• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গাজা শান্তি চুক্তিৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ সঁহাৰি ট্ৰাম্পলৈ, যুদ্ধ বন্ধ কৰিবলৈ সকলো দেশলৈ আহ্বান

Nation NE by Nation NE
September 30, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Share on FacebookShare on TwitterWhatsApp

অতি শীঘ্ৰে গাজাত দীৰ্ঘদিনীয়া যুদ্ধৰ অন্ত পৰাৰ সম্ভাৱনা আছে। ইয়াৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰস্তুত কৰিছে এক বিশেষ পৰিকল্পনা।

৩০ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ট্ৰাম্পৰ এই পৰিকল্পনাক আদৰণি জনায়। তেওঁ এই কথাত সন্মতি প্ৰকাশ কৰে আৰু লগতে কয় যে, এই বিষয়ত আন দেশসমূহেও ট্ৰাম্পৰ সৈতে একমত হ’ব, যিয়ে হামাছ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ অন্ত পেলোৱাত সহায় কৰিব।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্স-পোষ্টৰ জৰিয়তে কয় যে, গাজা সংঘাতৰ অন্ত পেলোৱাৰ বাবে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পৰিকল্পনাক তেওঁ আদৰণি জনাইছে। এই পৰিকল্পনাই পেলেষ্টাইন আৰু ইজৰাইলৰ জনসাধাৰণৰ লগতে সমগ্ৰ পশ্চিম এছিয়া অঞ্চলৰ বাবে দীৰ্ঘম্যাদী শান্তি, নিৰাপত্তা আৰু উন্নয়নৰ বাবে এক ভাল পথ প্ৰশস্ত কৰিব। লগতে সংশ্লিষ্ট সকলো পক্ষই ট্ৰাম্পৰ এই পদক্ষেপক সমৰ্থন কৰিব বুলি তেওঁ আশাবাদী।

উল্লেখ্য যে, মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে গাজাৰ সংঘাতৰ অন্ত পেলাবলৈ ২০ দফীয়া পৰিকল্পনা প্ৰস্তুত কৰিছে। এই পৰিকল্পনাই ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু আৰু মুছলমান দেশৰ সমৰ্থন লাভ কৰিছে। ইজিপ্ত আৰু কাটাৰে এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এই প্ৰস্তাৱ হামাছৰ সন্মুখত দাখিল কৰিছে। হামাছে কয় যে, কোনো সঁহাৰি জনোৱাৰ পূৰ্বে এই বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰা হ’ব।

Tags: GAZA

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025