• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, October 22, 2025
25 °c
Guwahati
25 ° Fri
25 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

TMC নেতা দুলু আহমেদৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছ কৰ্মী ৰুবুল আলীৰ

Nation NE by Nation NE
April 20, 2025
in Top News, অসম
0 0
TMC নেতা দুলু আহমেদৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছ কৰ্মী ৰুবুল আলীৰ
Share on FacebookShare on TwitterWhatsApp

দল বাগৰা ৰাজনীতিৰ বাবে চিৰ পৰিচিত নেতা তথা বিভিন্ন আপত্তিজনক মন্তব্যৰ বাবে সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰি থকা দুলু আহমেদৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ।

শেহতীয়াকৈ অসম জাতীয় পৰিষদ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগ দিয়া দুলু আহমেদৰ বিৰুদ্ধে দেওবাৰে হাজো আৰক্ষী থানাত দাখিল হৈছে এজাহাৰ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক ৰুবুল আলীয়ে দাখিল কৰিছে এজাহাৰ।

উল্লেখ্য যে, পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি হাজোৰ বিভিন্ন অঞ্চলত প্ৰচাৰ কাৰ্যত অংশ লৈ দুলু আহমেদে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা আনোৱাৰ হুছেইন (গণেশ) গৰু চোৰত জড়িত বুলি মন্তব্য কৰিছিল। কেৱল এয়াই নহয় আনোৱাৰ হুছেইনৰ পৰিয়ালটোৱে চুৰি গৰু ধুবুৰীত বিক্ৰী কৰাৰ লগতে বিভিন্ন মন্দিৰ কমিটিয়ে এৰি দিয়া গৰুবোৰো চুৰি কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

দুলু আহমেদে কৰা এই মন্তব্যৰ বাবে আনোৱাৰ হুছেইন আৰু তেওঁৰ পৰিয়ালক জনমানসত হেয় প্ৰতিপন্ন কৰা বুলি দাবী কৰি এজাহাৰ দাখিল কৰাৰ লগতে তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

Tags: Dulu AhmedHajoPanchayat ElectionTMC

Related Posts

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা
Top News

October 22, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

October 22, 2025
ইজৰাইলে সৃষ্টি কৰিছে বিশ্বৰ আটাইতকৈ বিপজ্জনক অস্ত্ৰ! ‘এতিয়া সকলো আমেৰিকাৰ হাতত’-নেতান্যাহু
Top News

গাজাত ব্যাপক ধ্বংসলীলা, ১৫৩ টন বোমা নিক্ষেপ ইজৰাইলৰ

October 22, 2025
নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বিজেপি মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক
Top News

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ট্ৰাম্পৰ বাৰ্তালাপ, ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ সন্দৰ্ভত এক ডাঙৰ দাবী

October 22, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 22, 2025
বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?
Top News

বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

October 21, 2025

শীৰ্ষ সংবাদ

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

গাজাত ব্যাপক ধ্বংসলীলা, ১৫৩ টন বোমা নিক্ষেপ ইজৰাইলৰ

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ট্ৰাম্পৰ বাৰ্তালাপ, ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ সন্দৰ্ভত এক ডাঙৰ দাবী

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025