• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সুখবৰ! পৰীক্ষাৰ্থীৰ বাবে বিশেষ সুবিধা চৰকাৰৰ

Nation NE by Nation NE
September 28, 2024
in Top News, অসম
0 0
সুখবৰ! পৰীক্ষাৰ্থীৰ বাবে বিশেষ সুবিধা চৰকাৰৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

দেওবাৰে, অৰ্থাৎ ২৯ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব ৰাজ্যৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা।পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ স্নাতক পৰ্যায়ৰ পদৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ লগতে দিনৰ ১.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ গাড়ীচালক পদৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

প্ৰাৰ্থীসকলৰ সুবিধাৰ্থে আজিৰ পৰা চলিব কেইবাখনো বিশেষ ৰেল। “উত্তৰ-পূব সীমান্ত ৰে’লৱে”ই কৰিছে বিশেষ ঘোষণা।

নিম্নলিখিত বিৱৰণ অনুসৰি এই ৰে’লসমূহৰ পৰিচালন কৰোৱা হ’ব-

  • আলিপুৰদুৱাৰৰ পৰা কামাখ্যা ষ্টেচনলৈ চলিব বিশেষ ৰে’ল

২৮ ছেপ্টেম্বৰৰ সন্ধিয়া ৮:১০ বজাত আলিপুৰদুৱাৰৰ পৰা আহিব ৰে’লখন। ২৯ ছেপ্টেম্বৰত পুৱা ৪ বজাত কামাখ্যা ষ্টেচন পাব ৰে’লখন। বিয়লি ৩ বজাত আলিপুৰদুৱাৰ অভিমুখে উভতিব ৰে’লখন।

  • দ্বিতীয়খন বিশেষ ৰে’ল চলিব আলিপুৰদুৱাৰ-গুৱাহাটী ষ্টেচনৰ মাজত

আলিপুৰদুৱাৰৰ পৰা ৰে’লখন আহিব ২৮ ছেপ্টেম্বৰৰ সন্ধিয়া ৫ বজাত। ২৯ ছেপ্টেম্বৰৰ পুৱা ৫ বজাত গুৱাহাটী ষ্টেচন পাব ৰে’লখন। গুৱাহাটীৰ পৰা উভতিব ২৯ ছেপ্টেম্বৰৰ আবেলি ৩:৫০ বজাত।

  • হাইলাকান্দি-শিলচৰৰ মাজত চলিব তৃতীয়খন বিশেষ ৰে’ল

২৯ ছেপ্টেম্বৰৰ পুৱা ৫ বজাত হাইলাকান্দিৰ পৰা আহিব ৰে’লখন। শিলচৰত পুৱা ৭:১০ বজাত উপস্থিত হ’ব ৰে’লখন। বিয়লি ৩:৩০ বজাত শিলচৰৰ পৰা হাইলাকান্দিলৈ উভতিব ৰে’লখন।

  • মৰিয়নি-নাৰেংগীৰ মাজত চলিব চতুৰ্থখন বিশেষ ৰে’ল

২৮ ছেপ্টেম্বৰত মৰিয়নিৰ পৰা ৰে’লখন আহিব বিয়লি ৩:৩৫ বজাত। ২৯ ছেপ্টেম্বৰৰ পুৱা ৫ বজাত ৰে’লখন উপস্থিত হ’ব নাৰেংগীত। নাৰেংগীৰ পৰা বিয়লি ৩:৩০ বজাত উভতিব ৰে’লখন।

  • আলিপুৰদুৱাৰ-নিউ বঙাইগাঁৱৰ মাজত চলিব বিশেষ ৰে’ল

২৮ ছেপ্টেম্বৰত আলিপুৰদুৱাৰৰ পৰা মাজনিশা ১২ বজাত এৰিব ৰে’লখন। নিউ বঙাইগাঁৱত উপস্থিত হ’ব ২৮ ছেপ্টেম্বৰৰ সন্ধিয়া ৬:২০ বজাত। নিউ বঙাইগাঁৱৰ পৰা ২৯ ছেপ্টেম্বৰত ৰে’লখন এৰিব বিয়লি ৫:৫০ বজাত।

  • হয়বৰগাঁৱৰ পৰা গুৱাহাটীলৈ চলিব বিশেষ ৰে’ল

২৮ ছেপ্টেম্বৰৰ আবেলি ২ বজাত হয়বৰগাঁৱৰ পৰা আহিব ৰে’লখন। একেদিনাই সন্ধিয়া ৬ বজাত ৰে’লখন গুৱাহাটী ষ্টেচনত উপস্থিত হ’ব। ২৯ ছেপ্টেম্বৰৰ বিয়লি ৩ বজাত ৰে’লখন উভতিব হয়বৰগাঁৱলৈ।

Tags: #ExamAssam GovernmentEmployee

Related Posts

উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?
Top News

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

April 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 28, 2026
‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন
Top News

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!
Top News

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

April 27, 2026

শীৰ্ষ সংবাদ

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025