• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইজৰাইল-হামাছৰ মাজত প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰতি অন্ত; এতিয়া কি হ’ব পৰৱৰ্তী ৰণনীতি?

Nation NE by Nation NE
March 2, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বিপদে লগ এৰা নাই বেঞ্জামিন নেতান্যাহুৰ! এইবাৰ পত্নীৰ বিৰুদ্ধে আৰম্ভ তদন্ত
Share on FacebookShare on TwitterWhatsApp

গাজাত প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰতি বৃদ্ধিৰ বাবে আমেৰিকাৰ প্ৰস্তাৱক ইজৰাইলে সমৰ্থন জনাইছে। ইজৰাইল চৰকাৰে কয় যে গাজাত প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰতি ৰমজান আৰু নিস্তাৰপৰ্বলৈকে বৃদ্ধি কৰাৰ প্ৰস্তাৱৰ পক্ষত আছে।

ইফালে দ্বিতীয় পৰ্যায়ৰ যুদ্ধবিৰতিৰ আলোচনাৰ ওপৰত জোৰ দিছে হামাছে।

প্রধানমন্ত্রী বেঞ্জামিন নেতান্যাহুৰ কার্যালয়ৰ পৰা এই বক্তব্য প্রথম পর্যায় সমাপ্ত হোৱাৰ মাত্র কেইমিনিটমান পাছতে প্রকাশ কৰিছে৷ দ্বিতীয় পৰ্যায়ৰ যুদ্ধবিৰতি আৰম্ভ কৰাৰ সন্দৰ্ভত আলোচনা হৈছিল। ইয়াৰ লক্ষ্য হৈছে যুদ্ধৰ অন্ত পেলোৱা আৰু গাজাত বাকী থকা সকলো পণবন্দীক ঘৰলৈ ঘূৰাই অনা। ইয়াৰ ভিতৰত আছে জীৱিত আৰু মৃত বন্ধকী।

বিবৃতিটোত ইজৰাইলে আমেৰিকাৰ এই প্ৰস্তাৱৰ বিষয়ে নতুন তথ্য শ্বেয়াৰ কৰিছে। যুদ্ধবিৰতিৰ এলেকা নিস্তাৰ বা ২০ এপ্ৰিললৈকে বৃদ্ধি কৰা হ’ব। প্ৰথম দিনাই আধা পণবন্দীক মুকলি কৰি দিয়া হ’ব। স্থায়ী যুদ্ধবিৰতিৰ চুক্তি হ’লেই বাকীসকলক মুকলি কৰি দিয়া হ’ব।

উল্লেখ্য যে, স্থায়ী যুদ্ধবিৰতিৰ বাবে দুয়োখন দেশক আৰু অধিক সময়ৰ প্ৰয়োজন হ’ব বুলি বিভিন্ন বিশ্লেষকে মন্তব্য কৰিছে।

Tags: CeasefireHamasIsrael

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025