• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২০ বছৰৰ পাছত দেশত পুনৰ কমনৱেলথ গেমছ! CWG 2030 ৰ বাবে নিবিদাত অনুমোদন মোদী চৰকাৰৰ

Nation NE by Nation NE
August 29, 2025
in Top News, ক্ৰীড়া
0 0
২০ বছৰৰ পাছত দেশত পুনৰ কমনৱেলথ গেমছ! CWG 2030 ৰ বাবে নিবিদাত অনুমোদন মোদী চৰকাৰৰ
Share on FacebookShare on TwitterWhatsApp

২০১০ৰ পিছত সুদীৰ্ঘ ২০ বছৰৰ অন্তত ২০৩০ চনত ভাৰতত পুনৰ কমলৱেলথ গেমছ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় চৰকাৰে কমনৱেলথ গেমছ ২০৩০ আয়োজনৰ নিবিদাত অনুমোদন জনাইছে। ইয়াৰ অধীনত গুজৰাট চৰকাৰৰ সৈতে আয়োজক সহযোগিতা চুক্তি আৰু অনুদান-সাহায্যও অনুমোদন জনোৱা হৈছে।

আহমেদাবাদক ‘আদৰ্শ আয়োজক চহৰ’ হিচাপে বিবেচিত হৈছে, য’ত আছে বিশ্বমানৰ ষ্টেডিয়াম, অত্যাধুনিক প্ৰশিক্ষণৰ সুবিধা আৰু ক্ৰীড়াৰ প্ৰতি গভীৰ আকৰ্ষণ। ২০২৩ চনৰ ক্ৰিকেট বিশ্বকাপৰ ফাইনেলৰ দৰে বৃহৎ প্ৰতিযোগিতাসমূহ সফলতাৰে আয়োজন কৰি ইতিমধ্যে বিশ্বৰ সৰ্ববৃহৎ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামে নিজৰ সামৰ্থ্য প্ৰমাণ কৰিছে। যদিহে ভাৰতে আতিথ্য লাভ কৰে, তেন্তে ই কেৱল ৭২খন দেশৰ অংশগ্ৰহণৰ সাক্ষী হোৱাই নহয়, বিভিন্ন খণ্ডত কৰ্মসংস্থাপন, পৰ্যটন আৰু সুযোগ বৃদ্ধি কৰিব।

কেবিনেট অনুমোদনৰ মাত্ৰ কেইদিনমান পূৰ্বে ভাৰতীয় অলিম্পিক সন্থাই বিশেষ সাধাৰণ সভাত এই নিবিদাক আনুষ্ঠানিক অনুমোদন দিছিল। ১৩ আগষ্টত অনুষ্ঠিত এই বৈঠকত সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লোৱা হয় যে ভাৰতে ৩১ আগষ্টৰ সময়সীমাৰ পূৰ্বে এই প্ৰস্তাৱ দাখিল কৰিব লাগে।এইটোও স্পষ্ট কৰি দিছে যে যদিহে নিবিদা গ্ৰহণ কৰা হয় তেন্তে গুজৰাট চৰকাৰক অনুদান-সাহায্য আৰু আতিথ্য সহযোগিতা চুক্তিৰ সুবিধা প্ৰদান কৰা হ’ব।

Tags: Commonwealth GamesIndiaSports

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025