• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, May 5, 2026
26 °c
Guwahati
25 ° Wed
24 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ট্ৰাম্পৰ আন এক ডাঙৰ সিদ্ধান্ত; ইংৰাজীক আমেৰিকাৰ চৰকাৰী ভাষা হিচাপে ঘোষণা

Nation NE by Nation NE
March 2, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ৰাষ্ট্ৰপতিৰূপে শপত লৈয়ে ট্ৰাম্পে ল’লে পাঁচটা কঠোৰ সিদ্ধান্ত; হতচকিত বিশ্ববাসী
Share on FacebookShare on TwitterWhatsApp

এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইংৰাজীক আমেৰিকাৰ চৰকাৰী ভাষা হিচাপে ঘোষণা কৰিছে। দেশৰ অনুপ্ৰৱেশ আৰু বহুভাষিক সমাজৰ মাজত ঐক্য অনাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ট্ৰাম্পৰ এই সিদ্ধান্তৰ আঁৰৰ মূল কাৰণ হ’ল এক উমৈহতীয়া ভাষাই সমাজখনক শক্তিশালী আৰু ঐক্যবদ্ধ কৰি তোলে।

হোৱাইট হাউছে ট্ৰাম্পৰ কাৰ্যবাহী আদেশ জাৰি কৰি কয় যে ইংৰাজীক দেশখনৰ চৰকাৰী ভাষা হিচাপে নিৰ্ধাৰণ কৰাটো ‘বহুদিন পূৰ্বেই’ হ’ব লাগিছিল।

এই আদেশত কোৱা হৈছে যে এটা জাতীয় ভাষা হৈছে এক সংহত সমাজৰ ভিত্তি, আৰু আমেৰিকাৰ নাগৰিকসকলৰ বাবে এটা উমৈহতীয়া ভাষাত যোগাযোগ কৰাটো অতি প্ৰয়োজনীয়।

এই আদেশৰ জৰিয়তে ১৯৯০ চনত তেতিয়াৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে কাৰ্যকৰী কৰা নীতি বাতিল কৰা হৈছে যিয়ে ফেডাৰেল সংস্থাসমূহক অইংৰাজী ভাষীসকলক সহায় আগবঢ়াবলৈ নিৰ্দেশ দিয়া হৈছিল।

নতুন আদেশৰ অধীনত এতিয়া ফেডাৰেল সংস্থাসমূহক ইংৰাজীৰ বাহিৰে আন ভাষাত কিমান সহায় আগবঢ়াব সেইটো নিৰ্ণয় কৰাৰ কৰ্তৃত্ব দিয়া হৈছে।

Tags: Donald trumpEnglishUnited State

Related Posts

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, ঘৰৰ দুৱাৰমুখৰ পৰা বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী অসহায়ী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, ঘৰৰ দুৱাৰমুখৰ পৰা বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী অসহায়ী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 5, 2026
পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026

শীৰ্ষ সংবাদ

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, ঘৰৰ দুৱাৰমুখৰ পৰা বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী অসহায়ী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025