• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 2, 2026
23 °c
Guwahati
25 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অন্তিম টেষ্টৰ পৰা অধিনায়ক ষ্টোকছসহ চাৰিগৰাকী খেলুৱৈ বাহিৰ; ইংলেণ্ডৰ মূল একাদশ ঘোষণা

Nation NE by Nation NE
July 30, 2025
in Top News, ক্ৰীড়া
0 0
অন্তিম টেষ্টৰ পৰা অধিনায়ক ষ্টোকছসহ চাৰিগৰাকী খেলুৱৈ বাহিৰ; ইংলেণ্ডৰ মূল একাদশ ঘোষণা
Share on FacebookShare on TwitterWhatsApp

ভাৰতৰ বিৰুদ্ধে খেলিবলগীয়া টেষ্ট শৃংখলাৰ পঞ্চম তথা অন্তিমখন টেষ্ট মেচৰ বাবে ঘৰুৱা দল ইংলেণ্ডে ঘোষণা কৰিছে মূল একাদশ। অতি আশ্বৰ্ষকৰ কথা এয়াই যে অন্তিমখন মেচৰ বাবে মূল একাদশৰ পৰা বাহিৰ হৈছে ইংলেণ্ড দলৰ অধিনায়ক বেন ষ্টোকছ।

ষ্টোকছৰ ঠাইত অন্তিমখন টেষ্টত অ’লি পোপে দলক নেতৃত্ব প্ৰদান কৰিব। মূল একাদশত ষ্টোকছৰ ঠাইত দলত স্থান দিয়া হৈছে যুৱ বেটাৰ জেকব বেথালক। ষ্টোকছৰ উপৰি অন্তিমখন টেষ্টত মূল একাদশৰ পৰা বাহিৰ হৈছে স্পিন অলৰাউণ্ডাৰ লিয়াম ডছনো বাহিৰ হৈছে।

উল্লেখ্য যে ভাৰত আৰু ইংলেণ্ডৰ মাজত পঞ্চমখন টেষ্ট মেচ ৩১ জুলাইৰ পৰা ৪ আগষ্টলৈ লণ্ডনৰ কেনিংটন অ’ভেলত অনুষ্ঠিত হ’ব। এই টেষ্ট মেচৰ বাবে ইংলেণ্ডে নিজৰ মূল একাদশত চাৰিজন বেগী বলাৰক অন্তৰ্ভুক্ত কৰিছে।

আচৰিত কথাটো হ’ল অন্তিমখন মেচত ইংলিছ দলত কোনো এঝন স্পিনাৰকে স্থান দিয়া হোৱা নাই। একে সময়তে ভাৰতীয় দলটোৱে এই মেচখনত তিনিজন স্পিনাৰৰ সৈতে খেলপথাৰত অতীৰ্ণ হ’ব বুলিও খবৰ আহিছে।

ইংলেণ্ডৰ বেগী বলাৰ জোফ্ৰা আৰ্চাৰো পঞ্চম টেষ্টৰ পৰা বাহিৰ হৈছে। তেওঁৰ ঠাইত যুৱ বেগী বলাৰ জোছ টঙক মূল একাদশত অন্তৰ্ভুক্ত কৰা হৈছে। পঞ্চম টেষ্টৰ পৰা মুঠ চাৰিগৰাকী খেলুৱৈ বাদ পৰিছে। ইয়াৰ ভিতৰত আছে দ্ৰুত বলাৰ জোফ্ৰা আৰ্চাৰ আৰু ব্ৰাইডন কাৰ্ছ, অধিনায়ক বেন ষ্টোকছ আৰু স্পিন অল ৰাউণ্ডাৰ লপিয়াম ডছন। এই চাৰিজনৰ ঠাইত জেকব বেথাল, গাছ এটকিনছন, জেমী অভাৰটন আৰু জোছ টঙক মূল একাদশত অন্তৰ্ভুক্ত কৰা হৈছে।

পঞ্চম টেষ্টৰ বাবে ইংলেণ্ডৰ মূল একাদশ – জেক ক্ৰ’লি, বেন ডাকেট, অলি পোপ (অধিনায়ক), জো ৰুট, হেৰী ব্ৰুক, জেকব বেথাল, জেমী স্মিথ (উইকেটকীপাৰ), ক্ৰিছ ৱোকছ, গাছ এটকিনছন, জেমী অভাৰটন আৰু জোছ টং।

উল্লেখ্য যে, পাঁচখন মেচৰ টেষ্ট শৃংখলাত ইংলেণ্ড ২-১ ব্যৱধানত অগ্ৰগতি লাভ কৰি আছে।

Tags: EnglandIndia vs EnglandTest Series

Related Posts

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026
পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ
Top News

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

May 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 2, 2026
যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026

শীৰ্ষ সংবাদ

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025