীপুৰত সকলো ধৰণৰ ফটকা সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে।

ইফালে মহাৰাষ্ট্ৰত কেৱল সেউজীয়া ফটকাৰহে অনুমতি দিয়া হৈছে। এই ফটকা সাধাৰণ ফটকাৰ তুলনাত প্ৰায় ৩০% কম প্ৰদূষণ হয়। ইয়াৰ উপৰি মুম্বাই আৰক্ষীয়ে ২৩ অক্টোবৰৰ পৰা ২৪ নৱেম্বৰলৈ আকাশ বন্তি বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে।

ইফালে কৰ্ণাটকৰ ৰাজ্য চৰকাৰে ৰাইজক কেৱল সেউজীয়া ফটকা ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। ৰাজ্যখনৰ পৰিৱেশ মন্ত্ৰীয়ে দীপাৱলীত ফটকা ফুটুওৱাৰ সময় নিশা ৮ৰ পৰা ১০ বজালৈ সীমিত কৰাৰ পৰামৰ্শ প্ৰদান কৰিছে যদিও চৰকাৰীভাৱে কোনো নিষেধাজ্ঞা দিয়া হোৱা নাই।

উচ্চতম ন্যায়ালয় আৰু এন জি টিৰ নিৰ্দেশ অনুসৰি পঞ্জাৱত ফটকা ব্যৱহাৰ দীপাৱলী, গুৰুপুৰ্ব, বৰদিন আৰু নৱবৰ্ষৰ পূৰ্বে নিশা ৮ৰ পৰা ১০ বজালৈ সীমাবদ্ধ কৰি ৰখা হৈছে। ইয়াত কেৱল সেউজীয়া ফটকাহে জ্বলাবলৈ দিয়া হৈছে।

কেৰালাত দীপাৱলীত ফটকা জ্বলোৱাৰ সময় নিশা ৮ বজাৰ পৰা ১০ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ উপৰি বৰদিন আৰু নৱবৰ্ষৰ দিনা ফটকা জ্বলোৱাৰ সময় নিশা ১১:৫৫ বজাৰ পৰা নিশা ১২:৩০ বজালৈ নিৰ্ধাৰণ কৰিছে। ইয়াত কেৱল সেউজীয়া ফটকা বিক্ৰীৰহে অনুমতি প্ৰদান কৰা হৈছে।

তামিলনাডু চৰকাৰে দীপাৱলীত ফটকা ফুটোৱাৰ সময় পুৱা ৬ৰ পৰা ৭ বজালৈ আৰু সন্ধিয়া ৭ৰ পৰা ৮ বজালৈ সীমাবদ্ধ কৰি ৰাখিছে।

আনহাতে পশ্চিমবংগতো ফটকা জ্বলোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে এন জি টিৰ নীতি-নিৰ্দেশনা মানি দেৱালীত কেৱল প্ৰমাণিত সেউজীয়া ফটকাহে জ্বলোৱাৰ অনুমতি প্ৰদান কৰিছে। কলকাতাত দেৱালীৰ দিনা নিশা ৮ৰ পৰা ১০ বজালৈহে ফটকা জ্বলাব পাৰে।

উল্লেখ্য যে, বায়ুৰ গুণাগুণৰ অধিক অৱনতি ৰোধৰ প্ৰচেষ্টা তথা প্ৰদূষণ ৰোধ কৰাৰ বাবে এইধৰণৰ কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে।

Tags: #DelhiDiwaliFirecrackersKarnatakaTamilnaduWest Bengal

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025