• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সুখবৰ! পৰীক্ষাৰ্থীৰ বাবে বিশেষ সুবিধা চৰকাৰৰ

Nation NE by Nation NE
September 28, 2024
in Top News, অসম
0 0
সুখবৰ! পৰীক্ষাৰ্থীৰ বাবে বিশেষ সুবিধা চৰকাৰৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

দেওবাৰে, অৰ্থাৎ ২৯ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব ৰাজ্যৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা।পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ স্নাতক পৰ্যায়ৰ পদৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ লগতে দিনৰ ১.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ গাড়ীচালক পদৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

প্ৰাৰ্থীসকলৰ সুবিধাৰ্থে আজিৰ পৰা চলিব কেইবাখনো বিশেষ ৰেল। “উত্তৰ-পূব সীমান্ত ৰে’লৱে”ই কৰিছে বিশেষ ঘোষণা।

নিম্নলিখিত বিৱৰণ অনুসৰি এই ৰে’লসমূহৰ পৰিচালন কৰোৱা হ’ব-

  • আলিপুৰদুৱাৰৰ পৰা কামাখ্যা ষ্টেচনলৈ চলিব বিশেষ ৰে’ল

২৮ ছেপ্টেম্বৰৰ সন্ধিয়া ৮:১০ বজাত আলিপুৰদুৱাৰৰ পৰা আহিব ৰে’লখন। ২৯ ছেপ্টেম্বৰত পুৱা ৪ বজাত কামাখ্যা ষ্টেচন পাব ৰে’লখন। বিয়লি ৩ বজাত আলিপুৰদুৱাৰ অভিমুখে উভতিব ৰে’লখন।

  • দ্বিতীয়খন বিশেষ ৰে’ল চলিব আলিপুৰদুৱাৰ-গুৱাহাটী ষ্টেচনৰ মাজত

আলিপুৰদুৱাৰৰ পৰা ৰে’লখন আহিব ২৮ ছেপ্টেম্বৰৰ সন্ধিয়া ৫ বজাত। ২৯ ছেপ্টেম্বৰৰ পুৱা ৫ বজাত গুৱাহাটী ষ্টেচন পাব ৰে’লখন। গুৱাহাটীৰ পৰা উভতিব ২৯ ছেপ্টেম্বৰৰ আবেলি ৩:৫০ বজাত।

  • হাইলাকান্দি-শিলচৰৰ মাজত চলিব তৃতীয়খন বিশেষ ৰে’ল

২৯ ছেপ্টেম্বৰৰ পুৱা ৫ বজাত হাইলাকান্দিৰ পৰা আহিব ৰে’লখন। শিলচৰত পুৱা ৭:১০ বজাত উপস্থিত হ’ব ৰে’লখন। বিয়লি ৩:৩০ বজাত শিলচৰৰ পৰা হাইলাকান্দিলৈ উভতিব ৰে’লখন।

  • মৰিয়নি-নাৰেংগীৰ মাজত চলিব চতুৰ্থখন বিশেষ ৰে’ল

২৮ ছেপ্টেম্বৰত মৰিয়নিৰ পৰা ৰে’লখন আহিব বিয়লি ৩:৩৫ বজাত। ২৯ ছেপ্টেম্বৰৰ পুৱা ৫ বজাত ৰে’লখন উপস্থিত হ’ব নাৰেংগীত। নাৰেংগীৰ পৰা বিয়লি ৩:৩০ বজাত উভতিব ৰে’লখন।

  • আলিপুৰদুৱাৰ-নিউ বঙাইগাঁৱৰ মাজত চলিব বিশেষ ৰে’ল

২৮ ছেপ্টেম্বৰত আলিপুৰদুৱাৰৰ পৰা মাজনিশা ১২ বজাত এৰিব ৰে’লখন। নিউ বঙাইগাঁৱত উপস্থিত হ’ব ২৮ ছেপ্টেম্বৰৰ সন্ধিয়া ৬:২০ বজাত। নিউ বঙাইগাঁৱৰ পৰা ২৯ ছেপ্টেম্বৰত ৰে’লখন এৰিব বিয়লি ৫:৫০ বজাত।

  • হয়বৰগাঁৱৰ পৰা গুৱাহাটীলৈ চলিব বিশেষ ৰে’ল

২৮ ছেপ্টেম্বৰৰ আবেলি ২ বজাত হয়বৰগাঁৱৰ পৰা আহিব ৰে’লখন। একেদিনাই সন্ধিয়া ৬ বজাত ৰে’লখন গুৱাহাটী ষ্টেচনত উপস্থিত হ’ব। ২৯ ছেপ্টেম্বৰৰ বিয়লি ৩ বজাত ৰে’লখন উভতিব হয়বৰগাঁৱলৈ।

Tags: #ExamAssam GovernmentEmployee

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025