• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
22 °c
Guwahati
23 ° Thu
25 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মগজুৰ স্বাস্থ্যক নকৰিব আওকাণ, খাদ্যতালিকাত অন্তৰ্ভূক্ত কৰক এইসমূহ খাদ্য…

Nation NE by Nation NE
June 15, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ডায়েবেটিছৰ বাবে বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে এইবোৰ খাদ্য, আজিয়েই আঁতৰাই পেলাওক নিজৰ খাদ্য তালিকাৰ পৰা…
Share on FacebookShare on TwitterWhatsApp

শৰীৰৰ নিয়ন্ত্ৰণ ব্যৱস্থা হৈছে আমাৰ মগজু। মগজু বন্ধ হ’বলৈ আৰম্ভ কৰিলে যিকোনো কামতেই অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। আমাৰ নিজৰ কিছুমান অভ্যাসেই আমাৰ মগজু বন্ধ হোৱাৰ কাৰণ হ’ব পাৰে। এই ক্ষতিকাৰক অভ্যাসবোৰে লাহে লাহে আমাৰ মগজুক ফোপোলা কৰি পেলায় আৰু মগজুক লেহেমীয়া কৰি পেলায়।

মগজুক চোকা কৰিবলৈ আমি প্ৰতিদিনে আমাৰ খাদ্যতালিকাত এইসমূহ খাদ্য অন্তৰ্ভূক্ত কৰা উচিত। ডাৰ্ক চকলেট, গ্ৰীণ টি, ব্ৰকলি, আখৰোট, আলমণ্ড, জামু, ডালিম, কুমলীয়া গুটি আদি। সাধাৰণতে বিশেষজ্ঞসকলেও কিছুমান অস্বাস্থ্যকৰ অভ্যাস আৰু কাম কৰাত নিষেধ কৰে। কাৰণ এইবোৰে আমাৰ মগজুক লেহেমীয়া কৰিবলৈ আৰম্ভ কৰে।

বহু বিশেষজ্ঞই কয় যে, যেতিয়া এজন ব্যক্তিয়ে অধিক মিঠাই খাবলৈ আৰম্ভ কৰে তেতিয়া তেওঁৰ জ্ঞানশক্তি কমিবলৈ আৰম্ভ কৰে। ইয়াৰ লগতে তেওঁ নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে আৰু স্মৃতিশক্তিও বেয়াকৈ প্ৰভাৱিত হয়। সৰু সৰু কথাতে খং উঠাৰ অভ্যাস থকা মানুহৰ মগজুৱে লাহে লাহে কাম কৰা বন্ধ কৰি দিয়ে।

খং উঠিলে আমাৰ স্নায়ুৰ ওপৰত চাপ পৰে, যাৰ ফলত স্নায়ু দুৰ্বল হৈ পৰে। ইয়াৰ কাৰণে মগজুৰ শক্তি কমিবলৈ আৰম্ভ কৰে।

যদি আপোনাৰো ব্ৰেকফাষ্ট এৰি দিয়াৰ অভ্যাস আছে, তেন্তে আপোনাৰ মগজুৱেও কাম কৰা বন্ধ কৰিব পাৰে। কাৰণ, এনে কৰিলে শৰীৰ আৰু মগজুৱে গোটেই দিনটোৰ বাবে প্ৰয়োজনীয় পুষ্টি নাপায় আৰু শৰীৰে দিনটো ভাগৰুৱা অনুভৱ কৰে। এই অভ্যাসে শৰীৰৰ লগতে মগজুও অস্বাস্থ্যকৰ কৰি তোলে।

যিসকল লোকে প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণে টোপনি নাযায়, তেওঁলোকৰ মগজুৱে শিথিলতা লাভ কৰিব নোৱাৰে আৰু ভাগৰুৱা হোৱাৰ বাবে মগজুৱে সঠিকভাৱে কাম কৰিব নোৱাৰে। একে সময়তে মুখখন ঢাকি শুই থকাৰ অভ্যাসেও শৰীৰত অক্সিজেনৰ অভাৱ ঘটায়। যাৰ বাবে মগজুৰ কোষবোৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰে।

Tags: brainHealthHealthy life

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025