• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, June 8, 2026
28 °c
Guwahati
29 ° Tue
27 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

    ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘ভুৱা’ ফোনৰ আঁৰত ভয়ংকৰ ষড়যন্ত্ৰ! আমেৰিকাত পিজ্জা ডেলিভাৰীৰ বাবে ভাৰতীয় যুৱকৰ সৈতে ভয়ানক কাণ্ড

Nation NE by Nation NE
June 8, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
‘ভুৱা’ ফোনৰ আঁৰত ভয়ংকৰ ষড়যন্ত্ৰ! আমেৰিকাত পিজ্জা ডেলিভাৰীৰ বাবে ভাৰতীয় যুৱকৰ সৈতে ভয়ানক কাণ্ড
Share on FacebookShare on TwitterWhatsApp

আমেৰিকাত বাস কৰা তেলেংগানাৰ এজন ২৮ বছৰীয়া যুৱকৰ সন্দেহজনক আক্ৰমণত মৃত্যু হয়। অতিৰিক্ত উপাৰ্জনৰ বাবে তেওঁ ছুটিৰ দিনত পিজ্জা ডেলিভাৰী বয় হিচাপে অংশকালীন কাম কৰিছিল। খবৰ ওলাইছে যে তেওঁক এটা অৰ্ডাৰত পঠিওৱা হৈছিল যিটো পিছত প্ৰৱঞ্চনামূলক বুলি প্ৰমাণিত হৈছে। নিহত লোকজনৰ নাম অংশুল কুঞ্চা। তেওঁ এটা বহুজাতিক কোম্পানীত কাম কৰিছিল আৰু ছুটীৰ দিনত পিজ্জা ডেলিভাৰী বয় হিচাপেও কাম কৰিছিল।

শনিবাৰে নিশা তেওঁ ফিলাডেলফিয়াৰ এটা নিৰ্জন অঞ্চলত ডেলিভাৰী দিবলৈ অৰ্ডাৰ লাভ কৰে। নিৰ্দিষ্ট স্থানত উপস্থিত হোৱাৰ লগে লগে এজন অজ্ঞাত আক্ৰমণকাৰীয়ে তেওঁৰ ওপৰত গুলীচালনা কৰে।

স্থানীয় খবৰ অনুসৰি, অংশুলৰ মূৰলৈ লক্ষ্য কৰি আক্ৰমণকাৰীয়ে কেইবাটাও গুলীচালনা কৰে। গুৰুতৰভাৱে আহত হোৱাৰ বাবে ঘটনাস্থলীতে তেওঁৰ মৃত্যু হয়। অপৰাধ সংঘটিত কৰি পলায়ন কৰে অভিযুক্তই। অংশুলৰ পৰিয়ালে জনোৱা মতে, আক্ৰমণকাৰীয়ে তেওঁৰ নগদ ধন আৰু অন্যান্য মূল্যৱান সামগ্ৰীকে ধৰি কোনো সামগ্ৰী লৈ যোৱা নাছিল। ইয়াৰ ফলত হত্যাকাণ্ডৰ আঁৰৰ উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন হয়।

পৰিয়ালটোৱে লাভ কৰা তথ্য অনুসৰি ঘটনাৰ সময়ত দুজন মুখা পিন্ধা লোকে বেগ লৈ অঞ্চলটোত ঘূৰি ফুৰা দেখা গৈছিল। এই আক্ৰমণৰ সৈতে তেওঁলোকৰ কিছু সম্পৰ্ক থাকিব পাৰে বুলি অনুমান কৰা হৈছে। ওচৰৰ চিচিটিভি ফুটেজ আৰু অন্যান্য প্ৰমাণৰ ভিত্তিত আৰক্ষীয়ে এই গোচৰৰ তদন্ত অব্যাহত ৰাখিছে। অংশুলৰ মৃত্যুৰ খবৰে আমেৰিকাত বসবাস কৰা ভাৰতীয় সমাজ আৰু তেওঁৰ পৰিয়ালক শোকাস্তম্বিত কৰি তুলিছে। দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ লগতে এই গোচৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে পৰিয়ালটোৱে।

পৰিয়ালটোৰ মতে, অংশুল কুঞ্চা ইয়াৰ পূৰ্বেও আমেৰিকাত অপৰাধীৰ লক্ষ্য হৈ পৰিছিল। কিছুদিনৰ আগতে তেওঁক ডকাইতি কৰা হৈছিল, য’ত অপৰাধীয়ে তেওঁৰ চেইন, মোবাইল, নগদ ধন লৈ পলায়ন কৰিছিল। অৱশ্যে সেই ঘটনাত তেওঁৰ জীৱন বিপদত পৰা নাছিল। পৰিয়ালটোৱে কয় যে, এইবাৰ পৰিস্থিতি সম্পূৰ্ণ বেলেগ আছিল আৰু এক ভয়ংকৰ ষড়যন্ত্ৰৰ বলি হৈছিল অংশুল।

নিউয়ৰ্কত থকা ভাৰতীয় কনছুলেট জেনেৰেলেও আমেৰিকাত এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। দূতাবাসে স্থানীয় প্ৰশাসন আৰু মৃতকৰ পৰিয়ালৰ সৈতে যোগাযোগত আছে আৰু সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে বুলি জানিবলৈ দিয়ে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰকাশ কৰা এটা বাৰ্তাত উল্লেখ কৰা হৈছে যে, অংশুল কুঞ্চাৰৰ অকাল মৃত্যুক গভীৰভাৱে দুখজনক। এই জটিল সময়ত দূতাবাসৰ সমবেদনা পৰিয়ালৰ সৈতে আছে আৰু প্ৰয়োজনীয় সহায়ৰ বাবে সকলো প্ৰচেষ্টা হাতত লোৱা হৈছে। আমেৰিকাত অংশুলৰ কৰুণ হত্যাকাণ্ডৰ খবৰৰ পিছতে তেলেগু সমাজৰ ভিতৰত গভীৰ শোক আৰু উদ্বেগৰ পৰিৱেশ বিৰাজ কৰিছে। এই ঘটনাই কেৱল তাত বসবাস কৰা ভাৰতীয়ই নহয়, তেলেংগানাৰ মানুহকো স্তম্ভিত কৰি তুলিছে।

এই ঘটনাই আমেৰিকাত বসবাস কৰা তেলেগু সম্প্ৰদায়ৰ সদস্যসকলৰ সুৰক্ষাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰিছে। সম্প্ৰদায়ৰ লোকসকলে অংশুলৰ পৰিয়ালৰ সৈতে থিয় দি বিষয়টোৰ ন্যায্য তদন্তৰ দাবী জনাইছে। অংশুলৰ মৃত্যুত গভীৰ স্তম্ভিত হৈ পৰিছে পৰিয়াল। এই মৰ্মান্তিক ঘটনাটো এতিয়াও বিশ্বাস কৰিব পৰা নাই পৰিয়ালটোৱে ন্যায়ৰ বাবে অপেক্ষা কৰি আছে।

Tags: deliveryfake callpizza

Related Posts

চুক্তি শেষ, কৰিব লাগিব চৌহদ খালী! বংগৰ নিৰ্বাচন সমাপ্ত হোৱাৰ লগে লগে বিপদত TMC
Top News

চুক্তি শেষ, কৰিব লাগিব চৌহদ খালী! বংগৰ নিৰ্বাচন সমাপ্ত হোৱাৰ লগে লগে বিপদত TMC

June 8, 2026
জৱাহৰলাল নেহৰুৰ ৰেকৰ্ড ভংগ কৰি এক নতুন অভিলেখৰ দিশে প্ৰধানমন্ত্ৰী মোদী
Top News

জৱাহৰলাল নেহৰুৰ ৰেকৰ্ড ভংগ কৰি এক নতুন অভিলেখৰ দিশে প্ৰধানমন্ত্ৰী মোদী

June 8, 2026
দোকানৰ শাড়ীৰ বাণ্ডিলৰ মাজত লুকাই আছিল ৰাজনৈতিক দলৰ নেতা, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোমাই থ’লে জে’লত…
Top News

দোকানৰ শাড়ীৰ বাণ্ডিলৰ মাজত লুকাই আছিল ৰাজনৈতিক দলৰ নেতা, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোমাই থ’লে জে’লত…

June 8, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

June 8, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

June 8, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

June 8, 2026

শীৰ্ষ সংবাদ

‘ভুৱা’ ফোনৰ আঁৰত ভয়ংকৰ ষড়যন্ত্ৰ! আমেৰিকাত পিজ্জা ডেলিভাৰীৰ বাবে ভাৰতীয় যুৱকৰ সৈতে ভয়ানক কাণ্ড

চুক্তি শেষ, কৰিব লাগিব চৌহদ খালী! বংগৰ নিৰ্বাচন সমাপ্ত হোৱাৰ লগে লগে বিপদত TMC

জৱাহৰলাল নেহৰুৰ ৰেকৰ্ড ভংগ কৰি এক নতুন অভিলেখৰ দিশে প্ৰধানমন্ত্ৰী মোদী

দোকানৰ শাড়ীৰ বাণ্ডিলৰ মাজত লুকাই আছিল ৰাজনৈতিক দলৰ নেতা, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোমাই থ’লে জে’লত…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025