• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অন্তিম টেষ্টৰ পৰা অধিনায়ক ষ্টোকছসহ চাৰিগৰাকী খেলুৱৈ বাহিৰ; ইংলেণ্ডৰ মূল একাদশ ঘোষণা

Nation NE by Nation NE
July 30, 2025
in Top News, ক্ৰীড়া
0 0
অন্তিম টেষ্টৰ পৰা অধিনায়ক ষ্টোকছসহ চাৰিগৰাকী খেলুৱৈ বাহিৰ; ইংলেণ্ডৰ মূল একাদশ ঘোষণা
Share on FacebookShare on TwitterWhatsApp

ভাৰতৰ বিৰুদ্ধে খেলিবলগীয়া টেষ্ট শৃংখলাৰ পঞ্চম তথা অন্তিমখন টেষ্ট মেচৰ বাবে ঘৰুৱা দল ইংলেণ্ডে ঘোষণা কৰিছে মূল একাদশ। অতি আশ্বৰ্ষকৰ কথা এয়াই যে অন্তিমখন মেচৰ বাবে মূল একাদশৰ পৰা বাহিৰ হৈছে ইংলেণ্ড দলৰ অধিনায়ক বেন ষ্টোকছ।

ষ্টোকছৰ ঠাইত অন্তিমখন টেষ্টত অ’লি পোপে দলক নেতৃত্ব প্ৰদান কৰিব। মূল একাদশত ষ্টোকছৰ ঠাইত দলত স্থান দিয়া হৈছে যুৱ বেটাৰ জেকব বেথালক। ষ্টোকছৰ উপৰি অন্তিমখন টেষ্টত মূল একাদশৰ পৰা বাহিৰ হৈছে স্পিন অলৰাউণ্ডাৰ লিয়াম ডছনো বাহিৰ হৈছে।

উল্লেখ্য যে ভাৰত আৰু ইংলেণ্ডৰ মাজত পঞ্চমখন টেষ্ট মেচ ৩১ জুলাইৰ পৰা ৪ আগষ্টলৈ লণ্ডনৰ কেনিংটন অ’ভেলত অনুষ্ঠিত হ’ব। এই টেষ্ট মেচৰ বাবে ইংলেণ্ডে নিজৰ মূল একাদশত চাৰিজন বেগী বলাৰক অন্তৰ্ভুক্ত কৰিছে।

আচৰিত কথাটো হ’ল অন্তিমখন মেচত ইংলিছ দলত কোনো এঝন স্পিনাৰকে স্থান দিয়া হোৱা নাই। একে সময়তে ভাৰতীয় দলটোৱে এই মেচখনত তিনিজন স্পিনাৰৰ সৈতে খেলপথাৰত অতীৰ্ণ হ’ব বুলিও খবৰ আহিছে।

ইংলেণ্ডৰ বেগী বলাৰ জোফ্ৰা আৰ্চাৰো পঞ্চম টেষ্টৰ পৰা বাহিৰ হৈছে। তেওঁৰ ঠাইত যুৱ বেগী বলাৰ জোছ টঙক মূল একাদশত অন্তৰ্ভুক্ত কৰা হৈছে। পঞ্চম টেষ্টৰ পৰা মুঠ চাৰিগৰাকী খেলুৱৈ বাদ পৰিছে। ইয়াৰ ভিতৰত আছে দ্ৰুত বলাৰ জোফ্ৰা আৰ্চাৰ আৰু ব্ৰাইডন কাৰ্ছ, অধিনায়ক বেন ষ্টোকছ আৰু স্পিন অল ৰাউণ্ডাৰ লপিয়াম ডছন। এই চাৰিজনৰ ঠাইত জেকব বেথাল, গাছ এটকিনছন, জেমী অভাৰটন আৰু জোছ টঙক মূল একাদশত অন্তৰ্ভুক্ত কৰা হৈছে।

পঞ্চম টেষ্টৰ বাবে ইংলেণ্ডৰ মূল একাদশ – জেক ক্ৰ’লি, বেন ডাকেট, অলি পোপ (অধিনায়ক), জো ৰুট, হেৰী ব্ৰুক, জেকব বেথাল, জেমী স্মিথ (উইকেটকীপাৰ), ক্ৰিছ ৱোকছ, গাছ এটকিনছন, জেমী অভাৰটন আৰু জোছ টং।

উল্লেখ্য যে, পাঁচখন মেচৰ টেষ্ট শৃংখলাত ইংলেণ্ড ২-১ ব্যৱধানত অগ্ৰগতি লাভ কৰি আছে।

Tags: EnglandIndia vs EnglandTest Series

Related Posts

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

December 10, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

December 10, 2025
মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

December 10, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025

শীৰ্ষ সংবাদ

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025