• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
22 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গাজা শান্তি চুক্তিৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ সঁহাৰি ট্ৰাম্পলৈ, যুদ্ধ বন্ধ কৰিবলৈ সকলো দেশলৈ আহ্বান

Nation NE by Nation NE
September 30, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Share on FacebookShare on TwitterWhatsApp

অতি শীঘ্ৰে গাজাত দীৰ্ঘদিনীয়া যুদ্ধৰ অন্ত পৰাৰ সম্ভাৱনা আছে। ইয়াৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰস্তুত কৰিছে এক বিশেষ পৰিকল্পনা।

৩০ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ট্ৰাম্পৰ এই পৰিকল্পনাক আদৰণি জনায়। তেওঁ এই কথাত সন্মতি প্ৰকাশ কৰে আৰু লগতে কয় যে, এই বিষয়ত আন দেশসমূহেও ট্ৰাম্পৰ সৈতে একমত হ’ব, যিয়ে হামাছ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ অন্ত পেলোৱাত সহায় কৰিব।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্স-পোষ্টৰ জৰিয়তে কয় যে, গাজা সংঘাতৰ অন্ত পেলোৱাৰ বাবে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পৰিকল্পনাক তেওঁ আদৰণি জনাইছে। এই পৰিকল্পনাই পেলেষ্টাইন আৰু ইজৰাইলৰ জনসাধাৰণৰ লগতে সমগ্ৰ পশ্চিম এছিয়া অঞ্চলৰ বাবে দীৰ্ঘম্যাদী শান্তি, নিৰাপত্তা আৰু উন্নয়নৰ বাবে এক ভাল পথ প্ৰশস্ত কৰিব। লগতে সংশ্লিষ্ট সকলো পক্ষই ট্ৰাম্পৰ এই পদক্ষেপক সমৰ্থন কৰিব বুলি তেওঁ আশাবাদী।

উল্লেখ্য যে, মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে গাজাৰ সংঘাতৰ অন্ত পেলাবলৈ ২০ দফীয়া পৰিকল্পনা প্ৰস্তুত কৰিছে। এই পৰিকল্পনাই ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু আৰু মুছলমান দেশৰ সমৰ্থন লাভ কৰিছে। ইজিপ্ত আৰু কাটাৰে এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এই প্ৰস্তাৱ হামাছৰ সন্মুখত দাখিল কৰিছে। হামাছে কয় যে, কোনো সঁহাৰি জনোৱাৰ পূৰ্বে এই বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰা হ’ব।

Tags: GAZA

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025