• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
18 °c
Guwahati
18 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১২৪টা বলত ২০৫ ৰানৰ দুৰ্দান্ত ইনিংছ; জন্ময়ৰ পিছত এইবাৰ ইতিহাস লিখিলে ডলীয়ে

Nation NE by Nation NE
June 29, 2025
in Top News, BIG BREAKING, অসম, ক্ৰীড়া
0 0
১২৪টা বলত ২০৫ ৰানৰ দুৰ্দান্ত ইনিংছ; জন্ময়ৰ পিছত এইবাৰ ইতিহাস লিখিলে ডলীয়ে
Share on FacebookShare on TwitterWhatsApp

কিছু দিন পূৰ্বে নলবাৰীৰ ১৩ বছৰীয়া জন্ময় ৰাজবংশীয়ে বিস্ফোৰক বেটিঙেৰে ক্ৰিকেট মহলত চাঞ্চল্যৰ সৃষ্টি কৰাৰ পিছত এইবাৰ ১৫ বছৰীয়া এগৰাকী মহিলা ক্ৰিকেটাৰে দৃষ্টি কাঢ়িছে অসমৰ ক্ৰিকেট প্ৰেমীৰ।

১৫ বছৰীয়া মহিলা ক্ৰিকেটাৰগৰাকীয়ে দ্বিশতকীয় ইনিংছ খেলি অসমৰ ক্ৰিকেট ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে। অসমৰ মহিলা ক্ৰিকেট ইতিহাসত দ্বিশতক অৰ্জন কৰা তেওঁৱেই প্ৰথম তথা একমাত্ৰ মহিলা ক্ৰিকেটাৰ।

দুৰ্দান্ত দ্বিশতকীয় ইনিংছ খেলি ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰা এই ক্ৰিকেটাৰগৰাকী হৈছে ডলী কাৰ্দং।

দৰাচলতে অসম ক্ৰিকেট সন্থাৰ তত্ত্বাৱধানত আৰু গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ আতিথ্যত গোলাঘাটৰ ফৰকাটিং ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা ১৫ বছৰ অনূৰ্ধ্ব ছোৱালীৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতা ২০২৫-ৰ এখন মেচত এই বিৰল অভিলেখৰ গৰাকী হয় কাৰ্দং।

আজি যোৰহাটৰ বিৰুদ্ধে অনুষ্ঠিত ৩৫ অ’ভাৰৰ খেলত বোকাখাত ক্ৰিকেট দলৰ অধিনায়িকা ডলী কাৰ্দঙে ১২৪টা বলৰ সন্মুখীন হৈ অপৰাজিত ২০৫ ৰানৰ এক সুন্দৰ ইনিংছ খেলে। কাৰ্দঙৰ ইনিংছটোত আছিল ২১টা চাৰি আৰু ১৩টা ছয়।

কাৰ্দঙৰ এই অনবদ্য ইনিংছৰ সহায়তেই বোকাখাত দলে যোৰহাটক ১৮৮ ৰানত পৰাস্ত কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে. কিছু দিন পূৰ্বে ১৩ বছৰৰ অনূৰ্ধ্বৰ সদৌ অসম আন্তঃকোচিং ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ খেলত নলবাৰীৰ গৰ্ডন ক্ৰিকেট একাডেমীৰ প্ৰশিক্ষাৰ্থী জন্ময় ৰাজবংশীয়ে ১৩৯ বলত ৪৩০ ৰানৰ বিস্ফোৰক ইনিংছ খেলি ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছিল।

Tags: Assam Cricket AssociationBokakhatDolly KardongHistoryWomen's Crickets

Related Posts

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025