• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গাজা শান্তি-চুক্তিৰ অধীনত হামাছৰ ডাঙৰ সিদ্ধান্ত, ২০ জন পণবন্দীৰ ভিতৰত ৭জনক মুকলি

Nation NE by Nation NE
October 13, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইজৰাইলে সৃষ্টি কৰিছে বিশ্বৰ আটাইতকৈ বিপজ্জনক অস্ত্ৰ! ‘এতিয়া সকলো আমেৰিকাৰ হাতত’-নেতান্যাহু
Share on FacebookShare on TwitterWhatsApp

গাজা শান্তি-চুক্তিৰ অংশ হিচাপে সন্ত্ৰাসবাদী সংগঠন হামাছে নিজৰ ২০ জন পণবন্দীৰ ভিতৰত ৭ জনক মুকলি কৰি দিছে। বাকী ১৩ জনো শীঘ্ৰে মুক্তি পাব বুলি খবৰ পোৱা গৈছে। ইজৰাইল প্ৰতিৰক্ষা বাহিনী আৰু ইজৰাইল নিৰাপত্তা সংস্থাই (আই এছ এ) প্ৰকাশ কৰা অনুসৰি, ৰেড ক্ৰছৰ জৰিয়তে ৭ জন পণবন্দীক ইজৰাইললৈ লৈ যোৱা হৈছে। এই পণবন্দীসকল এতিয়া গাজাৰ পৰা ইজৰাইললৈ যাত্ৰা কৰি আছে।

সামৰিক বিষয়াসকলে কয় যে, বাকী থকা পণবন্দীসকলকো অতি সোনকালে মুকলি কৰি দিয়া হ’ব। প্ৰথম ৭ জন পণবন্দীক মুকলি কৰি দিয়াৰ পিছত এতিয়া বাকী থকা ১৩ জন পণবন্দীক মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে।

ইয়াৰ পিছতে আন ২৮ জন পণবন্দী ঘূৰি আহিব, ইয়াৰে ২৬ জনৰ মৃত্যু হৈছে আৰু দুজনৰ অৱস্থা বৰ্তমান জানিব পৰা হোৱা নাই। যুদ্ধবিৰতি চুক্তিৰ অধীনত ইজৰাইলে প্ৰায় ২০০০ পেলেষ্টাইনী বন্দীকো মুকলি কৰি দিব। এগৰাকী বিষয়াই জনোৱা মতে, কাৰাগাৰৰ পৰা ১৯৬৬ জন কয়দীক বাছেৰে গাজাৰ নাছেৰ হাস্পতাললৈ লৈ যোৱা হ’ব।

প্ৰধানমন্ত্ৰী নেতান্যায়াহুৰ মুখপাত্ৰই কয় যে, সকলো পণবন্দী ইজৰাইলত উপস্থিত হোৱাৰ পিছতহে পেলেষ্টাইনী বন্দীসকলক মুকলি কৰি দিয়া হ’ব। মৃত পণবন্দীসকলৰ সকলো মৃতদেহ সোমবাৰে ঘূৰাই দিয়া নহ’ব বুলিও তেওঁ উল্লেখ কৰে।

মুকলি কৰা প্ৰথম সাতজন পণবন্দীৰ নাম হ’ল- গাই গিলব’য়া ডালাল, আইটান ম’ৰ, মতান এংৰেষ্ট, এলন অহেল, গালি আৰু জিভ বাৰ্মান, আৰু ওমৰি মিৰাণ। এই পণবন্দীসকলক এতিয়া গাজাৰ পৰা ইজৰাইললৈ লৈ যোৱা হৈছে, য’ত তেওঁলোকৰ প্ৰাৰম্ভিক চিকিৎসা পৰীক্ষা কৰা হ’ব। এই মুক্তি ইজৰাইল আৰু পেলেষ্টাইন পক্ষৰ মাজত চলি থকা যুদ্ধবিৰতি চুক্তিৰ এক উল্লেখযোগ্য পদক্ষেপ।

Tags: GAZAHamasIsrael

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025