• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, October 28, 2025
26 °c
Guwahati
26 ° Wed
24 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মগজুৰ স্বাস্থ্যক নকৰিব আওকাণ, খাদ্যতালিকাত অন্তৰ্ভূক্ত কৰক এইসমূহ খাদ্য…

Nation NE by Nation NE
June 15, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ডায়েবেটিছৰ বাবে বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে এইবোৰ খাদ্য, আজিয়েই আঁতৰাই পেলাওক নিজৰ খাদ্য তালিকাৰ পৰা…
Share on FacebookShare on TwitterWhatsApp

শৰীৰৰ নিয়ন্ত্ৰণ ব্যৱস্থা হৈছে আমাৰ মগজু। মগজু বন্ধ হ’বলৈ আৰম্ভ কৰিলে যিকোনো কামতেই অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। আমাৰ নিজৰ কিছুমান অভ্যাসেই আমাৰ মগজু বন্ধ হোৱাৰ কাৰণ হ’ব পাৰে। এই ক্ষতিকাৰক অভ্যাসবোৰে লাহে লাহে আমাৰ মগজুক ফোপোলা কৰি পেলায় আৰু মগজুক লেহেমীয়া কৰি পেলায়।

মগজুক চোকা কৰিবলৈ আমি প্ৰতিদিনে আমাৰ খাদ্যতালিকাত এইসমূহ খাদ্য অন্তৰ্ভূক্ত কৰা উচিত। ডাৰ্ক চকলেট, গ্ৰীণ টি, ব্ৰকলি, আখৰোট, আলমণ্ড, জামু, ডালিম, কুমলীয়া গুটি আদি। সাধাৰণতে বিশেষজ্ঞসকলেও কিছুমান অস্বাস্থ্যকৰ অভ্যাস আৰু কাম কৰাত নিষেধ কৰে। কাৰণ এইবোৰে আমাৰ মগজুক লেহেমীয়া কৰিবলৈ আৰম্ভ কৰে।

বহু বিশেষজ্ঞই কয় যে, যেতিয়া এজন ব্যক্তিয়ে অধিক মিঠাই খাবলৈ আৰম্ভ কৰে তেতিয়া তেওঁৰ জ্ঞানশক্তি কমিবলৈ আৰম্ভ কৰে। ইয়াৰ লগতে তেওঁ নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে আৰু স্মৃতিশক্তিও বেয়াকৈ প্ৰভাৱিত হয়। সৰু সৰু কথাতে খং উঠাৰ অভ্যাস থকা মানুহৰ মগজুৱে লাহে লাহে কাম কৰা বন্ধ কৰি দিয়ে।

খং উঠিলে আমাৰ স্নায়ুৰ ওপৰত চাপ পৰে, যাৰ ফলত স্নায়ু দুৰ্বল হৈ পৰে। ইয়াৰ কাৰণে মগজুৰ শক্তি কমিবলৈ আৰম্ভ কৰে।

যদি আপোনাৰো ব্ৰেকফাষ্ট এৰি দিয়াৰ অভ্যাস আছে, তেন্তে আপোনাৰ মগজুৱেও কাম কৰা বন্ধ কৰিব পাৰে। কাৰণ, এনে কৰিলে শৰীৰ আৰু মগজুৱে গোটেই দিনটোৰ বাবে প্ৰয়োজনীয় পুষ্টি নাপায় আৰু শৰীৰে দিনটো ভাগৰুৱা অনুভৱ কৰে। এই অভ্যাসে শৰীৰৰ লগতে মগজুও অস্বাস্থ্যকৰ কৰি তোলে।

যিসকল লোকে প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণে টোপনি নাযায়, তেওঁলোকৰ মগজুৱে শিথিলতা লাভ কৰিব নোৱাৰে আৰু ভাগৰুৱা হোৱাৰ বাবে মগজুৱে সঠিকভাৱে কাম কৰিব নোৱাৰে। একে সময়তে মুখখন ঢাকি শুই থকাৰ অভ্যাসেও শৰীৰত অক্সিজেনৰ অভাৱ ঘটায়। যাৰ বাবে মগজুৰ কোষবোৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰে।

Tags: brainHealthHealthy life

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 28, 2025
হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক
Top News

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

October 27, 2025
ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025