• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
22 °c
Guwahati
23 ° Thu
24 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

TMC নেতা দুলু আহমেদৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছ কৰ্মী ৰুবুল আলীৰ

Nation NE by Nation NE
April 20, 2025
in Top News, অসম
0 0
TMC নেতা দুলু আহমেদৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছ কৰ্মী ৰুবুল আলীৰ
Share on FacebookShare on TwitterWhatsApp

দল বাগৰা ৰাজনীতিৰ বাবে চিৰ পৰিচিত নেতা তথা বিভিন্ন আপত্তিজনক মন্তব্যৰ বাবে সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰি থকা দুলু আহমেদৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ।

শেহতীয়াকৈ অসম জাতীয় পৰিষদ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগ দিয়া দুলু আহমেদৰ বিৰুদ্ধে দেওবাৰে হাজো আৰক্ষী থানাত দাখিল হৈছে এজাহাৰ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক ৰুবুল আলীয়ে দাখিল কৰিছে এজাহাৰ।

উল্লেখ্য যে, পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি হাজোৰ বিভিন্ন অঞ্চলত প্ৰচাৰ কাৰ্যত অংশ লৈ দুলু আহমেদে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা আনোৱাৰ হুছেইন (গণেশ) গৰু চোৰত জড়িত বুলি মন্তব্য কৰিছিল। কেৱল এয়াই নহয় আনোৱাৰ হুছেইনৰ পৰিয়ালটোৱে চুৰি গৰু ধুবুৰীত বিক্ৰী কৰাৰ লগতে বিভিন্ন মন্দিৰ কমিটিয়ে এৰি দিয়া গৰুবোৰো চুৰি কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

দুলু আহমেদে কৰা এই মন্তব্যৰ বাবে আনোৱাৰ হুছেইন আৰু তেওঁৰ পৰিয়ালক জনমানসত হেয় প্ৰতিপন্ন কৰা বুলি দাবী কৰি এজাহাৰ দাখিল কৰাৰ লগতে তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

Tags: Dulu AhmedHajoPanchayat ElectionTMC

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025