• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, July 7, 2025
28 °c
Guwahati
28 ° Wed
28 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

    ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    আজি শনিবাৰ, জানো আহক কি কি কৰিলে শনিৰ দশাৰ মুক্ত হ’ব পাৰি?

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    নলবাৰীৰ ঘগ্ৰাপাৰৰ এটা পুখুৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ

    বায়’পছিৰ নামত চিকিৎসকে আঁতৰালে ৰোগীৰ গুপ্তাংগ; অসমত চাঞ্চল্যকৰ ঘটনা

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    এটা মাত্ৰ কাম কৰিলে আপুনিও ৰক্ষা পৰিব গেষ্ট্ৰিকৰ সমস্যাৰ পৰা…

    হাঁহৰ পোৱালীক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিটৰ ঘটনা, আৰু তাৰপিছত…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      অভিনেতাৰ পৰা ৰাজনীতিলৈ অহা মিথুন চক্ৰৱৰ্তীৰ বিৰুদ্ধে FIR ৰুজু

      Nation NE by Nation NE
      November 6, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      অভিনেতাৰ পৰা ৰাজনীতিলৈ অহা মিথুন চক্ৰৱৰ্তীৰ বিৰুদ্ধে FIR ৰুজু
      Share on FacebookShare on TwitterWhatsApp

      অক্টোবৰ মাহত উত্তৰ ২৪ পৰগনা জিলাত দলীয় অনুষ্ঠানৰ সময়ত প্ৰৰোচনামূলক ভাষণ দিয়াৰ অভিযোগত অভিনেতাৰ পৰা বিজেপি নেতা হোৱা মিথুন চক্ৰৱৰ্তীৰ বিৰুদ্ধে বুধবাৰে বিধাননগৰ আৰক্ষীয়ে এফআইআৰ ৰুজু কৰে।

      আৰক্ষী সূত্ৰ অনুসৰি চক্ৰৱৰ্তীৰ বিৰুদ্ধে অভিযোগ ২৭ অক্টোবৰত ছল্ট লেক অঞ্চলৰ ইজেডচিচিত বিজেপিৰ অনুষ্ঠানৰ সময়ত তেওঁ দিয়া ভাষণৰ সৈতে জড়িত, যাৰ ভিত্তিত আৰক্ষীয়ে বিধাননগৰ দক্ষিণ থানাত এফআইআৰ ৰুজু কৰিছে।

      ভাৰতীয় জনতা পাৰ্টিৰ সদস্যপদ অভিযানৰ পশ্চিম বংগ পৰ্যায়ৰ শুভাৰম্ভণিৰ উদ্দেশ্যে আয়োজিত এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত আছিল। বিধাননগৰ আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয়, ‘আমি বিষয়টোৰ তদন্ত আৰম্ভ কৰিছো।’

      আৰক্ষীৰ এই পদক্ষেপৰ পিছতেই বিজেপিৰ ৰাজ্যিক সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সুকান্ত মজুমদাৰে এই এফআইআৰক “প্ৰতিশোধৰ ৰাজনীতি”ৰ ফল বুলি অভিহিত কৰে। তেওঁ কয়, ‘তেওঁৰ ভাষণত প্ৰৰোচনামূলক একো নাছিল। এয়া মাথোঁ আৰক্ষীক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি ভয় খুৱাবলৈ কৰা প্ৰয়াস।‘

      ২৭ অক্টোবৰত অনুষ্ঠিত সভাখনত চক্ৰৱৰ্তীয়ে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পিছত পশ্চিম বংগৰ শাসন বিজেপিৰ হ’ব বুলি কৈছিল আৰু এই লক্ষ্যত উপনীত হ’বলৈ যিকোনো পৰ্যায়লৈ যাব বুলি মন্তব্য কৰিছিল।

      Tags: BJPFIRMithun ChakrabortyWest Bengal

      Related Posts

      বাহ্যিক সাৱধানতাৰ উপৰি নিজকে সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰখাৰ ৫ টা সহজ আৰু প্ৰাকৃতিক উপায়
      Top News

      নিপা ভাইৰাছৰ অবিৰত সংক্ৰমণ, জানক ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায়…

      July 7, 2025
      ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…
      Top News

      ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

      July 7, 2025
      অহৰহ ভাগৰ আৰু খিংখিঙীয়া অৱস্থা হতাশাৰ লক্ষণ হ’ব পাৰে নেকি? জানক বিশেষজ্ঞৰ পৰা…

      কাশী বিশ্বনাথ মন্দিৰত এতিয়াৰে পৰা নিষিদ্ধ এই সামগ্ৰীৰ ব্যৱহাৰ…
      Top News

      কাশী বিশ্বনাথ মন্দিৰত এতিয়াৰে পৰা নিষিদ্ধ এই সামগ্ৰীৰ ব্যৱহাৰ…

      July 7, 2025
      ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…
      Top News

      ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…

      July 7, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

      July 7, 2025

      শীৰ্ষ সংবাদ

      নিপা ভাইৰাছৰ অবিৰত সংক্ৰমণ, জানক ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায়…

      ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

      অহৰহ ভাগৰ আৰু খিংখিঙীয়া অৱস্থা হতাশাৰ লক্ষণ হ’ব পাৰে নেকি? জানক বিশেষজ্ঞৰ পৰা…

      কাশী বিশ্বনাথ মন্দিৰত এতিয়াৰে পৰা নিষিদ্ধ এই সামগ্ৰীৰ ব্যৱহাৰ…

      ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…

      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist