• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
22 °c
Guwahati
23 ° Thu
24 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অভিনেতাৰ পৰা ৰাজনীতিলৈ অহা মিথুন চক্ৰৱৰ্তীৰ বিৰুদ্ধে FIR ৰুজু

Nation NE by Nation NE
November 6, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
অভিনেতাৰ পৰা ৰাজনীতিলৈ অহা মিথুন চক্ৰৱৰ্তীৰ বিৰুদ্ধে FIR ৰুজু
Share on FacebookShare on TwitterWhatsApp

অক্টোবৰ মাহত উত্তৰ ২৪ পৰগনা জিলাত দলীয় অনুষ্ঠানৰ সময়ত প্ৰৰোচনামূলক ভাষণ দিয়াৰ অভিযোগত অভিনেতাৰ পৰা বিজেপি নেতা হোৱা মিথুন চক্ৰৱৰ্তীৰ বিৰুদ্ধে বুধবাৰে বিধাননগৰ আৰক্ষীয়ে এফআইআৰ ৰুজু কৰে।

আৰক্ষী সূত্ৰ অনুসৰি চক্ৰৱৰ্তীৰ বিৰুদ্ধে অভিযোগ ২৭ অক্টোবৰত ছল্ট লেক অঞ্চলৰ ইজেডচিচিত বিজেপিৰ অনুষ্ঠানৰ সময়ত তেওঁ দিয়া ভাষণৰ সৈতে জড়িত, যাৰ ভিত্তিত আৰক্ষীয়ে বিধাননগৰ দক্ষিণ থানাত এফআইআৰ ৰুজু কৰিছে।

ভাৰতীয় জনতা পাৰ্টিৰ সদস্যপদ অভিযানৰ পশ্চিম বংগ পৰ্যায়ৰ শুভাৰম্ভণিৰ উদ্দেশ্যে আয়োজিত এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত আছিল। বিধাননগৰ আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয়, ‘আমি বিষয়টোৰ তদন্ত আৰম্ভ কৰিছো।’

আৰক্ষীৰ এই পদক্ষেপৰ পিছতেই বিজেপিৰ ৰাজ্যিক সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সুকান্ত মজুমদাৰে এই এফআইআৰক “প্ৰতিশোধৰ ৰাজনীতি”ৰ ফল বুলি অভিহিত কৰে। তেওঁ কয়, ‘তেওঁৰ ভাষণত প্ৰৰোচনামূলক একো নাছিল। এয়া মাথোঁ আৰক্ষীক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি ভয় খুৱাবলৈ কৰা প্ৰয়াস।‘

২৭ অক্টোবৰত অনুষ্ঠিত সভাখনত চক্ৰৱৰ্তীয়ে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পিছত পশ্চিম বংগৰ শাসন বিজেপিৰ হ’ব বুলি কৈছিল আৰু এই লক্ষ্যত উপনীত হ’বলৈ যিকোনো পৰ্যায়লৈ যাব বুলি মন্তব্য কৰিছিল।

Tags: BJPFIRMithun ChakrabortyWest Bengal

Related Posts

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি
Top News

April 28, 2026
৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই
Top News

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

April 28, 2026
অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…
Top News

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

April 28, 2026
উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?
Top News

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

April 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025