• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
25 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

প্ৰাকৃতিকভাৱে নিজৰ ছালখন জিলিকাবলৈ ব্যৱহাৰ কৰক এই স্বাভাৱিক ফেচ পেক…

Nation NE by Nation NE
August 8, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
প্ৰাকৃতিকভাৱে নিজৰ ছালখন জিলিকাবলৈ ব্যৱহাৰ কৰক এই স্বাভাৱিক ফেচ পেক…
Share on FacebookShare on TwitterWhatsApp

ঔষধি গুণেৰে সমৃদ্ধ তুলসীৰ পাত কেৱল আপোনাৰ স্বাস্থ্যৰ বাবেই নহয়, আমাৰ ছালৰ বাবেও এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হ’ব পাৰে। তুলসীৰ পাত সঠিকভাৱে ব্যৱহাৰ কৰিলে গ্ল’য়িং ছাল পাব পাৰি।

জানো আহক পুষ্টিকৰ তুলসীৰ পাতৰ পৰা ফেচ মাস্ক তৈয়াৰ কৰাৰ অতি সহজ উপায় আৰু কিছুমান আচৰিত উপকাৰৰ বিষয়ে-

ফেচ পেক কেনেকৈ বনাব পাৰি-

প্ৰথমে তুলসীৰ পাত ৮-১০ টা ভালদৰে ধুই চাফা কৰিব লাগিব। এতিয়া তুলসীৰ পাতখিনি মিহিকৈ পিহি লব লাগিব। এটা বাটিত পিহি লোৱা তুলসীৰ পাত আৰু এচামুচ দৈ উলিয়াই লব লাগিব। তাৰ পিছত এই দুয়োটা প্ৰাকৃতিক বস্তু ভালদৰে মিহলাই ল’ব লাগিব। ইয়াৰ পিছতেই এই প্ৰাকৃতিক ফেচ পেক ব্যৱহাৰৰ বাবে সাজু হৈ উঠিব।

ছালৰ যত্নৰ ৰুটিনত কেনেকৈ অন্তৰ্ভুক্ত কৰিব পাৰি-

এই ফেচ পেকটো গোটেই মুখমণ্ডল আৰু ডিঙিৰ অংশত লগাব লাগিব। এই ফেচ পেকটো ২০ মিনিটমান পিন্ধি ৰাখিলে ভাল ফলাফল পাব। তাৰ পিছত মুখখন ধুব পাৰিব। মুখ ধুবলৈ কুহুমীয়া পানী ব্যৱহাৰ কৰিব লাগে। কিন্তু এই ফেচ পেকটো গোটেই মুখত লগোৱাৰ আগতে পেচ টেষ্ট কৰিবলৈ পাহৰিব নালাগে।

ছালৰ বাবে উপকাৰিতা-

এই ফেচ পেকৰ সহায়ত ছালত থকা মৃত কোষবোৰ আঁতৰাই পেলাব পাৰি। যদি আপুনি আপোনাৰ ছালত প্ৰাকৃতিক গ্লো পাব বিচাৰে, তেন্তে আপুনি এই ফেচ পেকটো ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিব পাৰে। এই ৰাসায়নিক মুক্ত ফেচ পেক ব্যৱহাৰ কৰিও দাগ আৰু পিম্পলৰ সমস্যা দূৰ কৰিব পাৰি। ভাল ফলাফল পাবলৈ এই ফেচ পেক সপ্তাহত এবাৰ বা দুবাৰ ব্যৱহাৰ কৰিব পাৰে।

Tags: #HealthBenefits#healthylifeMedical

Related Posts

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

October 24, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিত ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি
Top News

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

October 24, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025
ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

শীৰ্ষ সংবাদ

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

ট্ৰাম্পৰ শান্তি চুক্তিত ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025