• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
22 °c
Guwahati
24 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১২৪টা বলত ২০৫ ৰানৰ দুৰ্দান্ত ইনিংছ; জন্ময়ৰ পিছত এইবাৰ ইতিহাস লিখিলে ডলীয়ে

Nation NE by Nation NE
June 29, 2025
in Top News, BIG BREAKING, অসম, ক্ৰীড়া
0 0
১২৪টা বলত ২০৫ ৰানৰ দুৰ্দান্ত ইনিংছ; জন্ময়ৰ পিছত এইবাৰ ইতিহাস লিখিলে ডলীয়ে
Share on FacebookShare on TwitterWhatsApp

কিছু দিন পূৰ্বে নলবাৰীৰ ১৩ বছৰীয়া জন্ময় ৰাজবংশীয়ে বিস্ফোৰক বেটিঙেৰে ক্ৰিকেট মহলত চাঞ্চল্যৰ সৃষ্টি কৰাৰ পিছত এইবাৰ ১৫ বছৰীয়া এগৰাকী মহিলা ক্ৰিকেটাৰে দৃষ্টি কাঢ়িছে অসমৰ ক্ৰিকেট প্ৰেমীৰ।

১৫ বছৰীয়া মহিলা ক্ৰিকেটাৰগৰাকীয়ে দ্বিশতকীয় ইনিংছ খেলি অসমৰ ক্ৰিকেট ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে। অসমৰ মহিলা ক্ৰিকেট ইতিহাসত দ্বিশতক অৰ্জন কৰা তেওঁৱেই প্ৰথম তথা একমাত্ৰ মহিলা ক্ৰিকেটাৰ।

দুৰ্দান্ত দ্বিশতকীয় ইনিংছ খেলি ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰা এই ক্ৰিকেটাৰগৰাকী হৈছে ডলী কাৰ্দং।

দৰাচলতে অসম ক্ৰিকেট সন্থাৰ তত্ত্বাৱধানত আৰু গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ আতিথ্যত গোলাঘাটৰ ফৰকাটিং ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা ১৫ বছৰ অনূৰ্ধ্ব ছোৱালীৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতা ২০২৫-ৰ এখন মেচত এই বিৰল অভিলেখৰ গৰাকী হয় কাৰ্দং।

আজি যোৰহাটৰ বিৰুদ্ধে অনুষ্ঠিত ৩৫ অ’ভাৰৰ খেলত বোকাখাত ক্ৰিকেট দলৰ অধিনায়িকা ডলী কাৰ্দঙে ১২৪টা বলৰ সন্মুখীন হৈ অপৰাজিত ২০৫ ৰানৰ এক সুন্দৰ ইনিংছ খেলে। কাৰ্দঙৰ ইনিংছটোত আছিল ২১টা চাৰি আৰু ১৩টা ছয়।

কাৰ্দঙৰ এই অনবদ্য ইনিংছৰ সহায়তেই বোকাখাত দলে যোৰহাটক ১৮৮ ৰানত পৰাস্ত কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে. কিছু দিন পূৰ্বে ১৩ বছৰৰ অনূৰ্ধ্বৰ সদৌ অসম আন্তঃকোচিং ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ খেলত নলবাৰীৰ গৰ্ডন ক্ৰিকেট একাডেমীৰ প্ৰশিক্ষাৰ্থী জন্ময় ৰাজবংশীয়ে ১৩৯ বলত ৪৩০ ৰানৰ বিস্ফোৰক ইনিংছ খেলি ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছিল।

Tags: Assam Cricket AssociationBokakhatDolly KardongHistoryWomen's Crickets

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025