• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গাজা শান্তি-চুক্তিৰ অধীনত হামাছৰ ডাঙৰ সিদ্ধান্ত, ২০ জন পণবন্দীৰ ভিতৰত ৭জনক মুকলি

Nation NE by Nation NE
October 13, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইজৰাইলে সৃষ্টি কৰিছে বিশ্বৰ আটাইতকৈ বিপজ্জনক অস্ত্ৰ! ‘এতিয়া সকলো আমেৰিকাৰ হাতত’-নেতান্যাহু
Share on FacebookShare on TwitterWhatsApp

গাজা শান্তি-চুক্তিৰ অংশ হিচাপে সন্ত্ৰাসবাদী সংগঠন হামাছে নিজৰ ২০ জন পণবন্দীৰ ভিতৰত ৭ জনক মুকলি কৰি দিছে। বাকী ১৩ জনো শীঘ্ৰে মুক্তি পাব বুলি খবৰ পোৱা গৈছে। ইজৰাইল প্ৰতিৰক্ষা বাহিনী আৰু ইজৰাইল নিৰাপত্তা সংস্থাই (আই এছ এ) প্ৰকাশ কৰা অনুসৰি, ৰেড ক্ৰছৰ জৰিয়তে ৭ জন পণবন্দীক ইজৰাইললৈ লৈ যোৱা হৈছে। এই পণবন্দীসকল এতিয়া গাজাৰ পৰা ইজৰাইললৈ যাত্ৰা কৰি আছে।

সামৰিক বিষয়াসকলে কয় যে, বাকী থকা পণবন্দীসকলকো অতি সোনকালে মুকলি কৰি দিয়া হ’ব। প্ৰথম ৭ জন পণবন্দীক মুকলি কৰি দিয়াৰ পিছত এতিয়া বাকী থকা ১৩ জন পণবন্দীক মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে।

ইয়াৰ পিছতে আন ২৮ জন পণবন্দী ঘূৰি আহিব, ইয়াৰে ২৬ জনৰ মৃত্যু হৈছে আৰু দুজনৰ অৱস্থা বৰ্তমান জানিব পৰা হোৱা নাই। যুদ্ধবিৰতি চুক্তিৰ অধীনত ইজৰাইলে প্ৰায় ২০০০ পেলেষ্টাইনী বন্দীকো মুকলি কৰি দিব। এগৰাকী বিষয়াই জনোৱা মতে, কাৰাগাৰৰ পৰা ১৯৬৬ জন কয়দীক বাছেৰে গাজাৰ নাছেৰ হাস্পতাললৈ লৈ যোৱা হ’ব।

প্ৰধানমন্ত্ৰী নেতান্যায়াহুৰ মুখপাত্ৰই কয় যে, সকলো পণবন্দী ইজৰাইলত উপস্থিত হোৱাৰ পিছতহে পেলেষ্টাইনী বন্দীসকলক মুকলি কৰি দিয়া হ’ব। মৃত পণবন্দীসকলৰ সকলো মৃতদেহ সোমবাৰে ঘূৰাই দিয়া নহ’ব বুলিও তেওঁ উল্লেখ কৰে।

মুকলি কৰা প্ৰথম সাতজন পণবন্দীৰ নাম হ’ল- গাই গিলব’য়া ডালাল, আইটান ম’ৰ, মতান এংৰেষ্ট, এলন অহেল, গালি আৰু জিভ বাৰ্মান, আৰু ওমৰি মিৰাণ। এই পণবন্দীসকলক এতিয়া গাজাৰ পৰা ইজৰাইললৈ লৈ যোৱা হৈছে, য’ত তেওঁলোকৰ প্ৰাৰম্ভিক চিকিৎসা পৰীক্ষা কৰা হ’ব। এই মুক্তি ইজৰাইল আৰু পেলেষ্টাইন পক্ষৰ মাজত চলি থকা যুদ্ধবিৰতি চুক্তিৰ এক উল্লেখযোগ্য পদক্ষেপ।

Tags: GAZAHamasIsrael

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025